Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বিপৰ্যয়ত মহানগৰীৰ ৰেস্তোৰাঁ ব্যৱসায়

publisher by publisher
May 13, 2020
in COVID-19, News
Reading Time: 1 min read
0
বিপৰ্যয়ত মহানগৰীৰ ৰেস্তোৰাঁ ব্যৱসায়
3
SHARES
30
VIEWS
ShareShareShareShare

ক’ভিদ-১৯ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ দেশত অব্যাহত থকা তলাবন্ধৰ প্ৰত্যক্ষ প্ৰভাৱত বেলি মাৰ যোৱাৰ উপক্ৰম হৈছে ৰাজ্যৰ হোটেলত ৰেস্তোৰাঁৰ ব্যৱসায় ৷ ৰাজ্যৰ নিবনুৱা সংস্থাপনৰ প্ৰতি আশাৰ ৰেঙণি কঢ়িয়াই অনা তথা যুৱ প্ৰজন্মৰ হাতত ক্ৰমাৎ ঠন ধৰি উঠা উদ্যোগটো সাম্প্ৰতিক সময়ত অৰ্থনৈতিক সংকটৰ কৰাল গ্ৰাসত পৰি অস্তগামী আকাশত সোমাই পৰিছে । নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ পৰাই ৰাজ্যৰ হোটেল ৰেস্তোৰাঁসমূহলৈ নামি অহা অবাঞ্ছনীয় অন্ধকাৰখিনি এতিয়াও আঁতৰি যোৱা নাই ।

ADVERTISEMENT

উল্লেখযোগ্য যে নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ সময়ৰে পৰা বৰ্তমানলৈকে ৰাজ্যৰ প্ৰায় ৫০ হেজাৰ উন্নতমানৰ হোটেল ৰেস্তোৰাঁই ব্যাপকভাৱে ক্ষতিৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰিছে এই উদ্যোগত জড়িত ব্যৱসায়ীসকলে ৷ যাৰ পৰিপ্ৰেক্ষিতত যোৱা নৱেম্বৰৰ পৰা বৰ্তমানলৈ প্ৰায় ২০ ৰ পৰা ৩০ কোটি টকা লোকচানৰ বোজা সহিব লগা হৈছে স্বত্বাধিকাৰীসকলে । লোকচানৰ ভৰ সহিব নোৱাৰি ইতিমধ্যে ৰাজ্যৰ কে’বাখনো নামী দামী হোটেল ৰেস্তোৰাঁ বন্ধ হৈ পৰিছে । আৰু বহুকেইখন বন্ধ হৈ যোৱাৰ উপক্ৰম ঘটিছে ৷ কৃষিপ্ৰধান ৰাজ্যখনত বহু শিক্ষিত নিবনুৱাই অশেষ কষ্টৰে নিজকে প্ৰতিষ্ঠা কৰাৰ উপৰি বহু নিবনুৱাক সংস্থাপন প্ৰদান কৰি ন-ৰূপত গঢ়ি তুলিছিল যদিও প্ৰায় ৫০ হেজাৰ হোটেল ৰেস্তোৰাঁ ।

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

মহানগৰীবাসীক দেশী বিদেশী খাদ্যৰ লগতে থলুৱা খাদ্যৰ জুতি দি অহা কনফুচিয়াছ, ডেলীকেচী, ছানফ্লাৱাৰ, ফুড এক্স, চিক এন চিলি , জেবিজ, জে-১৪, হেৰিটেজ খৰিকা, মিচিং কিটচেন, খৰিকা, থলগিৰি, পাকঘৰ, আহাৰ, উৰুকা, ভোট জলকীয়া, নাগা কিটচেন, ন ভোজ, মাইহাং আদি ৰেস্তোৰাঁ যোৱা ২২ মাৰ্চৰ পৰাই বন্ধ হৈ থকাৰ ফলত এই ৰেস্তোৰাঁসমূহ আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ।দোকানসমূহৰ মাহিলী ভাড়াৰ লগতে প্ৰতিষ্ঠানসমূহত জড়িত হৈ থকা কৰ্মচাৰীসকলৰ মাহিলী বেতন দিয়াৰ ক্ষেত্ৰত নিৰুপায় হৈ পৰিছে স্বত্বাধিকাৰীসকল । ইফালে, গ্ৰাহকক ঘৰে ঘৰে খাদ্য সামগ্ৰী যোগান ধৰি অহা যুৱক এই হোটেল ৰেস্তোৰাঁসমূহ বন্ধ হৈ থকাৰ ফলত কৰ্মহীন হৈ নিজ গৃহলৈ ৰাওনা হ’বলৈ বাধ্য হৈছে । আৰ্থিকভাৱে জুৰুলা হৈ পৰা মহানগৰীৰ হোটেল-ৰেস্তোৰাঁসমূহৰ স্বত্বাধিকাৰীসকলে নিজৰ লগতে কৰ্মচাৰীসকলৰ অনাকাংক্ষিত ভৱিষ্যতক লৈ একপ্ৰকাৰ চিন্তিত হৈ পৰিছে । পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰিছে ।

ইপিনে সাম্প্ৰতিক পৰিস্থিতিত হোটেল ৰেস্তোৰাঁসমূহৰ ব্যৱসায় সন্দৰ্ভত বিভিন্ন হোটেল  স্বত্বাধিকাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মহানগৰীত একাধাৰে ২০ বছৰ ধৰি ব্যৱসায় কৰা জেবিজৰ স্বত্বাধিকাৰী গোপাল জালানে বৰ্তমানৰ পৰিস্থিতিৰ সন্দৰ্ভত কয় “ব্যৱসায়ত উত্থান পতন থাকিব । এই সময় সমগ্ৰ বিশ্ববাসীৰ কাৰণে দুঃসময় ৷ পৰিস্থিতি স্বাভাৱিক হৈ উঠক ৷ কিন্তু বহু ব্যৱসায়ীয়ে পুনৰ এই ব্যৱসায়লৈ ঘূৰি আহিব নে নাই, মই চিন্তিত। “মহানগৰীৰ আগশাৰীৰ ৰেস্তোৰাঁ হেৰিটেজ খৰিকাৰ স্বত্বাধিকাৰী তথা মাষ্টাৰ চেফ অতুল লহকৰে হোটেল ৰেস্তোৰাঁসমূহৰ অনাগত ভৱিষ্যতৰ ভয়াৱহ পৰিস্থিতিৰ ব্যাখ্যা কৰি কয়”হোটেল ৰেস্তোৰাঁক লৈ আমি অসহায় ৷ কি কৰিম ভাবি পোৱা নাই। এই সময়ছোৱাত অধিকাংশ হোটেল ৰেস্তোৰাঁৰ ১০ ১৫ লাখকৈ ক্ষতি হৈছে । মহানগৰীৰ কে’বাখনো ৰেস্তোৰাঁ বন্ধ হৈ পৰিছে । লগতে অনলাইনত গ্ৰাহকে সুৰক্ষিত অনুভৱ নকৰে বুলি মন্তব্য কৰে অতুল লহকৰে । আনহাতে ৰাজ্যৰ এই উদ্যোগটো পুনৰুদ্ধাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰা বুলি কয় লহকৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d