Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

নিউজপ্রিন্টকে ধৰি মুদ্রণ সামগ্রীত ২০ শতাংশ মূল্যবৃদ্ধি

publisher by publisher
March 26, 2026
in National
Reading Time: 1 min read
0
Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

IOCL Pressmeet:ইন্ধনৰ নাটনি, সাম্প্ৰতিক পৰিৱেশক লৈ আইঅচিৰ সংবাদমেল

Impact of Middle East war on India:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহুৰ আঁকোৰগোঁজালিত সূত্রপাত ঘটা মধ্যপ্রাচ্য যুদ্ধৰ অশুভ প্রভাৱ পৰিছে বাতৰি কাকত আৰু অন্যান্য ছপা কর্মতো। এই ভয়াৱহ যুদ্ধৰ পৰিপ্ৰেক্ষিতত নিউজ প্রিন্টকে ধৰি মুদ্রণত ব্যৱহৃত সকলো সা-সামগ্রীত ২০ শতাংশ পর্যন্ত মূল্যবৃদ্ধি ঘটিছে। সম্প্রতি উন্নতমানৰ প্রিমিয়াম নিউজ প্রিণ্টৰ মূল্য প্রতি কিলোগ্রামত ৬৮.৩৫ টকাৰ পৰা ৭৫.৬০ টকালৈ বৃদ্ধি পাইছে। একেদৰে মধ্যমীয়া মানৰ নিউজ প্রিণ্টৰ মূল্য প্রতি কিলোগ্রামত ৫৮.৮০ টকাৰ পৰা ৬৮.২৫ টকালৈ আৰু তাতকৈ কম মানৰ নিউজ প্রিণ্টৰ মূল্য ১০ কিলোগ্রামত ৫১.৪৫ টকাৰ পৰা ৫৯.৮৫ টকালৈ বৃদ্ধি পাইছে। একেদৰে ছপাশালত ব্যৱহৃত চিয়াহীকে ধৰি অন্যান্য মুদ্রণ সামগ্ৰীৰো মূল্য কমেও শতাংশ পর্যন্ত বৃদ্ধি পাইছে। কাজেই ইয়ে ঘাইকৈ ছপা মাধ্যমৰ প্ৰতি প্রত্যাহ্বান কঢ়িয়াই আনিছে। অত্যধিক মূল্যবৃদ্ধিৰ হেঁচা এই খণ্ডই বহন কৰিবলগীয়া হোৱাৰ আশংকা প্রকট হৈছে। লক্ষ্যণীয় যে অনেক ব্যক্তিৰ সংস্থাপনৰ বাট মুকলি কৰা তথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ভূমিকা পালন কৰি অহা সংবাদপত্ৰসমূহৰ সংকটক লৈ অসম চৰকাৰে গা এৰা দিয়াৰ আচৰণ কৰি আহিছে। বিগত ১২ বছৰে ৰাজ্য চৰকাৰে বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি কৰা নাই; অথচ বিগত সময়ত নিউজ প্রিন্টকে ধৰি মুদ্ৰণত ব্যৱহৃত সকলো সামগ্ৰীৰ মূল্য কে’বাগুণে বৃদ্ধি পায়। তৎসত্ত্বেও ২০১৪ৰ পাছৰ পৰা ৰাজ্য চৰকাৰে বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি কৰা নাই। কেৱল ভোট লাভেৰে ক্ষমতা দখলৰ অংকৰে এখনৰ পাছত আনখন বিনামূলীয়া আঁচনি ৰূপায়ণ কৰি অহা ৰাজ্য চৰকাৰে এক দশকৰো অধিক কাল ধৰি বাতৰি কাকতৰ বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি নকৰাটো ৰহস্যজনক। এই সংক্রান্তত ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশো প্রদান কৰিছে যদিও চৰকাৰে তালৈ কাণসাৰ কৰা নাই।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Impactincrease of newprintindiaMiddle East War
publisher

publisher

Related Posts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
India

September 25, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন
National

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d