Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দক্ষিণ গাজাত হোৱা বোমাবৰ্ষণত কমেও ৫৪ জন লোকৰ মৃত্যু, খান ইউনিছ চহৰৰ মৰ্গত গোট খাইছে মৃতদেহ!

    CBSE :চিবিএচই ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৪.২ শতাংশৰে উজ্বলিল ঢেকীয়াখোৱাৰ অংকিতা 

     Rape Incident In jamagurighat:হৃদয়বিদাৰক! সম্পৰ্কীয় ককায়েকৰ কামনাৰ বলি হ’ল শাৰীৰিকভাৱে সক্ষম ভনীয়েক

    প্ৰথম দিনাই ট্ৰাম্পৰ কোম্পানীৰ ৩,২৫০ কোটিৰ ফ্লেট বিক্ৰী হ’ল 

    BCCI Secretary Devojit loan Saikia:আই পি এল পুনৰ আৰম্ভ হ’ব অহা ১৭ মে’ৰ পৰা

    Union Agriculture Minister Shivraj Singh Chouhan visits the North East: তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News City

বাংলাদেশ সীমান্তত চোকা দৃষ্টি ৰাখিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

publisher by publisher
April 11, 2020
in City, COVID-19, News
Reading Time: 1 min read
0
বাংলাদেশ সীমান্তত চোকা দৃষ্টি ৰাখিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

ভয়-ভাবুকি প্ৰদৰ্শনৰে পঞ্চায়ত নিৰ্বাচনত ভোট আদায়ৰ তৎপৰতাৰ অভিযোগ

প্ৰতিগৰাকী ব্যক্তিয়ে যদি মাৰাত্মক কৰ’না ভাইৰাছৰ পৰা ৰক্ষা পাব বিচাৰে,তেন্তে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবই লাগিব ৷যিহেতু কৰ’না ভাইৰাছৰ কোনো ঔষধ নাই,সেয়ে ই মানৱ সমাজৰ বাবে ডাঙৰ প্ৰত্যাহ্বান,জীয়াই থকাৰ বাবে প্ৰত্যাহ্বান,জীৱন মৰণৰ প্ৰত্যাহ্বান আৰু ইয়াক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সামাজিক দূৰত্ব বজাই ৰখাৰ বিপৰীতে আন কোনো বিকল্প নাই । গোৱালপাৰাত এইদৰে সাধাৰণ লোকক আহ্বান জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
মুখ্যমন্ত্ৰীয়ে সকলোকে কৰ”না ভাইৰাছৰ ভয়াৱহতাৰ সন্দৰ্ভত বুজাই দি লগতে কয় যে সামাজিক দূৰত্ব বজাই নাৰাখিলে বিপদত পৰিব লাগিব ।উল্লেখযোগ্য যে কৰ’না ভাইৰাছ প্ৰতিহত কৰাৰ বাবে জিলা স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গোৱালপাৰা আৰু দক্ষিণ শালমাৰা মানকাছাৰ জিলা ভ্ৰমণ কৰে ৷গোৱালপাৰা আৰু হাটশিঙিমাৰী চহৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট জিলা দুখনৰ প্ৰশাসনৰ মুৰব্বীসকলৰ স’তে পৰিস্থিতিৰ বুজ লয় ৷আৰু জিলাখনৰ প্ৰশাসনৰ মুৰব্বীসকলৰ স’তে পৰ্যালোচনা বৈঠকত মিলিত হোৱাৰ পিছত এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ৷
সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড১৯ য়ে আমেৰিকা,ইটালী,স্পেইনৰ দৰে দেশত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ।তেনে সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে দিয়া তলাবন্ধক ল’ৰা ধেমালি বুলি ভবাটো বা উপলুঙা কৰাটো উচিত নহয়। যিসমূহলোকে তলাবন্ধক উলংঘা কৰিছে তেওঁলোকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে আগন্তুক দিনত কঠোৰ সিদ্ধান্ত ল’ব মুখ্যমন্ত্ৰীয়ে ৷
ইপিনে বিগত সময়ত বেংকসমূহত যথেষ্ট ভিৰ হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় এয়া বিপজ্জনক ৷কিছু কষ্ট কৰি হ’লেও নিজৰ লগতে পৰিয়াল ততা সমাজক ৰক্ষা কৰিবলৈ তলাবন্ধৰ নীতি নিয়ম মানি চলি সামাজিক দূৰত্ব বজাই ৰাখিব বুলিও মুখ্যমন্ত্ৰীয়ে কয় ৷তলাবন্ধৰ সময়ত যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি বা মুল্য বৃদ্ধি নহয়,তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী সোণোৱালে দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ সদৰ হাটশিঙিমাৰীতো জিলা প্ৰশাসনৰ স’তে মিলিত হৈ পৰিস্থিতিৰ বুজ লয় ৷
উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত মুখ্যমন্ত্ৰীয়ে কৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা কৰে ৷উক্ত বৈঠকত জিলাখনৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তত চোকা দৃষ্টি ৰাখিবলৈ তেওঁ উপায়ুক্ত আতিকা ছুলতানাক নিৰ্দেশ দিয়ে ৷আনকি সীমান্তৰ ন’ মেন্ছ লেণ্ড”তো যাতে এই সময়ছোৱাত কোনো কৃষকে কৃষিকাৰ্য কৰিবলৈ যাব নোৱাৰে ৷
তাৰ ব্যৱস্থা কৰিবলৈকো মুখ্যমন্ত্ৰীয়ে প্ৰশাসনক নিৰ্দেশ দিয়ে ৷এই ক্ষেত্ৰত সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে সঘনাই যোগাযোগ স্থাপন কৰিবলৈকো তেওঁ নিৰ্দেশ দিয়ে ।আনহাতে পশুখাদ্য যোগান নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী সোনোৱালে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অহা ১৪ এপ্ৰিললৈ দিয়া ২১ দিনীয়া তলাবন্ধ পালন কৰি সকলোকে নিজগৃহতে পৰিস্কাৰভাৱে থাকিবলৈ আহ্বান কৰে ৷
ADVERTISEMENT

