পাৰা ভিত্তিক চিকিৎসা সঁজুলি ব্যৱহাৰ বন্ধৰ আহ্বানেৰে কনজিউমাৰছ লিগেল প্ৰটেকচন ফ’ৰামৰ উদ্যোগত কৰ্মশালা
থাৰ্মোমিটাৰ আৰু স্ফিগমোমেনোমিটাৰৰ দৰে পাৰাযুক্ত সামগ্ৰীৰ ব্যৱহাৰ সমগ্ৰ দেশতে সম্পূৰ্ণৰূপে বন্ধ কৰাৰ আহ্বান জনাইছে চিকিৎসা বিশেষজ্ঞ,পৰিবেশবিদ আৰু নাগৰিক সমাজে। নতুন ...
Read moreDetails



































