Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

হেপী বাৰ্ড ৰাজকুমাৰ ৰাও

publisher by publisher
August 31, 2020
in Entertainment, News
Reading Time: 1 min read
0
হেপী বাৰ্ড ৰাজকুমাৰ ৰাও
1
SHARES
11
VIEWS
ShareShareShareShare

যিসময়ত বলীউডত স্বজনপ্ৰীতিক লৈ বিভিন্ন বিতৰ্ক অব্যাহত আছে ৷সেই সময়তে বলীউডত নিজৰ অভিনয় প্ৰতিভাৰে জিলিকি উঠা এজন অভিনেতা হ’ল ৰাজকুমাৰ ৰাও ৷১৯৮৪ ৰ ৩১ আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে হাৰিয়ানাৰ গুড়গাঁৱত জন্ম হৈছিল ৰাজকুমাৰ ৰাওৰ। প্ৰথমতে ৰাজকুমাৰ ৰাওলৈ জন্ম দিনৰ বহুত শুভেচ্ছা।

ADVERTISEMENT

সৰুৰে পৰা ৰাজকুমাৰ ৰাওৰ ছবি ছোৱাৰ অত্যন্ত ভাল পাইছিল ।স্কুলত পঢ়ি থকা দিনৰ পৰা ৰাজকুমাৰে অভিনয় আৰু নাচি ভাল পাইছিল। দিল্লীত নিজৰ শিক্ষা শেষ কৰি তেওঁ পুণেস্থিত ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউটত অৱ ইণ্ডিয়াত অভিনয়ৰ প্ৰশিক্ষণ লয়। আৰু ইয়াৰ পাছত অভিনয়ৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ মুম্বাইলৈ আহে। ইয়াৰ পাছত মুম্বাইত আৰম্ভ হয় ৰাজকুমাৰৰ বলীউডত নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ কৰা সংঘৰ্ষ।

RelatedPosts

শ্বাহৰুখ খান-বিক্রান্ত মেছী শ্রেষ্ঠ অভিনেতা, শ্রেষ্ঠ অভিনেত্ৰী ৰাণী

‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

Maha Kumbh 2025:মহাকুম্ভত উপস্থিত জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাইফ

বিভিন্ন ঠাইত ১০০ ৰো অধিক অডিশ্যন দিয়াৰ পিছত ২০১০ ত ৰাজকুমাৰ ৰাওে দিবাকৰ বেনাৰ্জীৰ ছবি “লভ ছেক্স আৰু ধোখা”ত অভিনয়ৰ কাৰণে সুযোগ লাভ কৰে ।ইয়াৰ পিছত ৰাজকুমাৰে “ৰাগিনী MMS 2”,”গেন্স অফ ৱাচিপুৰ পাৰ্ট ২”,”আমিৰ খানৰ ছবি “তালাশ”ত সহকাৰী অভিনেতা হিচাপে সুযোগ পায় ।কিন্তু ৰাজকুমাৰ ৰাওৰ ২০১৩ ত মুক্তি পোৱা “কায় পো চে”ৰ জৰিয়তে বলীউডত টিকি টকাৰ বৃহৎ সুযোগ লাভ কৰে।

হঞ্চল মেহতাৰ ছবি “শ্বাহিদ”ৰ কাৰণে ৰাজকুমাৰ ৰাওে সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰে ৷ লগতে এই ছবিখনৰ “ক্ৰিটিকছ চইজ”ৰ কাৰণেও সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰে ৷শ্বাহিদ ছবিখন ৱল্ড প্ৰীমিয়াৰ ৬৭ সংখ্যক বাৰ্লিন মহোৎসৱত প্ৰদৰ্শন কৰা হৈছে। এই ছবিখন সেই বৰ্ষত অস্কাৰলৈও পঠোৱা হৈছিল ৷

আনহাতে বলীউডৰ বহু পৰিচালক পছন্দৰ অভিনেতা ৰাজকুমাৰ ৰাও ৷নিউটন ছবিৰ পৰিচালক অমিত মচুৰকৰে কয় যে অভিনয়ত ৰাজকুমাৰ অতুলনীয় ৷পুৱতি নিশা প্ৰায় ৩ বজাৰ পৰা শ্বুটিঙৰ কাৰণে সাজু হৈছিল ৰাজকুমাৰ ৷ যাতে সকলো নিয়াৰিকৈ কৰিব পাৰি ৷অমিত মচুৰকৰৰ মতে বলীউডলৈ অহা সকলোৱেই ৰাজকুমাৰৰ পৰা প্ৰেৰণা ল’ব পাৰে।

স্ত্ৰী’ছবিৰ পৰিচালক অমৰ কৌশিকৰ মতে ৰাজকুমাৰে সকলো কথা হৃদয়ৰ পৰা আলোচনা কৰে। লগতে সকলো কথা অত্যন্ত মনোযোগেৰে শুনে।
গতিকে যিসময়ত বলীউডৰ বহু অভিনেতা অভিনেত্ৰীৰ জীৱন সংঘাত সংঘৰ্ষত মোকাবিলা কৰিব নোৱাৰি চৰম সিদ্ধান্ত ল’বলৈ আপোচ নকৰে ৷সেই সময়ত নিজৰ অভিনয় প্ৰতিভাৰ জৰিয়তে কোনো গড ফাদাৰ নোহোৱাকৈ বলীউডত এখন আসন লোৱা ৰাজকুমাৰ ৰাওতকৈ উৎকৃষ্ট উদাহৰণ কোনো হ’ব নোৱাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bollywood NewsRajkummar Rao
publisher

publisher

Related Posts

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d