Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Orang National Park : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ- প্ৰত্যাহ্বান আৰু সুযোগ শীৰ্ষক কৰ্মশালা

বন্যপ্ৰাণীৰ অংগ সম্বন্ধীয় অন্ধবিশ্বাস নিৰ্মূল কৰিবলৈ ব্যাপক সজাগতাৰ প্ৰয়োজন: উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ

publisher by publisher
April 19, 2023
in Assam, News
Reading Time: 2 mins read
0
Orang National Park : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ- প্ৰত্যাহ্বান আৰু সুযোগ শীৰ্ষক কৰ্মশালা
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Orang National Park :

বন্যপ্ৰাণীৰ অংগ বহু ক্ষেত্ৰত মানুহৰ বাবে উপকাৰী বুলি প্ৰচলিত অন্ধবিশ্বাসসৃষ্ট লোকবিশ্বাস নিৰ্মূল কৰাৰ বাবে সকলো অংশীদাৰৰ জৰিয়তে সাধাৰণ ৰাইজক বিশেষকৈ ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি ব্যাপক সজাগতা অভিযান সৃষ্টি কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু সঞ্জয় কুমাৰ মেধিয়ে।

ADVERTISEMENT

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত অনুষ্ঠিত “বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ: প্ৰত্যাহ্বান আৰু সুযোগ” শীৰ্ষক এখন কৰ্মশালাত ভাষণ দি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশদ্বয় পাঠক আৰু মেধিয়ে বন বিভাগ, আৰক্ষী, শুল্ক আদিৰ দৰে তদন্তকাৰী সংস্থাসমূহ বন্যপ্ৰাণী (সুৰক্ষা) সংশোধনী আইন ২০২২ৰ ব্যৱস্থাসমূহৰ বিষয়ে ভালদৰে অৱগত হোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যাতে তেওঁলোকে এটা নিশ্চিদ্ৰ তদন্ত পদ্ধতি (বিশেষকৈ গ্ৰেপ্তাৰ আৰু জব্দ কৰাৰ সময়ত) অৱলম্বন কৰিব আৰু বন্যপ্ৰাণী অপৰাধৰ গোচৰত অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি কৰাত ন্যায়পালিকা-আদালতক সহায় কৰিব পৰাকৈ উপযুক্ত অভিযোগনামা দাখিল কৰিব পাৰে ।

অৱশ্যে দুয়োজন ন্যায়াধীশে বন্যপ্ৰাণীৰ অংগ বিষয়ক লোকবিশ্বাস নিৰ্মূল কৰিবলৈ ব্যাপক সজাগতা অভিযান আৰম্ভ কৰাৰ বাবে এক সমন্বিত প্ৰচেষ্টা চলোৱাত বিশেষ গুৰুত্ব আৰোপ কৰে যাতে এই সামগ্ৰীসমূহৰ চাহিদা সাংঘাটিকধৰণে হ্ৰাস পায় যাৰ ফলত চিকাৰ আৰু অবৈধ বেহাৰ দৰে বন্যপ্ৰাণী অপৰাধ হ্ৰাস পাব ।

ন্যায়াধীশ মেধিয়ে বন্যপ্ৰাণী অপৰাধ সংক্ৰান্তীয় এটা গোচৰত এজন লোক ফৰিয়াদীয়ে পালন কৰিবলগীয়া গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে ।

আনহাতে অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰো (এ এছ এল এছ এ) কাৰ্যবাহী অধ্যক্ষ ন্যায়াধীশ পাঠকে বিশেষভাৱে আঙুলিয়াই দিয়ে যে বন্যপ্ৰাণী সুৰক্ষা আইনমতে আদালতৰ সন্মুখত (অভিযুক্ত) দোষী নহয় বুলি প্ৰমাণ কৰাৰ দায়িত্ব অভিযুক্তৰ ওপৰত ন্যস্ত আৰু সেয়েহে দোষী যাতে সাৰি যাব নোৱাৰে তাক নিশ্চিত কৰাৰ বাবে তদন্তৰ পদ্ধতি আৰু অভিযোগনামা নিখুঁত হবই লাগিব ।

ডেভিড শ্বেফাৰ্ড ৱাইল্ডলাইফ ফাউণ্ডেশ্যন (ডি এছ ডব্লিউ এফ)ৰ সহযোগত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ, ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু আৰণ্যক (www.aaranyak.org)ৰ উদ্যোগত অনুষ্ঠিত হোৱা কৰ্মশালাখনত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ সদস্য সচিব নয়ন শংকৰ বৰুৱাই বন্যপ্ৰাণী (সুৰক্ষা) আইনখনৰ ব্যৱস্থাৱলী আৰু বন্যপ্ৰাণী অপৰাধৰ গোচৰৰ ক্ষেত্ৰত তদন্তকাৰী সংস্থাসমূহে অৱলম্বন কৰিবলগীয়া উপযুক্ত পদ্ধতিৰ বিষয়ে বিতংভাৱে উল্লেখ কৰে ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সংমণ্ডল বন বিষয়া প্ৰদীপ্ত বৰুৱা প্ৰমুখ্যে বহু বিশিষ্টজনে উপস্থিত থকা কৰ্মশালাখনত প্ৰখ্যত বন্যপ্ৰাণী সংৰক্ষণ বিশেষজ্ঞ, আৰণ্যকৰ সচিব প্ৰধান তথা মুখ্য কাৰ্যবাহী বিষয়া ড০ বিভৱ কুমাৰ তালুকদাৰে বিশ্বত সৰ্বত্ৰে চনি ধৰা বন্যপ্ৰাণী অপৰাধৰ দৃশ্যপটৰ ওপৰত আলোকপাত কৰে ।

ড০ তালুকদাৰে ড্ৰাগছ, মানৱ সৰবৰাহ আৰু অস্ত্ৰৰ চোৰাং বেহাৰ পাছত বন্যপ্ৰাণীৰ ব্যৱসায়ে কিদৰে বিশ্বব্যাপী চতুৰ্থ বৃহত্তম অপৰাধ হিচাপে মূৰ দাঙি উঠিছে তাৰ ব্যাখ্যা কৰে । বিশ্বৰ বন্যপ্ৰাণী অপৰাধী আৰু অস্ত্ৰৰ চোৰাং ব্যৱসায়ী মাজত অসাধু সম্পৰ্কই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি কেনেদৰে ভাবুকি কঢ়িয়াই আনিছে সেই বিষয়েও তেওঁ ব্যাখ্যা কৰে ।

তেওঁ লগতে কয় যে ভৌগলিক অৱস্থানগতভাবে উত্তৰ-পূব ভাৰত জৈৱ বৈচিত্ৰ্য সমৃদ্ধ অঞ্চল আৰু সেয়েহে চিকাৰ আৰু অবৈধ বেহাৰ দৰে বন্যপ্ৰাণী অপৰাধৰ দিশৰ পৰা অতি বিপদসংকুল হৈ আছে।

ন্যায়িক বিষয়া, বন বিভাগৰ প্ৰতিনিধি, অসম আৰক্ষী আৰু শুল্ক বিভাগৰ বিষয়া আৰু বন্যপ্ৰাণী অপৰাধ/সংৰক্ষণ খণ্ডৰ লোকে অংশগ্ৰহণ কৰা কৰ্মশালাখনত অংশগ্ৰহণকাৰী আৰু সমল ব্যক্তিসকলৰ মাজত অতি ফলপ্ৰসু মত-বিনিময় হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamOrang National ParkWORKSHOP
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d