Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Union Minister Sarbanandra Sonowal:সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱত মুখ্য অতিথি হিচাপে অংশগ্রহণ কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

    Agp-Uppl Pressmeet In Guwahati: ‘ৰাহুল গান্ধী অপৰিপক্ক নেতা,কংগ্ৰেছ দল এতিয়া ৰাইজৰ লগত নাই’

    Assam Bjp Pressmeet:আইন সকলোৰে বাবে সমান, আইনৰ ঊৰ্ধত কোনো হ’ব নোৱাৰে : সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

    Guwahati Visit Singapur High Commissioner: জনতা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ ছিংগাপুৰৰ উচ্চায়ুক্ত ছাইমন য়ঙৰ

    Atdc-Flybig Agreement In Guwahati:অসম পৰ্যটন উন্নয়ন নিগম আৰু ফ্লাইবিগৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

    Zeenat Aman : সামাজিক মাধ্যমত আহিয়ে কি ক’লে ‘সত্যম শিবম সুন্দৰম ‘ ৰ জনপ্ৰিয় অভিনেত্ৰী জিনাতে ?

    Attack on Sonu Nigam: বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছনু নিগমক আক্ৰমণ

    Pathaan : ‘ বাহুবলী – ২’ ৰ অভিলেখ ভংগৰ বাবে ১০০ কোটি টকাৰ প্ৰয়োজন ‘পাঠান ‘ ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel

    Weight Loss Tips : ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Lemon : নেমু টেঙা কিয় খাব লাগে ?

    Lemon : নেমু টেঙা কিয় খাব লাগে ?

    High Blood Pressure and Headaches :  আপোনাৰো হৈছে নেকি ৰক্তচাপ আৰু মূৰৰ বিষ !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home Uncategorized

সাহিত্য অকাডেমী বঁটা প্ৰাপক, বিশিষ্ট লেখিকা, কৃতী শিক্ষয়িত্ৰী প্ৰমিলা নাৰ্জাৰীৰ আদ্যশ্ৰাদ্ধত গ্ৰন্থ উন্মোচন

publisher by publisher
September 30, 2019
in Uncategorized
Reading Time: 1 min read
0
সাহিত্য অকাডেমী বঁটা প্ৰাপক, বিশিষ্ট লেখিকা, কৃতী শিক্ষয়িত্ৰী প্ৰমিলা নাৰ্জাৰীৰ আদ্যশ্ৰাদ্ধত গ্ৰন্থ উন্মোচন
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Union Minister Sarbanandra Sonowal:সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱত মুখ্য অতিথি হিচাপে অংশগ্রহণ কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Agp-Uppl Pressmeet In Guwahati: ‘ৰাহুল গান্ধী অপৰিপক্ক নেতা,কংগ্ৰেছ দল এতিয়া ৰাইজৰ লগত নাই’

Assam Bjp Pressmeet:আইন সকলোৰে বাবে সমান, আইনৰ ঊৰ্ধত কোনো হ’ব নোৱাৰে : সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

