Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    MEA :সিন্ধু জলচুক্তি স্থগিত থাকিব, স্পষ্ট কৰিলে নতুন দিল্লীয়ে

    Heavy traffic on the Hajo – Guwahati road:বৰপেটা -দৌলাশাল – হাজো – গুৱাহাটী পথত তীব্ৰ যানজঁট

    Pak Foreign Minister Ishaq Dar:সিন্ধু জলচুক্তি স্থগিতকৰণৰ বাহাল যুদ্ধবিৰতিত আঘাত : পাকিস্তান

    China-US Tariff Understanding: একেদিনাই ১২০০ পইণ্টৰ পতন ঘটিল ছেনছেক্সৰ

    আক্ৰমণৰ আশংকা ? বৃদ্ধি হ’ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা

    Nalbari:পঞ্চায়ত নির্বাচনত নলবাৰী জিলাত কেনেকৈ নাকচ ৩০ হেজাৰ ভোট

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বাৰিষা নৌহওঁতেই পুখুৰী সদৃশ গাঁতেৰে ভৰি পৰিছে ডিমৌ-ৰাইদঙীয়া সংযোগী গড়কাপ্তানী পথ

publisher by publisher
April 30, 2019
in News
Reading Time: 1 min read
0
বান্দৰদেৱাত সাত বছৰীয়া কন্যা শিশুক ধৰ্ষনৰ অভিযোগ :  অভিযুক্তক জেললৈ প্ৰেৰণ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Assam Government is on the Verge of Enforcing the UCC:ইউচিচি বলবতৰ দিশে ৰাজ্য চৰকাৰ !

Assam Government Will Take A Loan Again:পুনৰ ঋণ ল’ব ৰাজ্য চৰকাৰে !

State BJP Congratulates Assam Government:অসম চৰকাৰক অভিনন্দন ৰাজ্যিক বিজেপিৰ

জাজৰি : নগাঁও জিলাৰ বটদ্ৰৱা আৰু ৰহা সমষ্টিৰ অন্তৰ্গত এটি অন্যতম গুৰুত্বপূৰ্ণ পথ হৈছে ডিমৌ-ৰাইদঙীয়া সংযোগী গড়কাপ্তানী পথটি ৷ অসমীয়া কলা-কৃষ্টি-সাহিত্যৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ইতিহাস বিজড়িত শ্ৰীশ্ৰীবটদ্ৰৱা থানলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত অতীজৰে পৰা নামনি অসমৰ ৰাইজে সততে “বৰদোৱা বাইপাছ ” ৰূপে ব্যৱহাৰ কৰি আহিছে এই পথটি ৷ নগাওঁ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ অতি গুৰুত্বপূৰ্ণ এই পথটোৰ ৰহা সমষ্টিৰ অন্তৰ্গত ডিমৌ চাৰিআলিৰ পৰা কুজাৰবড়িলৈকে পথছোৱা নতুনকৈ নিৰ্মান কৰা হ’ল যদিও তাৰ গাতে লাগি থকা শেতালী গাৱঁৰ মাজত প্ৰায় ১০০ মিটাৰ পথত শিল বালি এচপৰাও নপৰিল ৷ ফলত সেই ঠাইখিনিত বহু কেইটা দ’ গাঁতৰ সৃষ্টি হৈ গাওঁবাসীৰ লগতে অনান্য পথাচাৰী ৰাইজক জীয়াতু ভোগাইছে ৷ ইয়াৰ লগতে বটদ্ৰৱা সমষ্টিৰ ভিতৰত পৰা বৰডুবীয়া প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰ পৰা জামুগুৰি চাৰিআলিলৈকে অংশছোৱাৰ পকীবোৰ বখলা-বখলে এৰি গৈ বোকা-পানীৰে উপচি পৰি একেবাৰে শোচনীয় হৈ পৰিছে ৷ ইয়াৰে শেতালি,জামুগুৰি,চমুৱাগাঁও,কোঁচৰগাঁও,ভৰালীচুক, ব্ৰাহ্মনগাঁও,ক্ষেত্ৰিগাঁও,গান্ধী পথাৰ,চাউলখোৱা,চকলাঘাট চাৰিআলি, দৰঙীয়াল গাঁৱৰ অংশবোৰত অসংখ্য সৰু-বৰ গাঁতৰ সৃষ্টি হৈছে ৷ ঠায়ে ঠায়ে পথটোৰ অৱস্থা ইমানেই শোচনীয় যে পথ নে পথাৰ ধৰিবই নোৱাৰি ৷ আনকি খৌৰামুচৰ-বৰডুবীয়া প্ৰাথমিক বিদ্যালয়,গান্ধীজী প্ৰাথমিক বিদ্যালয়,হাতীচোং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ওচৰত তথা কোঁচৰগাঁও আৰু চমুৱাগাঁৱৰ নামঘৰৰ সন্মুখত আৰু ব্ৰাহ্মগাঁও চাৰিআলিত কেইবাটাও পুখুৰী সদৃশ বৃহৎ দ গাঁতৰ সৃষ্টিৰে পথটো একপ্ৰকাৰে যাতায়াতৰ বাবে বিপদজনক হৈ পৰা দেখা গৈছে ৷ বিগত পঞ্চায়ত নিৰ্বাচনৰ আগে আগে বিধায়িকা আঙুৰলতা ডেকাই স্থানীয় ব্ৰাহ্মণগাঁও চাৰিআলিত পথটিৰ মেৰামতিৰ বাবে এক আধাৰশিলা স্থাপন কৰিছিল যদিও তাৰ কাম এতিয়াও আৰম্ভই হোৱা নাই ৷ সেয়ে অতি ব্যস্ততাপূৰ্ণ পথছোৱা শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা লৈ বাৰিষাৰ আগেয়ে যাতায়াতৰ উপযোগী কৰি তুলিবলৈ স্থানীয় ৰাইজে বিধায়কদ্বয় আঙুৰলতা ডেকা আৰু ডিম্বেশ্বৰ দাসৰ ওচৰত দাবী জনাইছে ৷

