Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

মাৰ্কিন যুক্তৰাষ্ট্ৰত ভিছা হেৰুৱাব দুই লাখ দক্ষ বিদেশী কৰ্মীয়ে

publisher by publisher
May 2, 2020
in COVID-19, News, world
Reading Time: 1 min read
0
মাৰ্কিন যুক্তৰাষ্ট্ৰত ভিছা হেৰুৱাব দুই লাখ দক্ষ বিদেশী কৰ্মীয়ে
1
SHARES
12
VIEWS
ShareShareShareShare

মাৰ্কিন যুক্তৰাষ্ট্ৰত কাম কৰাৰ অধিকাৰ হেৰুৱাবলৈ গৈ আছে প্ৰায় দুই লাখ বিদেশী কৰ্মীয়ে ।কৰ’না ভাইৰাছৰ সংক্ৰমণৰ নেতিবাচক প্ৰভাৱতে কাম হেৰুৱাবলৈ গৈ আছে এই বৃহৎ সংখ্যক বিদেশী কৰ্মীয়ে ।কিয়নো ভাগি পৰা মাৰ্কিন অৰ্থনীতিত প্ৰায় প্ৰতিটো কোম্পানীতে হ্ৰাস কৰিবলৈ লোৱা হৈছে পদ ।আনহাতে,এই কৰ্মীসকলৰ মাৰ্কিন যুক্তৰাষ্ট্ৰত থকাৰ ভিছাৰ ম্যাদ অহা জুনৰ ভিতৰতে অন্ত পৰিব।

ADVERTISEMENT

এই বিশেষ এইছ -ৱান-বি ভিছাৰ ম্যাদ পুনৰ বৃদ্ধিকলৈও অনিশ্চয়তাৰ সৃষ্টি হৈছে।নিজ দেশত দক্ষ কৰ্মীৰ অভাৱ পূৰণ কৰিবলৈ এইছ -ৱান-বি ভিছা প্ৰদান কৰি অন্য দেশৰ নাগৰিকক চাকৰি দি অহা হৈছে আমেৰিকাত;কিন্তু এই ভিছাৰ এটি নিৰ্দিষ্ট সময়সীমা থাকে।এই সময়সীমাৰ অন্ত পৰিলে ভিছাৰ নৱীকৰণ কৰা হয় ।নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ভিছাৰ নৱীকৰণ নহ’লে ভিছাপ্ৰাপ্ত সকলে মাৰ্কিন যুক্তৰাষ্ট্ৰত থকাৰ অধিকাৰ হেৰুৱায়।সাধাৰণভাৱে ক’বলৈ গ’লে তেনে লোকজনে নিজ দেশলৈ উভতি আহিবলৈ বাধ্য হয়।এই লোকজনে পৰৱৰ্তী তিনিৰ পৰা ১০ জনৰ ভিতৰত পুনৰ এইছ-ৱান -বি ভিছা লাভৰ পৰাও বঞ্চিত হয় ।

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

কৰ’না পৰৱৰ্তী কৰ্মসংকটৰ মুখা মুখি হ’ব পৰাকৈ অহা দুমাহত মাৰ্কিন যুক্তৰাষ্ট্ৰত বিদেশী লোকৰ প্ৰৱেশ বন্ধ ৰাখিবলৈকো ড’নাল্ড ট্ৰাম্প প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিছে ।যাতে পৰিস্থিতি স্বাভাৱিক হ’বলৈ লোৱাৰ সময়ত কৰ্মক্ষেত্ৰত বিদেশীৰ পৰিৱৰ্তে আমেৰিকাৰ নাগৰিকসকলক অধিক প্ৰাধান্য দিব পৰা যায় ।এনে হ’লে অন্য দেশৰ পৰা অহা সকল পুনৰ নিজ দেশলৈ উভতি যাব লগা হ’ব বুলি স্পষ্ট কৰি দিছে ৱাছিংটন নিবাসী নীতি বিশেষজ্ঞ জেৰেমি নিউফেল্ডে।ইয়াৰ বাহিৰেও’ গ্ৰীণ কাৰ্ড ‘ লাভৰ আশাত থকা হেজাৰ হেজাৰ বিদেশী লোকেও সম্প্ৰতি খালী হাতেৰে আমেৰিকা এৰিবলগীয়া হ’ব পাৰে বুলি চৰম উৎকন্ঠাৰ সৃষ্টি হৈছে।

তদুপৰি কৰ’নাৰ প্ৰভাৱত বৰ্তমান ভাৰতকে ধৰি একাধিক দেশৰ সীমান্ত বন্ধ হৈ আছে ।সম্পূৰ্ণ ভাৱে বন্ধ বিমান সেৱা।এনে পৰিস্থিতিত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভিছা হেৰুৱালেও নিজ দেশলৈ উভতি অহাৰ সকলো পথ বন্ধ।ইফালে কৰ’নাৰ প্ৰভাৱত মাৰ্চৰ মাজ সময়ৰ পৰাই কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে বহুজনে।ইয়াৰ ভিতৰতে বহুজনৰ জুনত ভিছাৰ ম্যাদৰ অন্ত পৰিব ।কাম হেৰুৱাই মূৰৰ ওপৰত ঋণৰ বোজা লৈ নিজ দেশলৈ উভতি গলেও নতুন সংস্থাপন লাভৰ আশা কম ।কাম পালেও বেতন অধিক হোৱাৰ আশা কম ।ফলত ঋণ উভতাই দিয়াৰ চিন্তাই হতাশগ্ৰস্ত কৰি তুলিছে মাৰ্কিন যুক্তৰাষ্ট্ৰত সপোন সাৰ্থক কৰিবলৈ যোৱা এই সকল দক্ষ বিদেশী কর্মীক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Corona VirusCovid-19INDIA CORONA VIRUSworld corona virus
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d