মানস কোঁৱৰৰ পিছত এইবাৰ NIA ৰ বিশেষ আদালতে জামিন মঞ্জুৰ কৰিছে বিতু সোনোৱালৰ ৷ ৩০ হাজাৰ টকাৰ আমানতত হ’ব জামিন মঞ্জুৰ ৷ আনহাতে ১৭ জুলাইত হ’ব ধৈৰ্য কোঁৱৰৰ জামিনৰ ৰায়। ইপিনে ডিচেম্বৰ মাহতে মাওবাদীৰ স’তে থকা সম্পৰ্কৰ ভিত্তিত ডিচেম্বৰ মাহত গ্ৰেপ্তাৰ কৰিছিল বিতু সোনোৱালক । সম্প্ৰতি ক’ভিড-১৯ত আক্ৰান্ত হৈ জি এম চি এইচত চিকিৎসাধীন হৈ আছে বিতু সোনোৱাল ৷
ADVERTISEMENT