কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত দিয়া তলাবন্ধৰ কাৰণে বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ ইংগিত দিয়ে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । আজি অসম বিধান সভাৰ গ্ৰীষ্মকালীন অধিবেশনত এই কথা সদৰী কৰি ড° শৰ্মাই কয় যে তলাবন্ধত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায় কৰিবৰ কাৰণে চৰকাৰে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে।
ADVERTISEMENT