ADVERTISEMENT

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Government
publisher

publisher

Related Posts

MEA :সিন্ধু জলচুক্তি স্থগিত থাকিব, স্পষ্ট কৰিলে নতুন দিল্লীয়ে
India

May 14, 2025
Heavy traffic on the Hajo – Guwahati road:বৰপেটা -দৌলাশাল – হাজো – গুৱাহাটী পথত তীব্ৰ যানজঁট
News

Heavy traffic on the Hajo – Guwahati road:বৰপেটা -দৌলাশাল – হাজো – গুৱাহাটী পথত তীব্ৰ যানজঁট

May 14, 2025
Pak Foreign Minister Ishaq Dar:সিন্ধু জলচুক্তি স্থগিতকৰণৰ বাহাল যুদ্ধবিৰতিত আঘাত : পাকিস্তান
News

Pak Foreign Minister Ishaq Dar:সিন্ধু জলচুক্তি স্থগিতকৰণৰ বাহাল যুদ্ধবিৰতিত আঘাত : পাকিস্তান

May 14, 2025
China-US Tariff Understanding: একেদিনাই ১২০০ পইণ্টৰ পতন ঘটিল ছেনছেক্সৰ
News

China-US Tariff Understanding: একেদিনাই ১২০০ পইণ্টৰ পতন ঘটিল ছেনছেক্সৰ

May 14, 2025
আক্ৰমণৰ আশংকা ? বৃদ্ধি হ’ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা
India

আক্ৰমণৰ আশংকা ? বৃদ্ধি হ’ল বিদেশমন্ত্রী জয়শংকৰৰ নিৰাপত্তা

May 14, 2025
Nalbari:পঞ্চায়ত নির্বাচনত নলবাৰী জিলাত কেনেকৈ নাকচ ৩০ হেজাৰ ভোট
News

Nalbari:পঞ্চায়ত নির্বাচনত নলবাৰী জিলাত কেনেকৈ নাকচ ৩০ হেজাৰ ভোট

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d