Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰিলে বিকাশৰ নতুন দিগন্তৰ পদক্ষেপসমূহ; আত্মনিৰ্ভৰ ভাৰতৰ উদ্দেশ্য সাধনৰ দিশত আঠটা নতুন ক্ষেত্ৰৰ গঠনমূলক সংস্কাৰ

publisher by publisher
May 17, 2020
in COVID-19, News
Reading Time: 1 min read
0
এক ৰাষ্ট্ৰ, এক ৰেচন কার্ড ঃ দেশজুৰি প্ৰযোজ্য হ’ব এখনেই ৰেচন কাৰ্ড
1
SHARES
6
VIEWS
ShareShareShareShare

প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ লাখ কোটি টকাৰ এক বিশেষ আৰ্থিক পেকেজৰ বিষয়ে ঘোষণা কৰে যি ভাৰতৰ জিডিপিৰ ১০%ৰ সমান৷ তেওঁ ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ আহ্বান জনায়৷ তাৰোপৰি তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ পাঁচটা স্তম্ভ- অৰ্থনীতি, আন্তঃগাঁথনি, ব্যৱস্থা, জনগাঁথনি আৰু চাহিদাৰ বিষয়েও উল্লেখ কৰে৷

ADVERTISEMENT

কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ ভাষণত আজি উদ্যোগখণ্ডৰ গাঁথনিমূলক সংস্কাৰ সমূহৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে বিভিন্ন খণ্ডৰ নীতিসমূহৰ সৰলীকৰণৰ আৱশ্যক হৈছে যাতে জনসাধাৰণে ইয়াক ভালদৰে অনুধাৱন কৰিব পাৰে আৰু ইয়াৰ গতিবিধিসমূহৰ সৈতে জড়িত হ’ব পাৰে৷

RelatedPosts

1,700 People Die Every Week Worldwide:বিশ্বত এতিয়াও প্ৰতি সপ্তাহত ১৭০০ লোকৰ মৃত্যু হৈছে ক’ভিডত

UK Company AstraZeneca Will Withdraw its COVID-19 Vaccine:বিশ্বজুৰি কভিশ্বিল্ডৰ পার্শ্বক্ৰিয়া !

Covid Update : দেশত এদিনতে কৰ’না আক্ৰান্তৰ সংখ্যা চাৰি হেজাৰ ! এণ্টিবায়টিক লৈ নতুন নিৰ্দেশ কেন্দ্ৰৰ

সংবাদমেলত শ্ৰীমতী সীতাৰমণে এই সংক্ৰান্তত ফাষ্ট ট্ৰেক বিনিয়োগৰ বাবে নীতিগত সংস্কাৰ তথা এই সংক্ৰান্তত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে দোহাৰে৷

বিত্ত মন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰ ভাৰতৰ উদ্দেশ্যে ফাষ্ট ট্ৰেক বিনিয়োগৰ বাবে নিম্নোক্ত নীতিগত সংস্কাৰ সমূহৰ বিষয়ে উল্লেখ কৰেঃ

সচিবসমূহৰ ক্ষমতাশালী গোট (ইজিঅ’এছ)ৰ জৰিয়তে ফাষ্ট-ট্ৰেক বিনিয়োগ ক্লীয়াৰেন্স
বিনিয়োগযোগ্য প্ৰকল্প প্ৰস্তুতিৰ বাবে প্ৰতিটো মন্ত্ৰালয়ত প্ৰকল্প বিকাশ কোষ, বিনিয়োগকাৰী আৰু কেন্দ্ৰীয়/ৰাজ্যিক চৰকাৰৰ সৈতে সমন্বয়
নতুন বিনিয়োগৰ প্ৰতিযোগিতাৰ বাবে বিনিয়োগকাৰীক আকৰ্ষণ কৰিব পৰাকৈ ৰাজ্যসমূহৰ মূল্যায়ন
নতুন চেম্পিয়ন ক্ষেত্ৰৰ উত্তৰণৰ বাবে সাহায্য আঁচনি মুকলি কৰা হ’ব যেনে সৌৰ পিভি নিৰ্মাণ; উন্নত চেল বেটেৰী সঞ্চয়, ইত্যাদি
বিত্ত মন্ত্ৰীগৰাকীয়ে আজি কয়লা, খনি, প্ৰতিৰক্ষা উৎপাদন, অসামৰিক বিমান পৰিবহণ, শক্তি খণ্ড, সামাজিক আন্তঃগাঁথনি, মহাকাশ আৰু আণৱিক শক্তিকে ধৰি আঠটা ক্ষেত্ৰৰ বিষয়ে ঘোষণা কৰা গাঁথনিগত সংশোধনীসমূহ উল্লেখ কৰে৷