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamASSAM CORONA VIRUSASSAM FIGHTS CORONAVIRUSCovid-19INDIA FIGHTS CORONASarbananda Sonowal
publisher

publisher

Related Posts

দক্ষিণ গাজাত হোৱা বোমাবৰ্ষণত কমেও ৫৪ জন লোকৰ মৃত্যু, খান ইউনিছ চহৰৰ মৰ্গত গোট খাইছে মৃতদেহ!
News

May 15, 2025
CBSE :চিবিএচই ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৪.২ শতাংশৰে উজ্বলিল ঢেকীয়াখোৱাৰ অংকিতা 
News

CBSE :চিবিএচই ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৪.২ শতাংশৰে উজ্বলিল ঢেকীয়াখোৱাৰ অংকিতা 

May 15, 2025
 Rape Incident In jamagurighat:হৃদয়বিদাৰক! সম্পৰ্কীয় ককায়েকৰ কামনাৰ বলি হ’ল শাৰীৰিকভাৱে সক্ষম ভনীয়েক
News

 Rape Incident In jamagurighat:হৃদয়বিদাৰক! সম্পৰ্কীয় ককায়েকৰ কামনাৰ বলি হ’ল শাৰীৰিকভাৱে সক্ষম ভনীয়েক

May 15, 2025
প্ৰথম দিনাই ট্ৰাম্পৰ কোম্পানীৰ ৩,২৫০ কোটিৰ ফ্লেট বিক্ৰী হ’ল 
News

প্ৰথম দিনাই ট্ৰাম্পৰ কোম্পানীৰ ৩,২৫০ কোটিৰ ফ্লেট বিক্ৰী হ’ল 

May 15, 2025
BCCI Secretary Devojit loan Saikia:আই পি এল পুনৰ আৰম্ভ হ’ব অহা ১৭ মে’ৰ পৰা
News

BCCI Secretary Devojit loan Saikia:আই পি এল পুনৰ আৰম্ভ হ’ব অহা ১৭ মে’ৰ পৰা

May 15, 2025
Union Agriculture Minister Shivraj Singh Chouhan visits the North East: তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান
News

Union Agriculture Minister Shivraj Singh Chouhan visits the North East: তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান

May 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d