Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ন’বেল লাভ নকৰাৰ অভিমানত হাওৰা দলঙৰ ওপৰলৈ উঠিল মহিলা

publisher by publisher
July 12, 2020
in India, News
Reading Time: 1 min read
0
ন’বেল লাভ নকৰাৰ অভিমানত হাওৰা দলঙৰ ওপৰলৈ উঠিল মহিলা
1
SHARES
8
VIEWS
ShareShareShareShare

ন’বেল পুৰস্কাৰ নোপোৱাৰ অভিমানত পুনৰ হাওৰা দলঙৰ শীৰ্ষত উঠিল পশ্চিমবংগৰ অশোক নগৰৰ বাসিন্দা ডলি ঘোষ ৷অৱশ্যে বিশেষ কোনো অঘটন অবিহনেই মহিলাগৰাকীক সুৰক্ষিতভাৱে নমাই আনিবলৈ সক্ষম হয় সেই সময়ত দলঙৰে যাতায়ত কৰা একাংশ লোকে ৷উদ্ধাৰ কৰি দলঙৰ পৰা নমাই অনাৰ সময়ত অতি বিপজ্জনকভাৱে মহিলাগৰাকীয়ে ওলমি আছিল দলংখনৰ ৰেলিঙত ৷

ADVERTISEMENT

স্বাভাৱিকতে দলঙৰ পৰা নমাই অনাৰ পাছত মহিলাগৰাকীৰ সাময়িক ঠিকনা হৈ পৰে স্থানীয় আৰক্ষী থানা ৷উদ্ধাৰকাৰী সকলে ডলি  ঘোষক গতাই দিয়ে স্থানীয় উত্তৰবন্দৰ থানাৰ আৰক্ষীৰ হাতত ৷উল্লেখ্য যে প্ৰায় এমাহ পূৰ্বেও মহিলাগৰাকীয়ে একেটা কামকে কৰিছিল ৷

RelatedPosts

WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ

First phase election in WB:পশ্চিমবংগ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব বৃহস্পতিবাৰে

Assam Assembly Election:এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সুযোগত বিহাৰ-পশ্চিমবংগৰ পৰা ২৬শ বাহন আমদানি

যোৱা সাত জুনৰ সন্ধিয়া সময়ত মহিলাগৰাকীয়ে ওলাই গৈ দলংখনৰ একেবাৰে ওপৰ পাইছিলগৈ ৷প্ৰথম চেষ্টাৰ সময়ত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ যৌথ প্ৰয়াসত দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত মহিলাগৰাকীক তললৈ নমাই আনিবলৈ সক্ষম হৈছিল ৷কিন্তু মহিলাগৰাকীয়ে একে কামকে পুনৰ কিয় কৰিবলৈ চেষ্টা কৰিলে? ইয়াৰ উত্তৰত আশোক নগৰৰ বাসিন্দা ডলি ঘোষে কয় যে নিজ গৱেষণামূলক কাম কাজৰ যাৱতীয় সম্পূৰ্ণ প্ৰতিবেদন ন’বেল কমিটীলৈ তেওঁ প্ৰেৰণ কৰিছিল ৷

ইয়াৰ স্বীকৃতি স্বৰূপে কমিটীয়ে তেওঁক পুৰস্কাৰ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণো জনায় ৷কিন্তু সেই সময়ত বয়স কম হোৱা হেতুকে তেওঁ পুৰস্কাৰ গ্ৰহণ নকৰিলে ৷মহিলাগৰাকীয়ে নিজে এই দাবী কৰাৰ লগতে কয় যে পৰৱৰ্তী সময়ত তেওঁ পাবলগীয়া ন’বেল পুৰস্কাৰ তেওঁৰ পৰিৱৰ্তে অমৰ্ত্য সেনক দিয়া হয় ৷কিন্তু অমৰ্ত্য সেনে কৰা কামৰ অধিকখিনি মহিলাগৰাকীয়ে নিজে কৰা বুলি দাবী কৰিছে ৷

ন’বেল কমিটীৰ এনে কাৰ্যতে অভিমান কৰি মহিলাগৰাকীয়ে হাওৰা দলঙৰ শীৰ্ষত উঠি বহি লৈছিল৷ অৱশ্যে দলঙৰ পৰা নামি ইয়াৰ পূৰ্বেও একে ভূলকে কৰিছিল যোৱা সাত জুনত ৷ডলি ঘোষে পুনৰ দাবী কৰি কয় যে তেওঁ তেওঁৰ গৱেষণা পত্ৰ ন’বেল কমিটিৰ হাতত জমা দিছিল। মহিলাগৰাকীৰ মতে ন’বেল পুৰস্কাৰ তেওঁৰ প্ৰাপ্য যদিও ন’বেল কমিটীয়ে এই পুৰস্কাৰ তেওঁক দিয়া নাই ৷

ইপিনে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে এই পৰ্যন্ত কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷কিন্তু হাওৰা দলঙৰ দৰে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত থকা এখন দলঙৰ ওপৰলৈ এগৰাকী মহিলাই প্ৰায় এটা মাহৰ ভিতৰতে দুবাৰকৈ বিধি নিষিদ্ধভাৱে উঠিবলৈ সক্ষম হোৱাক লৈ স্থানীয় আৰক্ষীয়ে তীব্ৰ সমালোচনা কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Nobel PrizeWEST BENGAL
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d