Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

    বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nine people died in the heat wave in Assam: ৰাজ্যত উৎকট গৰমত কমেও নজনে প্রাণ হেৰুৱালে

মহানগৰীৰৰ জাপৰিগোগ আৰু নাৰেংগীত দুজন, লখিমপুৰ, বঙাইগাঁও, ডুমডুমাত ৩ জনৰ,পূর্বে জুৰীয়া, ডিফু, গোৱালপাৰাত মৃত্যু ৩জনৰ,দুলীয়াজানত মৃত্যু এজনৰ ,বহু ছাত্র-ছাত্রী অসুস্থ হৈ পৰিল, শনিবাৰে গুৱাহাটী সহ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হ'ল বৰষুণ

publisher by publisher
June 14, 2025
in Assam, News, Weather
Reading Time: 2 mins read
0
Nine people died in the heat wave in Assam: ৰাজ্যত উৎকট গৰমত কমেও নজনে প্রাণ হেৰুৱালে
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

Nine people died in the heat wave in Assam:

উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ বিগত তিনিটা দিনত প্ৰচণ্ড গৰমৰ বাটে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে ৷ এইকেইটা দিনত প্ৰচণ্ড গৰমত গুৱাহাটী সহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও নজন লোকে প্রাণ হেৰুৱায়। বিগত দিনসমূহত পাৰাস্তম্ভ স্বাভাৱিকতকৈ কমেও সাত ডিগ্রী অধিক হৈছে। মৌচুমীৰ প্ৰৱেশ ঘটিলেও অসমকে ধৰি সমগ্ৰ উত্তৰ-পূর্বাঞ্চলকে এক খৰাংসদৃশ পৰিস্থিতি, উচ্চ মাত্ৰাৰ আৰ্দ্ৰতা আৰু বাতাবৰণৰ বর্ধিত তাপমাত্ৰাৰ বাবে উৎকট গৰম অনুভূত হৈছে।

ADVERTISEMENT

বতৰ বিজ্ঞান কেন্দ্ৰৰ পূৰ্বানুমান সত্য প্ৰমাণিত কৰি আৰম্ভ হ’ল বৰষুণ ৷ উৎকট গৰমৰ মাজতে অৱশেষত স্বস্তিৰ নিশ্বাস ৷ গুৱাহাটী সহ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হ’ল বৰষুণ ৷ শনিবাৰে দুপৰীয়া দিয়া এজাক মুষলধাৰ বৰষুণে শাত পেলাই মহানগৰবাসীক ৷ বাতৰি যুগুত কৰা লৈকে অব্যাহত আছে নেৰানেপেৰা বৰষুণ ৷

আন তাপমাত্ৰাই ৰাজ্যৰ বিভিন্ন স্থানত ৩৮ ডিগ্রী স্পৰ্শ কৰিছে। শুক্ৰবাৰে দিনটোত মহানগৰীৰ পৰা আৰম্ভ কৰি বঙাইগাঁও, ডুমডুমা, ধেমাজি, নাৰায়ণপুৰত কে’বাজনো লোকৰ উৎকট গৰমৰ বাবে মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। একেদৰে ডিব্ৰুগড়ত পাঠদানৰ মাজতে দুজন ছাত্র-ছাত্রী ঢলি পৰি আইচিইউত চিকিৎসাধীন হ’ব লগা হৈছে।

প্রাপ্ত তথ্য অনুসৰি নুনমাটি থানাৰ অন্তৰ্গত নাৰেংগীৰ ফ’ৰেষ্ট গেটৰ কৈলাশ নগৰত ঘৰৰ ভিতৰৰ পৰা শোভন বড়ো (৫০) নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। গৰমৰ বাবে লোকজনৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ প্রকাশ কৰে। ঘৰৰ পৰা দুৰ্গন্ধ বিয়পাৰ পাছত আৰক্ষীক স্থানীয় লোকে অৱগত কৰে আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

