Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ভাৰত অভিমুখে উৰি আহিছে লাখ লাখ কাকতি ফৰিং

publisher by publisher
April 26, 2020
in COVID-19, News
Reading Time: 1 min read
0
ভাৰত অভিমুখে উৰি আহিছে লাখ লাখ কাকতি ফৰিং
2
SHARES
15
VIEWS
ShareShareShareShare

তলাবন্ধৰ পৰিপ্ৰেক্ষিতত দেশত সবাতোকৈ ক্ষতিগ্ৰস্ত হোৱাৱাসকলৰ অন্যতম হৈছে কৃষক সমাজ। দেশৰ কৃষকে উৎপাদন কৰা বিঘাই বিঘাই শস্য তলাবন্ধৰ ফলত  পথাৰতে নষ্ট হোৱাৰ অৱস্থাতে ভূতৰ ওপৰত দানহ পৰাদি শীঘ্ৰেই দেশৰ কৃষকক ভয়াবহ পৰিস্থিতিত পেলাব পাৰে ‘মৰুদৈস্যু’ৱে। ইতিমধ্যেই পূৱ আফ্ৰিকাৰ পৰা এছিয়া অভিমুখে ৰাওনা হৈছে লাখ লাখ কাকতি ফৰিঙৰ দল।

ADVERTISEMENT

উল্লেখ্য যে তলাবন্ধৰ ফলত কাহিল হোৱা দেশৰ অৰ্থনীতিৰ প্ৰভাৱ জনজীৱনত বাৰুকৈয়ে পৰিব বুলি ইতিমধ্যেই অৰ্থনীতিবিদে আশংকা কৰিছে। তাৰ মাজতে কাকতি ফৰিঙৰ দলে আক্ৰমণ কৰাৰ আশংকা বৃদ্ধি পাইছে। বহু বিশেষজ্ঞই আশংকা কৰিছে যে অৰ্থনীতিৰ জটিল পৰিস্থিতিত যদি দেশৰ খেতিপথাৰত কাকতি ফৰিঙে আক্ৰমণ কৰে, তেন্তে মহাসংকটে দেখা দিব পাৰে।

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, অহা গ্ৰীষ্মতে খাদ্য লুট কৰিবলৈ ভাৰত আৰু প্ৰতিবেশী পাকিস্তানত আক্ৰমণ চলাব মৰুদস্যুৱে। ভাৰত মহাসাগৰ অতিক্ৰম কৰি ভাৰতৰ কৃষিভূমিত পোনেই আক্ৰমণ কৰিব পাৰে বৃহৎ কাকতি ফৰিঙৰ দলে। স্বভাৱগতভাৱে কাকতি ফৰিঙ হিংস্ৰ নহয়। তথাপি দল বান্ধি নিমিষতে কে’বা হেজাৰ একৰ কৃষিভূমিৰ শস্য খাই তহিলং কৰিব পাৰে বাবেই ‘হৰ্ণ অৱ আফ্ৰিকা’ বা পূৱ আফ্ৰিকাৰ মৰুভূমিত বাস কৰা এইবিধ পতংগক মৰুদস্যু বুলি কোৱা হয়। ইয়াৰ প্ৰমাণ আগতেই পোৱা গৈছে আফ্ৰিকা আৰু য়েমেনত। পূৱ আফ্ৰিকাৰ পৰা ইতিমধ্যে উৰিবলৈ আৰম্ভ কৰা এই কাকতি ফৰিঙৰ দলটো মাজপথত দুটা ভাগত বিভক্ত হৈ পৰিছে। ইয়াৰে এটা দল কুৱেইট, কাটাৰ, পাকিস্তান অতিক্ৰম কৰি পঞ্জাৱ হৈ ভাৰতত প্ৰৱেশ কৰিব।আনটো দলে ভাৰত মহাসাগৰ অতিক্ৰম কৰি ভাৰতত উপস্থিত হ’ব।

উল্লেখ্য যে, পূৰ্বতে কাকতি ফৰিঙৰ দলে ভাৰত তথা এছিয়াৰ কিছুমান দেশত আহি শস্য খাই নষ্ট কৰে। যোৱা বছৰ ৰাজস্থান আৰু গুজৰাটত কাকতি ফৰিঙৰ উৎপাতত কৃষকসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। ইহঁতে ডাঙৰ ডাঙৰ জাক পাতি ফুৰে। একো একোটা জাকত কে’বা লাখ কাকতি ফৰিঙ থাকে। এই কাকতি ফৰিঙ দেখাত আমাৰ ইয়াত থকা ফৰিঙৰ দৰে হ’লেও চাল-চলন, প্ৰকৃতিত অনেক পাৰ্থক্য আছে। ইহঁতে প্ৰধানকৈ বতাহৰ  উষ্ণতাৰ গতি অনুযায়ী চলা- ফুৰা কৰে। যিবোৰ অঞ্চলত কাকতি ফৰিঙে আক্ৰমণ কৰে, সেই অঞ্চলৰ খাদ্য অন্ত নোহোৱা পৰ্যন্ত আন ঠাইলৈ নাযায়। এটা পূৰ্ণ পৰ্যায়ৰ কাকতি ফৰিঙে প্ৰতিদিনে নিজৰ ওজনৰ সম পৰিমাণৰ খাদ্য খাব পাৰে। মৰুভূমিত বাস কৰা এই পতংগই আফ্ৰিকাৰ দেশসমূহত মহামাৰীৰ দৰে আক্ৰমন কৰে।

যোৱা বছৰৰ শেষৰ ফালে পূৱ আফ্ৰিকাৰ মহাদেশত স্বাভাৱিকতকৈ অধিক পৰিমাণে বৰষুণ হোৱাত কাকতি ফৰিঙৰো ব্যাপকভাৱে বংশবিস্তাৰ হয়। সেয়ে এইবাৰ পূৰ্বৰ তুলনাত ব্যাপক হাৰত কাকতি ফৰিঙৰ জাক ভাৰতলৈ আহি থকা বুলি আশংকা কৰা হৈছে। ফলত কৃষকৰ ক্ষতিৰ পৰিমাণো অধিক বৃদ্ধি পাব বুলি বিশেষজ্ঞই মতপ্ৰকাশ কৰিছে। অহা জুনতে কাকতি ফৰিঙৰ দলে ভাৰতত উপদ্ৰৱ চলোৱাৰ আশংকা আছে। কাকতি ফৰিঙৰ এই উপদ্ৰৱৰ ফলত দেশৰ খাদ্য নিৰাপত্তাও সংকটৰ সন্মুখীন হ’ব। সেয়ে হঠাৎ নতুনকৈ উদ্ভৱ হোৱা এই সমস্যাক একেবাৰে সহজভাৱে গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONA
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d