Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Severe heat waves in Assam:ৰাজ্যত পাৰাস্তম্ভ উর্ধ্বমুখী, উত্তাপ স্বাভাৱিকতকৈ পাঁচ ডিগ্রী বৃদ্ধি

অসমৰ ভিতৰত সর্বাধিক উত্তপ্ত অঞ্চল মাজবাট

publisher by publisher
June 12, 2025
in Assam, News, Weather
Reading Time: 2 mins read
0
Severe heat waves in Assam:ৰাজ্যত পাৰাস্তম্ভ উর্ধ্বমুখী, উত্তাপ স্বাভাৱিকতকৈ পাঁচ ডিগ্রী বৃদ্ধি
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Severe heat waves in Assam:

গ্ৰীষ্মৰ পাৰাস্তম্ভ ৰাজ্যত ক্রমে উর্ধ্বমুখী হৈছে। বিশেষকৈ যোৱা দুদিন পাহাৰীয়া জিলা তিনিখনক বাদ দি সকলো জিলাতে তাপমাত্ৰাৰ পৰিমাণ স্বাভাৱিকতকৈ ঊর্ধ্বত আছে। এই মাত্রা আগন্তুক ৪৮ ঘণ্টাত আৰু অধিক বৃদ্ধি হ’ব বুলি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে। অসমত গ্রীষ্মৰ সময়ছোৱাত স্বাভাৱিক তাপমাত্ৰাৰ উর্ধ্বসীমা হ’ল ৩৫ ডিগ্রী চেলচিয়াছ। ৰাজ্যখনৰ অধিকাংশ জিলাতে তাপমাত্ৰাৰ পৰিমাণ স্বাভাৱিকতকৈ তিনি-পাঁচ ডিগ্রী চেলচিয়াছ বৃদ্ধি হয়। আনহাতে, জলবায়ুত আৰ্দ্ৰতাৰ পৰিমাণ বেছি হৈ থকাত উত্তাপৰ অনুভৱ আৰু অধিক বেছি হয়। বুধবাৰে গুৱাহাটীত দিনৰ ভাগত উত্তাপৰ সৰ্বোচ্চ পৰিমাণ আছিল ৩৭.৩ ডিগ্রী চেলচিয়াছ। ডিব্ৰুগড়ত এই পৰিমাণ আছিল ৩৭.৭ ডিগ্রী চেলচিয়াছ। তেনেদৰে তেজপুৰত ৩৭.৫, শিলচৰত ৩৭, ধুবুৰীত ৩৬.১, যোৰহাটত ৩৭.৬ আৰু উত্তৰ লখিমপুৰত ৩৮ ডিগ্রী চেলচিয়াছ।

ADVERTISEMENT

ইপিনে, অঞ্চল ভিত্তিত ৰাজ্যৰ ভিতৰতে সর্বোচ্চ তাপমাত্রা আছিল মাজবাটত। মাজবাটত এই পৰিমাণ আছিল ৩৮.৮ ডিগ্রী চেলচিয়াছ। তাৰ পাছতে চাপৰমুখত ৩৮.৬, ৰঙিয়াত ৩৭.৬, গুৱাহাটীত ৩৭.৪ আৰু লামডিঙতো ৩৭.৪ ডিগ্রী চেলচিয়াছ আছিল।

আজি ৰাজ্যৰ জিলাসমূহৰ ভিতৰত বতৰ অধিক উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ সম্ভাৱনা থকা জিলাকেইখন হ’ল- বাকসা, তামুলপুৰ, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, ডিমা হাছাও, শ্রীভূমি, হাইলাকান্দি আৰু কাৰ্বি আংলং। ইয়াৰ বিপৰীতে ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া আৰু কাছাৰৰ বতৰ সম্পূৰ্ণ ফৰকাল হৈ থাকিব।

গতিকে এই জিলাকেইখনতো উষ্ণতাৰ প্ৰভাৱ থাকিব। আজি গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, শ্রীভূমি, হাইলাকান্দি, ডিব্রুগড়, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট আদি জিলাৰ কোনো কোনো অংশত বতাহৰ স’তে সাধাৰণ এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। তাৰ পাছত আৰু ১৫ জুনলৈ ৰাজ্যৰ কোনো অঞ্চলত বৰষুণ হোৱাৰ সম্ভাৱনা নাই দিনৰ ভাগত গৰমৰ প্রকোপত গুৱাহাটীৰ দৰে ব্যস্ত মহানগৰৰ ৰাজপথো স্বাভাৱিক দিনতকৈ যথেষ্ট সেৰেঙা হৈ থাকে। গৰমৰ প্ৰকোপত বহু লোক অসুস্থ হৈ পৰিছে।

ইপিনে, উষ্ণতা বৃদ্ধিৰ সমান্তৰালকৈ ৰাজ্যত বিদ্যুতৰ চাহিদাও বৃদ্ধি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিদ্যুতৰ নাটনিও বাঢ়িছে। সেয়েহে কামৰূপ মহানগৰক ধৰি নিৰ্দিষ্ট চাৰি-পাঁচখন জিলাৰ মুখ্য অঞ্চলত বিদ্যুৎ যোগান পাৰ্যমানে স্বাভাৱিক কৰি ৰখাৰ চেষ্টা চলোৱাৰ বিপৰীতে আন সকলো জিলাতে লোডশ্বেডিঙৰ মাত্রা বৃদ্ধি হৈছে। বৰপেটাকে ধৰি কে’বাখনো জিলাত ধাৰবাহিকভাৱে বিদ্যুৎ কর্তন হ’বলগীয়া সময়ো অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল) এ ধার্য কৰি দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamIMD REPORTSevere heat waves
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d