ক) কয়লা খণ্ড

কয়লা খণ্ডত বাণিজ্যিক খননৰ আৰম্ভণি

স্থিৰ টকা/টনৰ প্ৰণালীৰ বিপৰীতে ৰাজহ বিনিময় প্ৰণালী
পূৰ্বে কেৱল অন্তিম-ব্যৱহাৰ মালিকীস্বত্বৰ সৈতে সামান্য উপভোক্তাইহে নিবিদা দাখিল কৰিব পাৰিছিল
এতিয়া যিকোনো লোকে নিবিদা দাখিল কৰিব পাৰে আৰু মুক্ত বজাৰত বিক্ৰী কৰিব পাৰে
নিৰ্ধাৰিত সময়ৰ পূৰ্বে হোৱা উৎপাদনত ৰাজহ বিনিময়ত ৰেহাই৷
খ) খনি খণ্ড

খনি খণ্ডত ব্যক্তিগত বিনিয়োগৰ সুবিধাৰ সম্প্ৰসাৰণ

বাধাহীন ভাবে উদ্ঘাটন তথা খনন তথা উত্পাদন ব্যৱস্থাৰ সূচনা কৰা
মুক্ত আৰু স্বচ্ছ নিলাম ব্যৱস্থাৰ জৰিয়তে ৫০০ কয়লা ক্ষেত্ৰৰ আৱণ্টন কৰা
এলুমিনিয়াম উদ্যোগৰ প্ৰতিযোগিতামূলক সামৰ্থ্য বৃদ্ধিৰ বাবে বক্সাইট আৰু কয়লাৰ যৌথ নিলাম ব্যৱস্থাৰ সূচনা কৰা।এই পদক্ষেপে এলুমিনিয়াম উদ্যোগৰ বিদ্যুতৰ ব্যয় হ্ৰাস কৰাত সহায় কৰিব
গ) প্ৰতিৰক্ষা খণ্ড

প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদনত স্বাৱলম্বীতা বৃদ্ধি

প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদনৰ ক্ষেত্ৰত আত্ম নিৰ্ভৰতাৰ বাবে ‘মেক ইন ইণ্ডিয়া’ৰ জৰিয়তে বছৰ নিৰ্দ্ধাৰিত সূচীৰ সৈতে আমদানী নিষিদ্ধ কৰা সমৰাস্ত্ৰ-প্লেটফৰ্মৰ তালিকা ঘোষণা, আমদানীকৃত যন্ত্ৰাংশৰ থলুৱাকৰণ, আভ্যন্তৰীণ মূলভুতঃ সামগ্ৰী ক্ৰয়ৰ বাবে আচুতীয়া বাজেটৰ ব্যৱস্থা আৰু আমদানীকৃত প্ৰতিৰক্ষা সামগ্ৰীৰ বাবে হোৱা ব্যয় হ্ৰাস৷
অৰ্ডনেন্স ফেক্টৰী ব’ৰ্ডৰ ঔদ্যোগিকীকৰণৰ জৰিয়তে অস্ত্ৰৰ যোগানৰ ক্ষেত্ৰত অধিক স্বায়ত্বতা, দক্ষতা আৰু দায়ৱদ্ধতা
ঘ) অসামৰিক বিমান পৰিবহণ খণ্ড

অসামৰিক বিমান পৰিবহণৰ ক্ষেত্ৰত কাৰ্যক্ষম আকাশমাৰ্গ ব্যৱস্থাপনা

ভাৰতীয় বায়ু পথৰ ব্যৱহাৰৰ নিষেধাজ্ঞাসমূহ শিথিল কৰা হ’ব যাতে অসামৰিক বিমান পৰিবহণ অধিক দক্ষশীল হয়৷ বিমান পৰিবহণ খণ্ড ইয়াৰ জৰিয়তে প্ৰতি বছৰে প্ৰায় ১০০০কোটি টকাৰ লাভ আহৰণ কৰিব