বঙাইগাঁও: সাহিত্য অকাডেমী বঁটা প্ৰাপক, বিশিষ্ট লেখিকা তথা কৃতী শিক্ষয়িত্ৰী প্ৰমীলা নাৰ্জাৰীৰ ১৪ ছেপ্টেম্বৰত পৰলোক ঘটাৰ পাছত কালি ২৯ ছেপ্টেম্বৰত প্ৰয়াত সাহিত্যিক গৰাকীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয় ৷ চিৰাং জিলাৰ বিজনী মহকুমাৰ বড়োবাজাৰস্থিত বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটা সাহিত্যিক গৰাকীৰ বাসগৃহত আদ্যশ্ৰাদ্ধ উপলক্ষে বড়ো মহিলা লেখিকা সংস্থাই এক এক স্মৃতিচাৰণ সভাৰ আয়োজন কৰে ৷ স্মৃতিচাৰণ সভাত প্ৰয়াত প্ৰমীলা নাৰ্জাৰীৰ মুঠ ১২ টা স্বৰচিত গল্পৰ সংকলন ‘ছাৰ্জিকেল ষ্ট্ৰাইক’ নামৰ গ্ৰন্থখনি উন্মোচন কৰে বড়ো মহিলা লেখিকা সংন্থাৰ উপ-সভানেত্ৰী তথা সাহিত্য অকাডেমী বড়ো উপদেষ্টা বোৰ্ডৰ সদস্য অনজালী বসুমতাৰীয়ে ৷ সাহিত্যিক প্ৰমীলা নাৰ্জাৰীৰ সাহিত্য কীৰ্তিৰ ওপৰত অনজালী বসুমতাৰীয়ে আলোকপাত কৰে ৷ স্মৃতিচাৰণ সভাত বড়ো সাহিত্য সভাৰ উপ-সভাপতি ৰমিলা বসুমতাৰী, সদৌ বড়ো সমাজৰ সভাপতি ৰাজেন বড়ো, বড়ো লেখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰী, বড়ো লেখিকা সন্থাৰ সম্পাদিকা ধীৰ্যু জ্যোতি বসুমতাৰী, বিটিচিৰ পৰিষদীয় সদস্য গুণেশ্বৰ গয়াৰী সহ উপস্থিত বিজনী জিলা বড়ো সাহিত্য সভাৰ আৰু বিজনী আঞ্চলিক এবছুৰ নেতৃত্বই প্ৰয়াত প্ৰমীলা নাৰ্জাৰীলৈ শ্ৰদ্ধা নিবেদন কৰি স্মৃতিচাৰণ সভাত বক্তব্য প্ৰদান কৰে ৷ উল্লেখ্য যে প্ৰয়াত প্ৰমীলা নাৰ্জাৰী স্বৰচিত গল্প সংকলন ‘ছাৰ্জিকেল ষ্ট্ৰাইক’ প্ৰকাশ কৰিছে বড়ো লেখিকা সন্থাই ৷চিৰাং জিলাৰ বড়ো বজাৰ শিক্ষাখণ্ডৰ ৯১ নং মাক্ৰা শিলবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তথা বড়োবজাৰৰ বাসিন্দা সাহিত্য একাডেমী বঁটা প্ৰাপক সাহিত্যিক, কৃতী শিক্ষয়িত্ৰী, সাহিত্যিক প্ৰমীলা নাৰ্জাৰীয়ে বিগত ২০০৫ চনত বুঢ়ী আইৰ সাধু গল্প পুথি বড়ো ভাষালৈ ‘আবৈনী চলো’ অনুবাদ কৰি অনুবাদৰ সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা, ২০১৬ চনত অসম চৰকাৰৰ দ্বাৰা শ্ৰেষ্ঠা শিক্ষয়িত্ৰীৰ সন্মান,২০১৭ চনত চিৰাং জিলা প্ৰশাসনৰ পৰা শ্ৰেষ্ঠা শিক্ষা সেৱাৰ সন্মান, ২০১৮ চনত অইল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা শিক্ষা ৰত্ন বঁটা আৰু বহতো সন্মানেৰে বিভুষিতা হৈছিল ৷প্ৰয়াত প্ৰমীলা নাৰ্জাৰীয়ে বিষ্ণু প্ৰসাদ ৰাভাৰ ‘সোণপাহি’ গ্ৰন্থখনিও বড়ো ভাষালৈ অনুবাদ কৰিছে ৷

ADVERTISEMENT

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

Burning Bus:ৰাজপথত দাও দাওকৈ জ্বলিল যাত্ৰীবাহী বাছ
Assam

March 22, 2023
Bageshwar Baba Entry In Guwahati :অসমলৈ দুদিনীয়াকৈ আহিছে বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্রী

Drugs Paddler Arrested In Baska:বাগ্‌সাৰ আনন্দ বজাৰত বহু পৰিমাণৰ ড্ৰাগ্‌ছসহ ধৃত দুই সৰহবৰাহকাৰী  এজন পলাতক

March 21, 2023
Heart Disease : ভাৰতত মহিলাৰ মাজত বাঢ়িছে হৃদৰোগ : কিন্তু কিয় ?
Uncategorized

Heart Disease : ভাৰতত মহিলাৰ মাজত বাঢ়িছে হৃদৰোগ : কিন্তু কিয় ?

March 21, 2023
Khalistani Leader Amritpal Singh’s Uncle To Dibrugarh Central Jail:খালিস্তানী নেতা অমৃতপাল সিঙৰ খুড়াকক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ

Fake Question Paper leak :ভূগোলৰ ভুৱা প্ৰশ্নকাকত ভাইৰেল কৰা ছাত্ৰক নগাঁৱত আটক

March 18, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: