Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

LGBA:বিমানবন্দৰৰ মাজেৰে চলা অবৈধ বন্যপ্ৰাণী ব্যৱসায় ৰোধত প্ৰত্যাহ্বানৰ সন্মুখীন চি আই এছ এফ

আৰণ্যকৰ উদ্যোগত গুৱাহাটী বিমানবন্দৰত সজাগতা কৰ্মশালা

publisher by publisher
February 27, 2024
in Assam, India, News
Reading Time: 2 mins read
0
LGBA:বিমানবন্দৰৰ মাজেৰে চলা অবৈধ বন্যপ্ৰাণী ব্যৱসায় ৰোধত প্ৰত্যাহ্বানৰ সন্মুখীন চি আই এছ এফ
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

Gautam Adani Guwahati Visit:গুৱাহাটীত উপস্থিত গৌতম আদানী

Indigo Flight:গুৱাহাটীৰ পৰা দিল্লী অভিমুখী ইণ্ডিগো বিমানত অঘটন !

Road Accident:বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত শোকাৱহ দুর্ঘটনা

LGBA:

দেশৰ বিভিন্ন বিমানবন্দৰেদি চলি থকা অবৈধ বন্যপ্ৰাণীৰ ক্ৰমবৰ্ধমান সৰবৰাহে দেশৰ প্ৰতি সৃষ্টি কৰা গুৰুতৰ ভাবুকি সন্দৰ্ভত গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিয়োজিত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ (চি আই এছ এফ) প্ৰায় ৬০ জন জোৱানৰ মাজত সজাগতা সৃষ্টি কৰা হয় ।

ADVERTISEMENT

আমেৰিকাৰ মৎস্য আৰু বন্যপ্ৰাণী সেৱা (USFWS)ৰ সহযোগত অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ সমল গোটে ২২ আৰু ২৩ ফেব্ৰুৱাৰীত একেলেঠাৰিয়ে অনুষ্ঠিত কৰা দুখন কৰ্মশালাতৰ চি আই এছ এফৰ জোৱানসকলক বিমানবন্দৰৰ জৰিয়তে সংঘটিত হোৱা বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায় ৰোধৰ কেতবোৰ দিশৰ বিষয়ে ব্যাখা কৰা হয় ।

কৰ্মশালাত আৰণ্যকৰ এগৰাকী জ্যেষ্ঠ প্ৰৱন্ধক ড০ জিমি বৰা আৰু প্ৰকল্প বিষয়া আইভী ফাৰহিন হুছেইনে বন্যপ্ৰাণী অপৰাধ আৰু অবৈধ সৰবৰাহৰ গোলকীয় দৃশ্যপট আৰু দেশৰ লগতে সমগ্ৰ বিশ্বজুৰি বিমান বন্দৰেদি গোপনে বন্যপ্ৰাণী সৰবৰাহ কৰা চোৰাং ব্যৱসায়ী চক্ৰৰ অপৰাধ পদ্ধতিৰ ওপৰত বিশদ উপস্থাপন কৰে। তেওঁলোকে মহিলা জোৱানকে ধৰি অংশগ্ৰহণকাৰী চি আই এছ এফ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ বিভিন্ন প্ৰশনৰ উত্তৰ দিয়ে ।

অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থাটোৰ বিষয়াদ্বযে গোলকীয় ড্ৰাগছ আৰু অস্ত্ৰৰ চোৰাং ব্যৱসায়ী চক্ৰৰ সৈতে জটিল সম্পৰ্ক থকা আৰু প্ৰায় ২০০ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰা এই ক্ৰমবৰ্ধমান অবৈধ বন্যপ্ৰাণী ব্যৱসায়ৰ গোলকীয় বজাৰখনে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি সৃষ্টি কৰা ভাবুকিৰ বিষয়ে চি আই এছ এফৰ জোৱানসকলক সজাগ কৰে ।

দ্ৰুত স্থানান্তৰকৰণ, উন্নত সুবিধা, তুলনামূলকভাৱে কম খৰচী পদ্ধতি, ধৰা পৰাৰ কম সম্ভাৱনা আৰু বিভিন্ন বিমান বন্দৰত থকা একাংশ দুৰ্নীতিগ্ৰস্ত লোক আদি কাৰকবোৰৰ বাবে বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ৰ গোলকীয় অপৰাধী চক্ৰটোৰ মাজত বিমান পথ ব্যৱহাৰ কৰাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ বিষয়ে আৰণ্যকৰ সম্পদ দলটোৱে অংশগ্ৰহণকাৰী চি আই এছ এফৰ কৰ্মীসকলক সতৰ্ক কৰি দিয়ে ।

অন্য বহু দায়িত্বৰ লগতে দেশৰ বিমানবন্দৰসমূহ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত অভিজাত সুৰক্ষা সংস্থাটোৱে বন্যপ্ৰাণীৰ ক্ৰমবৰ্ধমান অবৈধ ব্যৱসায়ৰ পৰিপ্ৰেক্ষিতত দেশৰ বিমান বন্দৰসমূহত বন্যপ্ৰাণীজাত সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত ক্ৰমাগত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।

আৰণ্যকৰ দলটোৱে গোলকীয় ধাৰাৰ ভিত্তিত অধিক সৰবৰাহ হোৱা অবৈধ বন্যপ্ৰাণী সামগ্ৰীৰ ওপৰতো আলোকপাত কৰে। তেওঁলোকে জনায় যে অধিক ব্যৱসায় হোৱা বনৰৌৰ বাকলি, বাঘৰ অংগ প্ৰত্যংগ, হাতীদাঁতৰ সামগ্ৰী, গঁড়ৰ খৰ্গৰ উপৰিও গোলকীয় চক্ৰটোৱে সৰীসৃপ আৰু অন্যান্য বহু মূল্যৱান প্ৰাণী আৰু উদ্ভিদৰ প্ৰজাতিৰো সৰবৰাহ কৰে । তেওঁলোকে বিমান বন্দৰত কৰ্তব্য পালন কৰাৰ সময়ত চি আই এছ এফৰ লোকসকলক এই দিশটোৰ ওপৰত অতি অধিক কাৰ্যক্ষমতাৰে চকু ৰাখিবলৈ পৰামৰ্শ দিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: aranyak organisationCISFIllegal WILDLIFE TransportationLgbiaUSFWSWORKSHOP
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d