দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি)কে ধৰি শিক্ষাখণ্ডৰ সংশোধন তথা উত্থাপিত সমস্যাসমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে এক বৈঠকত অংশগ্ৰহণ কৰে৷ শিক্ষাখণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰক অধিক প্ৰাধান্য দি অনলাইন শ্ৰেণীকোঠা, শিক্ষণ প’ৰ্টেল আৰু উৎসৰ্গিত শিক্ষা চেনেলসমূহৰ জৰিয়তে পাঠ্যক্ৰমৰ সম্প্ৰচাৰ আদিৰ বিষয়সমূহে এই বৈঠকত স্থান পায়৷বৈঠকত শিক্ষাখণ্ডৰ সংশোধনৰ জৰিয়তে এক অনুনাদশীল জ্ঞানোদীপ্ত সমাজ সৃষ্টি কৰি উচ্চ গুণগতমানৰ শিক্ষাৰ নিশ্চিতিৰ স’তে ভাৰতক ‘বিশ্বজনীন জ্ঞানৰ ছুপাৰ পাৱাৰ’ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয়৷ এই লক্ষ্যসমূহত উপনীত হ’বলৈ কৃত্ৰিম বুদ্ধিমতাৰ স’তে এক কাৰ্যকৰী শৈক্ষিক প্ৰণালীৰ নিশ্চিতিত প্ৰযুক্তিৰ ব্যৱহাৰৰ উত্তৰণ কৰা হ’ব৷
উচ্চ গুণগত শিক্ষাৰ নিশ্চিতৰ লগতে ভাৰতক ‘বিশ্বজনীন জ্ঞানৰ ছুপাৰ পাৱাৰ’ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত :বৈঠকত অংশ দেশৰ প্ৰধানমন্ত্ৰী
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM CORONA VIRUSCorona VirusCovid-19INDIA CORONA VIRUSNarendra Modi
Related Content
মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!
By
publisher
April 27, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026