Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বুঢ়াচাপৰি অভয়াৰণ্যত চোৰাং চিকাৰীৰ দপদপনি

publisher by publisher
August 11, 2020
in Assam, India, News
Reading Time: 1 min read
0
বুঢ়াচাপৰি অভয়াৰণ্যত চোৰাং চিকাৰীৰ দপদপনি
1
SHARES
8
VIEWS
ShareShareShareShare

নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং চিকাৰীৰ দৌৰাত্ম্যত বনৰীয়া জীৱ জন্তুৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে। অভয়াৰণ্যখনত বসবাস কৰা সন্দেহ যুক্ত লোকে বনাঞ্চলখনত চোৰাং চিকাৰত নমা বুলি অভিযোগ উঠিছে। অভয়াৰণ্যখনত বেদখল কৰি থকা সন্দেহযুক্ত লোকে চোৰাং চিকাৰীয়ে বুঢ়াচাপৰি ৰেঞ্জ কাৰ্যালয়ৰ অধীনস্থ বাতলি চৰত এটা গোনা ম’হ ফাণ্ড পাতি হত্যা কৰে।

ADVERTISEMENT

আজি পুৱা ১০-৩০ বজাত ম’হটোৰ মৃতদেহ বন কৰ্মচাৰীয়ে উদ্ধাৰ কৰাৰ পাছত ঘটনাটো পোহৰলৈ আহে।অভয়াৰণ্যখনৰ সুত্ৰই জনোৱা মতে,চোৰাং চিকাৰীয়ে লোহাৰ তাঁৰৰ ফাণ্ড পাতি ম’হটো হত্যা কৰিছিল।মৃত ম’হটো ফাণ্ডত লাগি ভৰিত আঘাতপ্ৰাপ্ত হোৱাৰ চিন স্পষ্ট হৈ আছে।এক সুত্ৰই জনোৱা মত,অভয়াৰণ্য খনত চোৰাং চিকাৰীয়ে ম’হ হত্যা কৰি গো-মাংস বুলি কেতবোৰ স্থানত বিক্ৰী কৰে।

RelatedPosts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

অভিযোগ মতে,বুঢ়াচাপৰি অভয়াৰণ্যৰ বেদখলকাৰীৰ কবলত থকা পূব আৰু পশ্চিম লাঠীমাৰী চাপৰি, প্ৰস্তাৱিত প্ৰথম সংযোজনৰ ঘুলিৰ পাৰ চাপৰি, কোঁচমৰা সংৰক্ষিত বনাঞ্চলৰ অধীনৰ আৰিমাৰী আৰু মুছলিম চাপৰিৰ বেদখলকাৰীয়ে অভয়াৰণ্য খনত চোৰাং চিকাৰ কৰি দপদপাই আছে ।

ইয়াৰ উপৰিও প্ৰস্তাৱিত প্ৰথম সংযোজনৰ কলীয়া ভোমোৰা দলঙৰ সমীপৰ ভোমোৰাগুৰিৰ পৰা দৰং জিলাৰ শিঙৰী পাহাৰলৈকে থকা অঞ্চলটো বেলখলকাৰীৰ কবলত আছে।অভয়াৰণ্য খনৰ সুত্ৰই প্ৰকাশ কৰা অনুযায়ী ,প্ৰস্তাৱিত প্ৰথম সংযোজনৰ অঞ্চলসমুহ বুঢ়াচাপৰি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা ইতিমধ্যে চোৱাচিতা আৰম্ভ কৰা হৈছে।সম্প্ৰতি সন্দেহ যুক্ত নাগৰিক বেদখলকাৰীৰ ৰূপত থকা চোৰাং চিকাৰীয়ে ম’হ,বন্য গাহৰি,পহু আদি হত্যা কৰি জীৱকুলক নিঃশেষ কৰি অভয়াৰণ্যখন জনাঞ্চললৈ পৰিণত কৰাৰ ষড়যন্ত্ৰত নমাৰ অভিযোগ উঠিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bura-Chapori Wildlife Sanctuary.Nagaon
publisher

publisher

Related Posts

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
News

মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d