Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

খালী ভৰিৰে খোজকঢ়া শ্ৰমিকক ছেণ্ডেল দিলে আৰক্ষীয়ে

publisher by publisher
May 20, 2020
in COVID-19, News
Reading Time: 1 min read
0
খালী ভৰিৰে খোজকঢ়া শ্ৰমিকক ছেণ্ডেল দিলে আৰক্ষীয়ে
1
SHARES
11
VIEWS
ShareShareShareShare

তলাবন্ধৰ সময়ত গৃহাভিমুখী শ্ৰমিকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে অন্ধ্ৰআৰক্ষী । ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজকাঢ়ি ঘৰলৈ বুলি আগবঢ়া শ্ৰমিক সকলৰ কষ্ট হ্ৰাস কৰাৰ উদ্দেশ্য অন্ধ্ৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান ডি তিৰুমাল ৰাওৱে গ্ৰহণ কৰিছে কেতবোৰ প্ৰশংসনীয় পদক্ষেপ । তপ্ত ৰাজপথেৰে খালী ভৰিৰে খোজকঢ়া শ্ৰমিকসকল অন্ধ্ৰ আৰক্ষীয়ে প্ৰদান কৰা ছেণ্ডেলক লৈ ইতিমধ্যে বাতৰি প্ৰকাশ পাইছে । উল্লেখ্য যে মাৰ্চত আৰম্ভ হোৱা তলাবন্ধই বৰ্তমান চতুৰ্থ পৰ্যায়ত প্ৰৱেশ কৰিছে । এই পৰিস্থিতিত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিজ নিজ ঘৰলৈ বুলি হেজাৰ হেজাৰ প্ৰৱাসী শ্রমিকে খোজকাঢ়িয়ে ৰাওনা হৈছে ।

ADVERTISEMENT

সূৰ্যৰ উত্তাপ তথা বৰষুণকো আওকাণ কৰি শ্ৰমিকসকলে অবিৰামভাৱে আগবাঢ়িছে ঘৰলৈ বুলি । প্ৰৱাসী শ্ৰমিক সকলে নিজ ঘৰত উপস্থিত হ’ব পৰাকৈ ৰেলৰ ব্যৱস্থা কৰা হৈছে যদিও ৰেলৰ ব্যৱস্থা এতিয়াও পৰ্যাপ্ত হৈ উঠা নাই । ফলত বহু শ্রমিকে ৰেলৰ অপেক্ষাত নাথাকি খোজকাঢ়িয়ে ঘৰলৈ বুলি আগবাঢ়িছে । দক্ষিণ ভাৰতৰ প্ৰতিখন ৰাজ্যতে পাৰাস্তম্ভ এতিয়া যথেষ্ট বৃদ্ধি পাইছে । কিন্তু ঘৰলৈ উভতিবলৈ উদগ্ৰীৱ হৈ থকা শ্ৰমিক সকলে এনে উষ্ণতাকো নেওচা দি আগবাঢ়িছে তপ্ত ৰাজপথেৰে । যাত্ৰা পথত শ্ৰমিক সকলে সন্মুখীন হোৱা অসুবিধাবিলাক দূৰ কৰিবলৈ সেয়েহে সিদ্ধান্ত লয় অন্ধ্ৰ আৰক্ষীয়ে । প্ৰবাসী শ্ৰমিক সকলে যাতে ক্ষুধাতুৰ হৈ থাকিবলগীয়া নহয় সেই কথা নিশ্চিত কৰিবলৈ আগবাঢ়ি আহিছে স্বয়ং আৰক্ষী সঞ্চালকপ্ৰধান ।

RelatedPosts

দেশত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ, বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা 

দেশত বৃদ্ধি পাইছে কৰ’নাৰ প্ৰকোপ

নতুন কৈ বৃদ্ধি পাইছে ক’ভিড সংক্রমণ, কেৱল এখন ৰাজ্যই বাদ পৰি ৰ’ল ক’ভিডৰ পৰা !

যাত্ৰাপথত শ্ৰমিকক খাদ্য আৰু পানীৰো ব্যৱস্থা কৰা হৈছে । খাদ্য আৰু পানীৰ বাবে পথৰ কাষে কাষে সাজি উলিওৱা হৈছে বিশেষ ‘ষ্টল’, কিন্ত আৰক্ষীৰ চকুত পৰে খালী ভৰিৰে খোজকাঢ়িবলৈ বাধ্য হোৱা শ্ৰমিক সকলক । অধিক সংখ্যক শ্ৰমিকৰে ভৰিত নাছিল জোতা অথবা ছেণ্ডেল । এই কথা দৃষ্টিলৈ অহাৰ পাছতে আৰক্ষী সঞ্চালকপ্ৰধানে শ্ৰমিক সকলক ছেণ্ডেল দিয়াৰ সিদ্ধান্ত লয় ।শ্ৰমিকসকলক ছেণ্ডেল দিব পৰাকৈ আৰক্ষীয়ে কথা পাতে কিছু সংখ্যক স্বেচ্ছাসেৱী সংস্থাৰে । শ্ৰমিক সকলক সহায়ৰ বাবে স্বেচ্ছাসেৱী সংস্থা আগবাঢ়ি অহাত আৰক্ষীয়েও লাভ কৰে সকাহ । ফলত খাদ্য-পানীৰ লগতে শ্ৰমিক সকলক আৰক্ষীয়ে আগবঢ়ায় বিনামূলীয়াকৈ এযোৰ ছেণ্ডেল । অন্ধ্ৰ আৰক্ষীয়ে শ্ৰমিক সকলক সহায় কৰিব পৰাকৈ ৰাষ্ট্ৰীয় ঘাইপথত ৭৯টা ‘ফুড কাউণ্টাৰ ‘ব্যৱস্থা কৰিছে । তদুপৰি শ্ৰমিক সকলক সকলো ধৰণৰ সহায় কৰাৰো আশ্বাস দিছে অন্ধ্ৰ আৰক্ষীয়ে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Andhra PradeshCovid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONALockdown
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d