Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্বদলীয় বৈঠকত সহযোগিতা সকলো দলৰ

publisher by publisher
June 19, 2020
in India, News
Reading Time: 1 min read
0
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্বদলীয় বৈঠকত সহযোগিতা সকলো দলৰ
2
SHARES
17
VIEWS
ShareShareShareShare

গালৱানত চীনে ভাৰতীয় সৈনিক ওপৰত কৰা আক্ৰমণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা সৰ্বদলীয় বৈঠকখনত সকলোৱে সহযোগিতা আগবঢ়াইছে । এই বৈঠকখনত ২০ টা দলে অংশ লৈছিল । ইয়াৰ ভিতৰত তৃণমূলকে ধৰি ১০ টা দলেই চৰকাৰৰ পক্ষক লৈ কয় যে প্ৰয়োজন অনুসাৰে আমি চৰকাৰৰ লগত আছো । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই কয় যে চৰকাৰ শক্তিশালী, দুৰ্বল নহয় ৷ লগতে উৰ্দ্ধৱ থাকৰেই চীনক সমালোচনা কৰি কয় যে আমাৰ চৰকাৰৰ চীনক ৰুধিব পৰা শক্তি আছে । কিন্তু ইয়াৰ বিপৰীতে কেৱল কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক অনুসন্ধানৰ ওপৰত বিভিন্ন প্ৰশ্ন কৰে ।

ADVERTISEMENT

কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে মোদীক প্ৰশ্ন কৰি কয় যে এই বৈঠকখন কিছুদিন পূৰ্বেই হ’ব লাগিছিল ৷ এতিয়াও ভাৰত চীন  সীমান্তৰ সন্দৰ্ভত বহু কথা পোহৰলৈ অহা নাই। চীনৰ সৈনিক ভাৰতীয় সেনাক আক্ৰমণ কৰাৰ কথা চৰকাৰে কেতিয়া জানিলে সেয়া আমি জানিব বিচাৰো ৷ লগতে চৰকাৰৰ পৰা কিছুমান চেটেলাইটৰ ছবিও বিচাৰে ছোনিয়াই । ইফালে তৃণমূল কংগ্ৰেছে ছোনিয়া গান্ধীৰ বিপৰীতে গৈ চৰকাৰৰ পক্ষ লৈ কয় যে সৰ্বদলীয় বৈঠকখন সম্প্ৰতি অতিকে প্ৰয়োজনীয় ৷ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে আমি সকলো একত্ৰিত হৈ আছো আৰু আমাৰ সৈনিকসকলো সুৰক্ষিত হৈ আছে ৷ জনতা দল ইউনাইটেডৰ অধ্যক্ষ নীতিশ কুমাৰে কয় যে সমগ্ৰ দেশ চীনৰ বিৰুদ্ধে স্থিতি লৈছে ।গতিকে এই সময়ত আমাৰ মাজত কোনো মতভেদ থাকিব নালাগে ।

RelatedPosts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

আনহাতে চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে ৷ ইয়াৰোপৰি ডিএমকে, এনপিপি, তেলেংগনাৰ মুখ্যমন্ত্ৰীয়েও প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত সম্পূৰ্ণ আশ্বাস প্ৰদান কৰে। উল্লেখযোগ্য যে দেশৰ সীমান্ত সমস্যাৰ সন্দৰ্ভত বিগত ৬ বছৰত এইখন তৃতীয়বাৰৰ কাৰণে অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠক ৷ বিগত বৰ্ষত পুলৱামাত হোৱা আক্ৰমণৰ পিছত ১৬ ফ্ৰেব্ৰুৱাৰীত সকলো দলে বৈঠক অনুষ্ঠিত কৰিছিল ৷ ইয়াৰ পূৰ্বে চাৰ্জিকেল ষ্টাইকৰ পিছত ২০১৬ ৰ ২৯ ছেপ্তেম্বৰত হৈছিল আন এখন সৰ্বদলীয় বৈঠক। অৱশ্যে এই দুয়োখন বৈঠকৰ অধ্যক্ষতা কৰিছিল ৰাজনাথ সিঙে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CHAINAindiaNarendra ModiSonia Gandhi
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d