Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

খালী ভৰিৰে খোজকঢ়া শ্ৰমিকক ছেণ্ডেল দিলে আৰক্ষীয়ে

publisher by publisher
May 20, 2020
in COVID-19, News
Reading Time: 1 min read
0
খালী ভৰিৰে খোজকঢ়া শ্ৰমিকক ছেণ্ডেল দিলে আৰক্ষীয়ে
1
SHARES
12
VIEWS
ShareShareShareShare

তলাবন্ধৰ সময়ত গৃহাভিমুখী শ্ৰমিকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে অন্ধ্ৰআৰক্ষী । ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজকাঢ়ি ঘৰলৈ বুলি আগবঢ়া শ্ৰমিক সকলৰ কষ্ট হ্ৰাস কৰাৰ উদ্দেশ্য অন্ধ্ৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান ডি তিৰুমাল ৰাওৱে গ্ৰহণ কৰিছে কেতবোৰ প্ৰশংসনীয় পদক্ষেপ । তপ্ত ৰাজপথেৰে খালী ভৰিৰে খোজকঢ়া শ্ৰমিকসকল অন্ধ্ৰ আৰক্ষীয়ে প্ৰদান কৰা ছেণ্ডেলক লৈ ইতিমধ্যে বাতৰি প্ৰকাশ পাইছে । উল্লেখ্য যে মাৰ্চত আৰম্ভ হোৱা তলাবন্ধই বৰ্তমান চতুৰ্থ পৰ্যায়ত প্ৰৱেশ কৰিছে । এই পৰিস্থিতিত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিজ নিজ ঘৰলৈ বুলি হেজাৰ হেজাৰ প্ৰৱাসী শ্রমিকে খোজকাঢ়িয়ে ৰাওনা হৈছে ।

ADVERTISEMENT

সূৰ্যৰ উত্তাপ তথা বৰষুণকো আওকাণ কৰি শ্ৰমিকসকলে অবিৰামভাৱে আগবাঢ়িছে ঘৰলৈ বুলি । প্ৰৱাসী শ্ৰমিক সকলে নিজ ঘৰত উপস্থিত হ’ব পৰাকৈ ৰেলৰ ব্যৱস্থা কৰা হৈছে যদিও ৰেলৰ ব্যৱস্থা এতিয়াও পৰ্যাপ্ত হৈ উঠা নাই । ফলত বহু শ্রমিকে ৰেলৰ অপেক্ষাত নাথাকি খোজকাঢ়িয়ে ঘৰলৈ বুলি আগবাঢ়িছে । দক্ষিণ ভাৰতৰ প্ৰতিখন ৰাজ্যতে পাৰাস্তম্ভ এতিয়া যথেষ্ট বৃদ্ধি পাইছে । কিন্তু ঘৰলৈ উভতিবলৈ উদগ্ৰীৱ হৈ থকা শ্ৰমিক সকলে এনে উষ্ণতাকো নেওচা দি আগবাঢ়িছে তপ্ত ৰাজপথেৰে । যাত্ৰা পথত শ্ৰমিক সকলে সন্মুখীন হোৱা অসুবিধাবিলাক দূৰ কৰিবলৈ সেয়েহে সিদ্ধান্ত লয় অন্ধ্ৰ আৰক্ষীয়ে । প্ৰবাসী শ্ৰমিক সকলে যাতে ক্ষুধাতুৰ হৈ থাকিবলগীয়া নহয় সেই কথা নিশ্চিত কৰিবলৈ আগবাঢ়ি আহিছে স্বয়ং আৰক্ষী সঞ্চালকপ্ৰধান ।

RelatedPosts

অন্ধ্ৰপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: বলেৰ’–ৰেডিমিক্স ল’ৰীৰ সংঘৰ্ষত আঠ জন নিহত, ১২ জন আহত

Amravati is new capital of Andhra Pradesh:অৱশেষত স্থায়ী ৰাজধানী লাভ কৰিলে অন্ধ্র প্রদেশে

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

যাত্ৰাপথত শ্ৰমিকক খাদ্য আৰু পানীৰো ব্যৱস্থা কৰা হৈছে । খাদ্য আৰু পানীৰ বাবে পথৰ কাষে কাষে সাজি উলিওৱা হৈছে বিশেষ ‘ষ্টল’, কিন্ত আৰক্ষীৰ চকুত পৰে খালী ভৰিৰে খোজকাঢ়িবলৈ বাধ্য হোৱা শ্ৰমিক সকলক । অধিক সংখ্যক শ্ৰমিকৰে ভৰিত নাছিল জোতা অথবা ছেণ্ডেল । এই কথা দৃষ্টিলৈ অহাৰ পাছতে আৰক্ষী সঞ্চালকপ্ৰধানে শ্ৰমিক সকলক ছেণ্ডেল দিয়াৰ সিদ্ধান্ত লয় ।শ্ৰমিকসকলক ছেণ্ডেল দিব পৰাকৈ আৰক্ষীয়ে কথা পাতে কিছু সংখ্যক স্বেচ্ছাসেৱী সংস্থাৰে । শ্ৰমিক সকলক সহায়ৰ বাবে স্বেচ্ছাসেৱী সংস্থা আগবাঢ়ি অহাত আৰক্ষীয়েও লাভ কৰে সকাহ । ফলত খাদ্য-পানীৰ লগতে শ্ৰমিক সকলক আৰক্ষীয়ে আগবঢ়ায় বিনামূলীয়াকৈ এযোৰ ছেণ্ডেল । অন্ধ্ৰ আৰক্ষীয়ে শ্ৰমিক সকলক সহায় কৰিব পৰাকৈ ৰাষ্ট্ৰীয় ঘাইপথত ৭৯টা ‘ফুড কাউণ্টাৰ ‘ব্যৱস্থা কৰিছে । তদুপৰি শ্ৰমিক সকলক সকলো ধৰণৰ সহায় কৰাৰো আশ্বাস দিছে অন্ধ্ৰ আৰক্ষীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Andhra PradeshCovid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONALockdown
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d