আৰক্ষীয়ে জনোৱা মতে, অকলশৰীয়া লোকজনে বিগত কমেও ২০ বছৰ ধৰি অঞ্চলটোৰ নিৱাসী। এটা পৰিত্যক্ত ঘৰৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছতে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে সদৰী কৰে। গণেশগুৰিতো আৰক্ষীয়ে গাড়ীচালক এজনৰ মৃতদেহ উদ্ধাৰ কৰে। গুল মহম্মদ আলী নামৰ লোকজনে আজিও কর্তব্যলৈ অহাৰ পাছতে হঠাতে অসুস্থ অনুভৱ কৰে। চাহ খাবলৈ এখন হোটেলত যোৱাৰ পাছত তেওঁ তাতে ঢলি পৰে। গুল মহম্মদে আৰক্ষীৰ গাড়ী চলাইছিল, তেওঁ আছিল এজন ব্যক্তিগত গাড়ীচালক। পৰিয়ালৰ লোকে জনোৱা মতে, উচ্চ ৰক্তচাপৰ সমস্যাত ভুগিছিল মৃত গুল মহম্মদ। গৰমৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। মৃতদেহ গণেশগুৰিৰ এখন হোটেলৰ পৰা উদ্ধাৰ কৰা হয়।

ইপিনে, বঙাইগাঁৱৰ ২২ নম্বৰ ৱাৰ্ডৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ সমীপতে এটা মৃতদেহ উদ্ধাৰ হয় যদিও চিনাক্ত হোৱা নাই। ডুমডুমাৰ সুৰেন চানু (৫৮) নামৰ শ্রমিকজনে বাগিচাত কাম কৰি থাকোতে অচেতন হৈ পৰে আৰু চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। তীব্ৰ গৰমত চানুৱে তাৰা টি স্টেটৰ কাম কৰি থকাৰ সময়তে এই হৃদয়বিদাৰক ঘটনা সংঘটিত হয়। প্রচণ্ড গৰমৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। একেদৰে লখিমপুৰৰ নাৰায়ণপুৰত গৰমৰ ফলত ৰাম দত্ত নামৰ লোকজনে মৃত্যুক সাবটি লয়। মৃত লোকজন অসম-অৰুণাচল সীমান্তৰ কল্যাশপুৰ গাঁৱৰ বাসিন্দা।

ইপিনে, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অভিজ্ঞান ফুকন নামৰ ছাত্ৰজনৰো গৰমৰ বাবে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

ইপিনে, ডিব্ৰুগড়ত গ্রীষ্ম দহন সহ্য কৰিব নোৱাৰি কে’বাগৰাকী ছাত্র-ছাত্রী শিক্ষানুষ্ঠানতে ঢলি পৰে। ডিব্ৰুগড়ৰ কে’বাখনো শিক্ষানুষ্ঠানত এই ঘটনা সংঘটিত হয়। সম্প্রতি আইচিইউত দুগৰাকী চিকিৎসাধীন হৈ আছে। তথ্য অনুসৰি ডিব্ৰুগড়ৰ বি এল বেৰীয়া সৰস্বতী শিশু মন্দিৰৰ দশম শ্ৰেণীৰ তিনিগৰাকী, জ্ঞান-বিজ্ঞান একাডেমীৰ এগৰাকী আৰু আৰ কে একাডেমীৰ তিনিগৰাকীসহ কে’বাগৰাকীও অসুস্থ হৈ পৰে।

সৰস্বতী শিশু মন্দিৰত দুগৰাকী বর্তমানে ডিব্ৰুগড়ৰ শংকৰদেৱ হাস্পতালৰ আইচিইউত জৰুৰীকালীন অক্সিজেন দি ৰখা হৈছে। ৰাজ্যৰ ভিতৰতে সর্বাধিক তাপমাত্রাই দহা ডিব্ৰুগড়ত বাহিৰ ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টিৰ পাছতো শিক্ষা বিষয়া সমীৰণ বৰাই কোনো ধৰণৰ নির্দেশনা দিয়া নাছিল। ফলত এতিয়া কে’বাগৰাকী শিক্ষার্থী জীৱন মৰণৰ সমস্যাৰ স’তে যুঁজিব লগা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইপিনে, এই ঘটনাৰ পাছত থৰকাচুটি হেৰুৱাই শিক্ষা বিষয়া বৰাই বিদ্যালয়সমূহৰ সময় আগুৱাই দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamHeat WaveIMD REPORTNine people died
publisher

publisher

Related Posts

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ
International

সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

September 26, 2026
বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d