Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

নতুনকৈ ভাৰততে হ’ব ১০ কোটি চৰম দৰিদ্ৰ

publisher by publisher
June 13, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
নতুনকৈ ভাৰততে হ’ব ১০ কোটি চৰম দৰিদ্ৰ
17
SHARES
170
VIEWS
ShareShareShareShare

বিশ্বজুৰি কৰ’নাৰ পৰিস্থিতিত চৰম দৰিদ্ৰ লোকৰ সংখ্যা হ’ব কমেও ১১২ কোটি । ইয়াৰ কমেও ১০ কোটি হ’ব ভাৰতৰ। শেহতীয়া গৱেষণাত প্ৰকাশ যে মাৰাত্মক কৰ’নাৰ আক্ৰমণ  আৰু ইয়াৰ সমান্তৰালভাৱে তলাবন্ধৰ ফলত অতিৰিক্তভাৱে সমগ্ৰ বিশ্বৰে ৪০ কোটি মানুহ চৰমতম দৰিদ্ৰতাৰ স্বীকাৰ হ’ব। কেৱল ভাৰততে দৰিদ্ৰৰ চৰম সীমাত উপনীত হ’ব আৰু ছয় কোটি মানুহ ৷ যিসলৰ দৈনিক আয় হ’ব ১৪৪ টকা ৷ আন্তৰ্জাতিক এক সংস্থাৰ গৱেষণাত এই উদ্বেগজনক তথ্য প্ৰকাশিত হৈছে ৷ আজি ৰাষ্ট্ৰসংঘৰ অধীনস্থ “ইউ এন ইউ ৱাইডাৰ”ৰ গৱেষণা পত্ৰত প্ৰকাশ কৰা হৈছে যে তলাবন্ধৰ ফলত বিশ্বৰ অৰ্থনীতিৰ যি অৱস্থা হৈছে তাৰ ফলত আগন্তুক দিনত বিশ্বত দৰিদ্ৰৰ চিত্ৰ এনেদৰেই অংকিত হ’ব।

ADVERTISEMENT

বৰ্তমান অতিৰিক্ত ৪০ কোটি অধিক লোক দৰিদ্ৰতাৰ জ্বালা যান্ত্ৰণা ভূগিব লাগিব । ইতিমধ্যে বিশ্ব বেংকে কৈছে যে কৰ’না পৰিস্থিতিত বিশ্বৰ চৰম দৰিদ্ৰতাৰ চিকাৰ হ’ব সাতৰ পৰা ১০ কোটি মানুহ ৷ দৰিদ্ৰ মানুহৰ আৰ্থিক অৱস্থা বুজাবলৈ বিশ্ব বেংকে কেইটামান মাত্ৰা নিৰ্ধাৰণ কৰিছে। তাৰে এটি হ’ল মানুহৰ আয় দৈনিক ১৪৪.২৪ বা ১.৯০ ডলাৰ অথবা তাতকৈ কম ৷ বিশ্ব বেংকৰ সংজ্ঞা অনুসৰি এই শ্ৰেণীৰ আয়ৰ মানুহকে কোৱা হয় চৰমতম দৰিদ্ৰতাৰ স্বীকাৰ ৷ ইপিনে যিসকল লোকৰ আয় দৈনিক ৪১৭.৪১ টকা অথবা ৫.৫০ ডলাৰ, তেওঁলোকক কোৱা হৈছে অধিক দৰিদ্ৰ ৷ গৱেষকসকলৰ মতে এই চৰমতম দৰিদ্ৰতাৰ ফলত আগন্তুক দিনত বিশ্বত দৰিদ্ৰৰ চৰম সীমাত উপনীত হ’ব  অন্তত ১১২ কোটি মানুহ ৷ তদুপৰি অতি বেছি দৰিদ্ৰৰ শ্ৰেণীত পৰিব কমেও তিনিশ ৭০ কোটি মানুহ ।

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

এই পৰিসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ আধাতকৈ বেছি ৷ গৱেষণাত প্ৰকাশ যে পৰিস্থিতিৰ সৰ্বাধিক অৱনতিৰ ফলত কোনো নিৰ্দিষ্ট অঞ্চলত মানুহৰ গড় বছৰি আয় কমেও ২০ শতাংশ কমি যাব । এই গৱেষকসকলৰ অন্যতম সদস্য এণ্ডি ছামনাৰে কয় “বিভিন্ন দেশৰ চৰকাৰসমূহে যদি জৰুৰীকালীন ভিত্তিত এইসকল মানুহৰ কল্যাণৰ বাবে আৰু কিছু পদক্ষেপ গ্ৰহণ নকৰে তলাবন্ধৰ ফলত প্ৰতিদিনে গৰিৱ লোকৰ আয় যিদৰে মাৰ খাইছে সেয়া পূৰণ কৰাৰ লক্ষ্যত কোনো সদৰ্থক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে ৷তেতিয়া হ’ল সমগ্ৰ বিশ্বত গৰিৱসকলৰ ভৱিষ্যত বুলি একো নাথাকিব ।” গৱেষকসকলৰ মতে এই চৰমতম দৰিদ্ৰতাতো অঞ্চল ভেদে বৈষম্য থাকিব । ক’ৰবাত সেয়া কম আৰু ক’ৰবাত বেছি হ’ব ৷ সৰ্বাধিক কৰণ অৱস্থা হ’ব দক্ষিণ এছিয়াৰ দেশসমূহত ৷ তাৰ ভিতৰত প্ৰথমৰ ফালে আছে জনসংখ্যা বহুল দেশ ভাৰতৰ নাম ৷ তাৰ পাছত আছে ছাহাৰা মৰুভূমি সংলগ্ন দেশসমূহ ৷ সমগ্ৰ বিশ্বত যি ১১২কোটি মানুহ চৰম দৰিদ্ৰতাৰ চিকাৰ হ’ব তাৰে এক তৃতীয়াংশ আফ্ৰিকাৰ এনে দেশসমূহৰ নাগৰিক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CORONAVIRUSCovid-19FIGHT AGAINST CORONAindiaINDIA FIGHTS COVID-19Proverty
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d