Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বিশ্বৰ শক্তিশালী দেশসমূহৰ অৰ্থনীতি নামিছে গভীৰলৈ

publisher by publisher
August 2, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
বিশ্বৰ শক্তিশালী দেশসমূহৰ অৰ্থনীতি নামিছে গভীৰলৈ
1
SHARES
10
VIEWS
ShareShareShareShare

কৰ’নাৰ আঘাত যে লাগিব সেই কথা সকলোৱে জানিছিল; কিন্তু ইয়াৰ ভয়াবহতা কিমান হ’ব, সেয়া চোৱাৰ বাবে সমগ্ৰ বিশ্ব আগ্ৰহী হৈ আছিল । বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ মিলাই যেতিয়া বিশ্বৰ বিভিন্ন আগশাৰীৰ দেশে এপ্ৰিল-জুনৰ জি ডি পি বা সামগ্ৰিক বৃদ্ধিৰ হাৰৰ পৰিসংখ্যা প্ৰকাশ কৰিলে, তেতিয়াই দেখা গ’ল যে আমেৰিকা, জাৰ্মান বা স্পেইনৰ দৰে কোনো দেশৰ ক্ষেত্ৰত জি ডি পি কমৰ হাৰ ইতিহাস ত সৰ্বাধিক । ইয়াৰ বিপৰীতে ইটালীৰ ৩০ শতাংশ বৃদ্ধি প্রায় নোহোৱাই হৈ পৰিছে ।

ADVERTISEMENT

কৰ’না ভাইৰাছৰ হতে যুজঁ কৰিবলৈ জানুৱাৰীৰ পৰাই তলাবন্ধত চীনৰ প্রায় সকলোবোৰ স্তব্ধ হৈ পৰিছিল । তাৰ পাছতে সংক্ৰমণৰ বিশ্বৰ বিভিন্ন প্ৰান্তত বিয়পি পৰে। যাৰ বাবে প্ৰায় মাৰ্চৰ মাজভাগলৈকে অধিকাংশ দেশৰে আৰ্থিক কাৰ্যকলাপ বন্ধ হৈ আছিল । বিশেষকৈ স্পেইন, ইটালী, ফ্ৰান্সৰ দৰে ইউৰোপৰ দেশত সংক্ৰমন যিমান বৃদ্ধি পাইছিল, সিমানেই গৃহবন্দী হৈ পৰিছিল দেশ কেইখনৰ নাগৰিক । সকলো মিলাই প্ৰায় তিনিমাহ মানুহৰ আর্থিক কাৰ্যকলাপ বন্ধ হৈ পৰে । যাৰ বাবে এপ্ৰিলৰ পৰা জুন পৰ্যন্ত এই তিনি মাহত উজুটি খাই পৰিছিল আমদানি ৰপ্তানি বা কল কাৰখানাৰ উৎপাদন । মুখ থেকেছা খাই পৰে সমগ্ৰ বছৰটোতে পৰ্যটক থকা দেশসমূহৰ হোটেল, পৰ্যটন ,বিমান,ৰেষ্টুৰেণ্ট আদিৰ সেৱা । যাৰ প্ৰকোপত ফ্ৰান্সৰ জি ডি পি হ্ৰাস পাইছে প্রায় ১৪ শতাংশ ।

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

ফ্ৰান্স–ভাৰত সাংস্কৃতিক বন্ধনত নতুন মাইলষ্টন

সেইদৰে ইটালীৰ ১২.৪শতাংশ, স্পেইনৰ ১৮.৫শতাংশ তথা ইউৰোপৰ বৃহত্তম অৰ্থনীতি জাৰ্মানৰ ১০.১ শতাংশ জি ডি পি হ্ৰাস পাইছে । আনহাতে, ১৯খন দেশৰ ইউৰোপিয় অঞ্চল(যাৰ মুদ্ৰা হৈছে ইউৰ)ক ধৰিলে সেই অংক হয় ১১.৯ শতাংশ । ২৭ খন দেশৰে গঠিত ইউৰোপীয় ইউনিয়নৰ অৰ্থনীতি হ্ৰাস পাইছে ১২ শতাংশৰ অধিক । আকৌ আমেৰিকাৰ অৰ্থনীতিয়ে জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰতে ক্ষতিৰ সম্মুখীন হৈছিল । জি ডি পি কমিছিল পাঁচ শতাংশ ।

তাৰ পাছতে কৰ্ণৰ আক্ৰমণৰ পাছতে যোৱা বছৰৰ এপ্ৰিলৰ পৰা জুনৰ তুলনাত চলিত বৰ্ষৰ উক্ত তিনিটা মাহত জি ডি পি প্রায় ৩৩.৯শতাংশ লৈ কমে । ইয়াৰ পূৰ্বে ১৯৫৮ ত আমেৰিকাৰ জি ডি পি শতাংশৰ ১০ বেছি নামিছিল । সেয়াই আছিল ইমানদিনৰ অভিলেখ, যি চলিত বছৰত ভংগ হল।নিজৰ সাফল্য হিচাপে প্রায়ে অৰ্থনীতিৰ উজ্জল চিত্ৰ এখনকে দাঙি ধৰি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ।

কিন্তু বিগত মাৰ্চৰ পৰা প্রায় প্ৰতি সপ্তাহত ১০ লাখৰ অধিক কাম হেৰুওৱা লোক আৰু অৰ্থনীতিৰ এই অভাৱনীয় পতনে নৱেম্বৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পৰ কপালৰ ভাজ অধিক গভীৰ কৰিব বুলিয়ে বিশেষজ্ঞসকলে ধাৰণা কৰিছে । এতিয়া অৰ্থনীতি লৈ প্ৰাণ ঘূৰাই অনাৰ বাবে ত্ৰাণৰ সুফল দেখাৰ আশাত সকলোৱে অপেক্ষা কৰি আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GDPindia
publisher

publisher

Related Posts

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে
News

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d