Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা

    ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

    Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

    Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

য়ুহানত সুস্থ ৰোগীৰ দেহত পুনৰ ধৰা পৰিছে কৰ’না ভাইৰাছ

publisher by publisher
March 29, 2020
in COVID-19, News
Reading Time: 1 min read
0
য়ুহানত সুস্থ ৰোগীৰ দেহত পুনৰ ধৰা পৰিছে কৰ’না ভাইৰাছ
2
SHARES
17
VIEWS
ShareShareShareShare

মাৰাত্মক কৰ’না ভাইৰাছক লৈ নতুনকৈ আশংকাৰ বতৰা দিছে চীনৰ বিশেষজ্ঞই ৷ এবাৰ সংক্ৰমণ ঘটাইয়েই ক্ষান্ত হোৱা নাই ক’ভিড ১৯ ৷ চৰিত্ৰ সলনি কৰি ই পুনৰ সুস্থ হৈ উঠা আক্ৰান্ত লোকৰ শৰীৰলৈ উভতি আহিছে ৷ আন্তৰ্জাতিক সংবাদ মাধ্যমৰ দাবী অনুসৰি চীনৰ য়ুহানৰ সুস্থ হোৱা লোকৰ ভিতৰত তিনিৰ পৰা ১০ শতাংশৰ শৰীৰত নতুনকৈ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰমাণ পোৱা গৈছে ।

ADVERTISEMENT

অধিকাংশ ক্ষেত্ৰতে ভাইৰাছে এবাৰ সংক্ৰমণ ঘটালে শৰীৰত তাৰ এন্টিব’ডি অৰ্থাৎ প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি হয় ৷দ্বিতীয়বাৰ একেটা ভাইৰাছে সংক্ৰমণ ঘটাব নোৱাৰে আৰু তেনে হলেও মানুহে প্ৰতিৰোধ কৰিব পাৰে। এই ক্ষেত্ৰত কৰ’না ভাইৰাছৰ চৰিত্ৰ একে হয় নহয় তাকে লৈ বিশ্বৰ বিভিন্ন প্ৰান্তত বিজ্ঞানীসকলে গৱেষণা কৰি থকাৰ মাজতে য়ুহানৰ টুংজি হাস্পতালৰ চিকিৎসালয়সকলে দাবী কৰে যে সুস্থ হোৱাৰ পাছতো কেইবাজনৰো শৰীৰত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰমাণ তেওঁলোকে পাইছে ৷ এই হাস্পতালত চিকিৎসকসকলে প্ৰথমবাৰৰ বাবে ক’ভিড-১৯ ভাইৰাছৰ চিনাক্ত কৰিছিল ।

RelatedPosts

1,700 People Die Every Week Worldwide:বিশ্বত এতিয়াও প্ৰতি সপ্তাহত ১৭০০ লোকৰ মৃত্যু হৈছে ক’ভিডত

UK Company AstraZeneca Will Withdraw its COVID-19 Vaccine:বিশ্বজুৰি কভিশ্বিল্ডৰ পার্শ্বক্ৰিয়া !

Covid Update : দেশত এদিনতে কৰ’না আক্ৰান্তৰ সংখ্যা চাৰি হেজাৰ ! এণ্টিবায়টিক লৈ নতুন নিৰ্দেশ কেন্দ্ৰৰ

চিকিৎসকসকলে কয় যে তেওঁলোকে মুঠ ১৪৩ জন ৰোগীৰ ওপৰত পৰীক্ষা কৰিছিল। ইয়াৰ সকলোৱে সুস্থ হৈ ঘৰলৈ উভতিছে ৷ইয়াৰ মাজতে পাঁচজন লোকৰ শৰীৰত নতুনকৈ কৰ’নাৰ লক্ষণে দেখা দিছে ।তেওঁলোকৰ দেহত কৰ’নাৰ সকলো লক্ষণ পৰিলক্ষিত হোৱা নাই যদিও ভাইৰাছৰ অস্তিত্বৰ উমান পাইছে ৷যিসকল নতুনকৈ ভাইৰাছত আক্ৰান্ত হ’ল তেওঁলোকৰ পৰা অন্যৰ দেহত বিয়পিছে নে নাই ইয়াক লৈ চিকিৎসকসকল নিশ্চিত নহয়। চিন্তনীয় এয়ে যে য়ুহানৰ প্ৰায় সকলোবোৰ হাস্পতালতে সুস্থ হোৱাৰ পাছতো পাঁচৰ পৰা ১০ শতাংশ মানুহ সংক্ৰমিত হৈছে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM CORONAVIRUSCHAINA_WUHANCovid-19
publisher

publisher

Related Posts

ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা
India

May 14, 2025
ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 
India

ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

May 14, 2025
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
News

পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
India

ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
News

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ
News

Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d