ঙ) শক্তি খণ্ড

শুল্ক নীতিৰ সংস্কাৰ

ক. গ্ৰাহকৰ অধিকাৰ

ডিছকমৰ অদক্ষতা গ্ৰাহকৰ বাবে বোজা নহ’ব৷
ডিছকমৰ বাবে সেৱাৰ মানদণ্ড আৰু জড়িত জৰিমনা
ডিছকমে পৰ্যাপ্ত শক্তিৰ যোগান নিশ্চিত কৰিব লাগিব, লোড-শ্বেডিং জৰিমনা যুক্ত হ’ব
খ. উদ্যোগৰ উত্তৰণ

ক্ৰছ ছাবচিডীসমূহৰ উত্তৰণমূলক হ্ৰাস
মুক্ত ব্যৱহাৰত সময়ভিত্তিক অনুদান
উৎপাদন আৰু সংবহন প্ৰকল্প বিকশিত কৰাসকলক প্ৰতিদ্বন্ধীতাৰ জৰিয়তে বাচনি কৰা হ’ব
গ. ক্ষেত্ৰৰ বহনক্ষমতা

কোনো নিয়ামক সম্পত্তি নাথাকিব
জেনক’ছৰ সময়মতে পৰিশোধ
সমৰ্থনৰ বাবে ডিবিটি; স্মাৰ্ট প্ৰিপেইড মিটাৰ
মুঠ ৮,১০০ কোটি টকাৰ পুঁজিৰ উন্নত ‘ভায়েবিলিটি গেপ ফাণ্ডিং স্কীম’ ৰ জৰিয়তে সামাজিক আন্ত:গাঠনিৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ বিনিয়োগ বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

চৰকাৰে কোৱাণ্টাম অব্ ভায়েবিলিটী গেপ ফাণ্ডিং প্ৰতিটো প্ৰকল্প ব্যয়ৰ ভিজিএফ হিচাপে কেন্দ্ৰীয় আৰু ৰাজ্যিক/বৈধানিক সংস্থাৰ দ্বাৰা ৩০%লৈ বৃদ্ধি কৰিব

মহাকাশ সম্বন্ধীয় কাৰ্যকলাপত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধি

ভাৰতৰ মহাকাশ যাত্ৰাত ভাৰতীয় ব্যক্তিগত খণ্ডইও সহযাত্ৰীৰ ৰূপত অগ্ৰসৰ হ’ব৷ উপগ্ৰহ, উৎক্ষেপণ আৰু মহাকাশভিত্তিক সেৱাসমূহত ব্যক্তিগতখণ্ডৰ উদ্যোগসমূহকো অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হ’ব৷ ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণকাৰীসকলৰ বাবে অনুমানযোগ্য নীতি আৰু নিয়ামক পৰিবেশ প্ৰদান কৰা হ’ব৷ ব্যক্তিগত খণ্ডকো ইছ’ৰৰ সুবিধাসমূহ তথা অন্যান্য প্ৰাসংগিক সম্পদসমূহ তেওঁলোকৰ দক্ষতা উত্তৰণৰ বাবে ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা হ’ব৷ মহাকাশসম্বন্ধীয় অন্বেষণ, বহিঃবিশ্বৰ পৰিক্ৰমা আদিৰ ভৱিষ্যতৰ প্ৰকল্পসমূহ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া হ’ব৷ প্ৰযুক্তি-উদ্যমীসকললৈ ৰিম’ট ছেন্সিং প্ৰদানৰ বাবে লিবাৰেল জিঅ’-স্পেচিয়েল ডাটা পলিচীৰ সুবিধা প্ৰদান কৰা হ’ব৷

আণৱিক শক্তি সম্বন্ধীয় সংস্কাৰ

চিকিৎসা আইচটপৰ উৎপাদনৰ বাবে পিপিপিভিত্তিত গৱেষণা ৰিয়েক্টৰৰ স্থাপন-কৰ্কট আৰু অন্যান্য ৰোগৰ চিকিৎসাৰ বাবে ব্যয়সাধ্য চিকিৎসাৰ জৰিয়তে মানৱ কল্যাণৰ উত্তৰণৰ ব্যৱস্থা কৰা হ’ব৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d