Uncategorized নগাঁও জিলাৰ চামগুৰিৰ বৰদলত অাজি পুৱা এটা লতা মাকৰী বাঘৰ পোৱালী স্থানীয় লোকে উদ্ধাৰ কৰে ।পাছত বন বিভাগক গতাই দিয়ে ।লতা মাকৰী বাঘৰ পোৱালীতো পৰবৰ্তী সময়ত বেচৰকাৰী প্ৰকৃতি সংগঠন গ্ৰীণ গাৰ্ডৰ সম্বনয়ক দুলু বৰাই কাজিৰঙাৰ বন্য প্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰত হস্তান্তৰ কৰে । May 26, 2019
News বাণিজ্য- বিজ্ঞান শাখাত সপ্তম আৰু দশম স্থান দখলেৰে নলবাৰী লৈ গৌৰৱ কঢ়িয়ালে ক্ৰমে প্ৰতিভা বৈশ্য আৰু মধুস্মিতা বৰ্মনে May 25, 2019