Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

 কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই মুকলি কৰিলে কলংভেলি অৰ্গেনিক ৱেবছাইট 

publisher by publisher
April 27, 2020
in COVID-19, News
Reading Time: 1 min read
0
 কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই মুকলি কৰিলে কলংভেলি অৰ্গেনিক ৱেবছাইট 
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

গ্ৰামাঞ্চলৰ কৃষকৰ বাবে আশাৰ বতৰা 
কলিয়াবৰত আজিৰেপৰা আৰম্ভ হৈছে এক নতুন যাত্ৰাৰ ৷ এই নতুন যাত্ৰা তথা পদক্ষেপৰ জৰিয়তে তলাবন্ধৰ লগতে আন আন সময়ত জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰত সকলো লোকেই ঘৰতে বহি নিজৰ হাতত থকা মোবাইলটোৰ বুটাম টিপিয়েই লাভ কৰিব নিজৰ মনৰ পচন্দৰ সতেজ শাক-পাচলি, ফলমূল ৷ আজি কলিয়াবৰত অসমৰ জলসম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মন্ত্ৰী কেশৱ মহন্তই ’কলংভেনি অৰ্গেনিক’ৰ এটা ৱেবছাইট মুকলি কৰাৰ পাছতে কলিয়াবৰত আৰম্ভ হৈছে এই ব্যৱস্থাৰ ৷
কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সভাগৃহত আজি ৰাইজৰ সুবিধাৰ বাবে এই ৱেবছাইটটো মুকলি কৰি মন্ত্ৰী মহন্তই কয়- ‘এই ৱেবছাইট মুকলি কলিয়াবৰৰ কৃষকসমাজ আৰু জনসাধাৰণৰ বাবে এক উল্লেখনীয় দিন ৷ এতিয়াৰপৰা কলিয়াবৰৰ সকলো লোকেই ইয়াৰ সুবিধা গ্ৰহণ কৰি কম মূল্যত ঘৰতে সতেজ শাক-পাচলি আৰু ফলমূল লাভ কৰিব ৷ যাৰ দ্বাৰা থলুৱা কৃষকসকল আটাইটকৈ বেছিকৈ উপকৃত হ’ব৷’ ইফালে কলংভেলি অৰ্গেনিক নামৰ কৃষিফাৰ্মখনৰ স্বত্বাধিকাৰী মুহিত কুমাৰ শইকীয়াই প্ৰকাশ কৰা মতে প্ৰথমতে পৰীক্ষামূলকভাৱে কলিয়াবৰৰ চাৰিসীমাৰ ভিতৰতে বিতৰণ ব্যৱস্থা আৰম্ভ কৰা কলংভেলি অৰ্গেনিকৰ দ্বাৰা সকলোৱে সুলভ মূল্যত শাক-পাচলি, ফলমূল লাভ কৰিব ৷ গুণগত মানদণ্ড আৰু কম মূল্যৰ ওপৰত গুৰুত্ব দি গ্ৰামাঞ্চলৰ গ্ৰাহকৰ হাতত তুলি দিয়া হ’ব এই সকলোবোৰ ৷
আজিৰ এই ৱেবছাইট মুকলি অনুষ্ঠানটিৰ গুৰি ধৰি কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগেও এয়া কলিয়াবৰবাসীৰ বাবে সুখবৰ বুলি প্ৰকাশ কৰে ৷ উল্লেখ্য যে ইয়াৰ সমান্তৰালভাৱে কলিয়াবৰত ’কলিয়াবৰ চবজি’ নামৰে আন এটি মোবাইল এপ’ত শাক-পাচলি উপলব্ধ হৈছে ৷ ইফালে সমগ্ৰ দেশৰে তলাবন্ধৰ সময়ত কলংভেলি অৰ্গেনিকে সমগ্ৰ কলিয়াবৰৰ জনসাধাৰণৰ পদুলিয়ে পদুলিয়ে গৈ যোগান ধৰি আহিছে নিজে উৎপাদন কৰা শাক-পাচলি ৷ আৰু আজিৰেপৰা কলংভেলিৰ এই শাক-পাচলি গ্ৰাহকৰ বাবে উপলব্ধ হ’ব www.kalangvally.com নামৰ ৱেবছাইটটোৰ লগতে কলংভেলি মোবাইল এপ’ত ৷ কলংভেলিৰ এনে প্ৰচেষ্টাক প্ৰশংসা কৰিছে ইয়াৰ গ্ৰাহকসকলেও ৷ উল্লেখযোগ্য যে, ব্যতিক্ৰমী কৃষি কৰ্মৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কলিয়াবৰৰ কলংভেলিৰ স্বত্বাধিকাৰ মুহিত কুমাৰ শইকীয়াই। আজিৰ পৰা তিনিবছৰ পূৰ্বে “কলংভেলী অৰ্গেনিক” নামেৰে ৬০ বিঘা কৃষিভুমিৰে কৃষি-পাম স্থাপন কৰি এই যুৱকজনে লাভ কৰিছে সফলতা। আনৰ কৃষিভূমি বছৰি চুক্তি লৈ কৰিছে বিভিন্ন প্ৰকাৰৰ শাক-পাচলিৰ খেতি। প্ৰথমতেই কলিয়াবৰৰ জমখলাত ২৫ বিঘা, হাতীয়েখোৱাত ১৫ বিঘা আৰু লখনাবন্ধাত ২০ বিঘা মাটি লিজত লৈ স্থাপন কৰা “কলংভেলি অৰ্গেনিক” কৃষিপামত বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি। আলু , বিলাহী , বেঙেনা , ফুলকবি , ব্ৰকোলি, জলকীয়া, তৰমুজ, জিকা, কেপচিকাম লগতে গোমধানৰ খতি কৰা হৈছে কলংভেলি অৰ্গেনিক কৃষিপামত।
বিগত বৰ্ষত এইজন যুৱ কৃষকে পাঁচ বিঘা ভূমিত এইবাৰ নতুনকৈ আৰম্ভ কৰিছিল চৌদি-আৰবত উৎপাদিত “জুকিনী” খেতি । ইয়াৰ উপৰিও পাঁচবিঘা মাটিত কৰা কেপচিকামৰ মাজে মাজে কৰা হৈছে জিকা খেতি। ১৫ বিঘাত আলু, ৫ বিঘাত তিনি প্ৰকাৰৰ বিলাহী খেতি কৰা হৈছে এই কৃষিপামত। সাধাৰণতে ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰা দুৰৈত থাকি গোবৰ সাৰৰ লগতে সম্পুৰ্ণ অৰ্গেনিক সাৰ প্ৰয়োগৰে কলংভেলি অৰ্গেনিক কৃষিপামত অব্যাহত আছে কৃষিকাৰ্য। ৬০ বিঘা মাটি চুক্তিত লৈ “কলং-ভেলি-অৰ্গেনিক” নামেৰে কৃষিপাম স্থাপন কৰি  লাভাম্বিত কলিয়াবৰৰ জমখলা গাঁৱৰ মোহিত কুমাৰ শইকীয়া নামৰ যুৱ কৃষকগৰাকীয়ে সংস্থাপন দিছে বহুকেইজন যুৱকক। বছৰি ১০ লাক্ষাধিক টকা উপাৰ্জনৰ আশা কৰিছে এই কৃষিপামৰ জৰিয়তে। শেহতীয়াকৈ কৃষিবিভাগ আৰু কলিয়াবৰ মহকুমা প্ৰশাসনেও সহায়ৰ হাত আগবঢ়াইছে যুৱ কৃষকগৰাকীক ৷ যি সময়ত ৰাজ্যৰ হাজাৰ হাজাৰ হতাশগ্ৰস্ত নিবনুৱাই বহিঃৰাজ্যত কৰ্ম সংস্থাপন বিছাৰি হাবাথুৰি খাই তলাবন্ধৰ সময়ত ঘৰৰ পৰা বিছিন্ন হৈ  থাকিব লগাৰ দৰে সময় আহিছে সেই সময়তে মোহিত শইকীয়াৰ দৰে এচাম যুৱকে কৃষি-কৰ্মৰে স্বনিৰ্ভৰশীল হোৱা কাৰ্য হৈ পৰিছে সকলোৰে বাবে আদৰ্শ-স্বৰূপ। ইমানদিনে এখন গাড়ীত তুলি কলিয়াবৰৰ প্ৰতিখন গাঁৱৰ প্ৰতিঘৰ গৃহস্থীৰ পদুলিত শাকপাচলি যোগান ধৰা কলংভেলিৰ ঘৰে ঘৰে শাকপাচলি, ফলমূল যোগানৰ এনে উৎসাহী কাৰ্যই তলাবন্ধৰ লগতে পৰৱৰ্তী সময়তো সকাহ দিব গ্ৰাহকক৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী
News

May 5, 2026
Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d