Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

নতুন কৈ বৃদ্ধি পাইছে ক’ভিড সংক্রমণ, কেৱল এখন ৰাজ্যই বাদ পৰি ৰ’ল ক’ভিডৰ পৰা !

publisher by publisher
June 1, 2025
in India, News
Reading Time: 1 min read
0
বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

উত্তৰ ছিকিমত একাধিক ভূমিস্খলন : লাচেনত আবদ্ধ শতাধিক পৰ্যটক, উদ্ধাৰ অভিযান আৰম্ভ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ভয়ংকৰ বৰষুণত ভাঙি পৰিল পথ

COVID-19 in India: দেশত নতুনকৈ দেখিবলৈ পোৱা গৈছে কৰ’না ভাইৰাছ। নতুনকৈ হোৱা এই ক’ভিডৰ প্ৰাদুৰ্ভাৱে ৩০০০ৰ সীমা অতিক্ৰম কৰিছে। পুনৰ গৃহবন্দী হোৱাৰ চিন্তাই উদ্বেগ সৃষ্টি কৰিছে।

ADVERTISEMENT

উল্লেখ্য যে ,যোৱা কিছুদিনৰ পৰা দেশৰ আন সকলো ৰাজ্যতে কৰ’না সংক্ৰমণ ধৰা পৰাৰ বিপৰীতে ছিকিমত আক্ৰান্তৰ সংখ্যা এতিয়াও শূন্য। (COVID-19 in India)

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰিসংখ্যাই এই ছবিখনেই দাঙি ধৰিছে।শনিবাৰলৈকে ভাৰতত সক্ৰিয় কৰ’না আক্ৰান্তৰ সংখ্যা আছিল ৩,৩৯৫ জন। কিন্তু ২২ মে’ পৰ্যন্ত দেশত সক্ৰিয় সংক্ৰমণৰ সংখ্যা আছিল ২৫৭ জন।অৰ্থাৎ সংক্ৰমণৰ সংখ্যা প্ৰায় ১২০০ শতাংশ বৃদ্ধি পাইছে।

কেৱল সেয়াই নহয়, যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ৬৮৫ জন লোক আক্ৰান্ত হৈছে। চাৰি জন লোকৰ মৃত্যু হৈছে। (Novel Coronavirus)

বৰ্তমান দেশৰ প্ৰায় সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে কৰ’না সংক্ৰমণ বৃদ্ধি পাইছে। কেৰালাত ১৩৩৬ জন, মহাৰাষ্ট্ৰত ৪৬৭ জন, দিল্লীত ৩৭৫ জন, গুজৰাটত ২৬৫ জন, কৰ্ণাটকত ২৩৪ জন, পশ্চিম বংগত ২০৫ জন, তামিলনাডুত ১৮৫ জন, উত্তৰ প্ৰদেশত ১১৭ জন আক্ৰান্তৰ সংখ্যা।আনকি পুডুচেৰীতো ৪১ জন আক্ৰান্ত লোক পোৱা গৈছে।

হাৰিয়ানাত আক্ৰান্ত লোকৰ সংখ্যা ২৬ জন।এই সকলোবোৰৰ মাজতো ছিকিমত আক্ৰান্ত লোকৰ সংখ্যা এতিয়াও শূন্য।

ছিকিমত এতিয়ালৈকে এজনো আক্ৰান্ত ব্যক্তি পোৱা নগ’ল, যি চিকিৎসকসকলে যথেষ্ট উৎসাহজনক বুলি মন কৰিছে। ২০২৫ চনত এই পৰ্যন্ত ভাৰতত ২৬ জন কৰ’না ৰোগীৰ মৃত্যু হৈছে।

নতুন কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ক’ভিড-১৯ৰ উপ-ভেৰিয়েণ্ট LF.7 আৰু NB.1.8.1ক জগৰীয়া কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। যদিও সংক্ৰমণৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে, বৰ্তমান চিকিৎসকৰ মতে এই দুবিধ প্ৰজাতিৰ আক্ৰমণ ইমান বিপজ্জনক নহয়।

কিন্তু কোমৰবিডিটি হ’লে পৰিস্থিতি ভয়াৱহ হ’ব পাৰে বুলি আশংকা কৰা হৈছে। তথ্য অনুসৰি,বৰ্তমান বজাৰত উপলব্ধ ভেকচিনে এই নতুন ষ্ট্ৰেইনক প্ৰতিৰোধ কৰিব পাৰে। অৱশ্যে এই দুটা নতুন প্ৰজাতিৰ ওপৰত গৱেষণা চলি আছে।

বৰ্তমান যিসকল লোক আক্ৰান্ত হৈছে তেওঁলোকৰ লক্ষণ সাধাৰণ ফ্লুৰ দৰেই। জ্বৰ, নাকৰ পৰা পানী ওলোৱা, ডিঙিৰ বিষ, ভাগৰুৱা হোৱা দেখা যায়। সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন ৰাজ্যৰ চৰকাৰে চিকিৎসালয় প্ৰস্তুত কৰিবলৈ কোৱা হৈছে।

পৰ্যাপ্ত বিচনা, অক্সিজেন, টেষ্টিং কিট আৰু ভেকচিন উপলব্ধ হোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। কোমৰবিডিটি থকাসকলক মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিছে চিকিৎসকে। মানুহক ভিৰৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CoronaCovid-19Sikkim
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d