Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

থোৰতে ৰাজ্যসমূহ

publisher by publisher
September 8, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
দেশত কৰ’না ভাইৰাছত আক্ৰান্ত হৈ ৯০% সুস্থতাৰ হাৰেৰে শীর্ষত দিল্লী
1
SHARES
8
VIEWS
ShareShareShareShare

পঞ্জাৱঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে লকডাউনত অধিক শিথিলতাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি, চহৰীয়া অঞ্চলসমূহৰ সকলো দোকান পোহৰ মুকলি কৰাৰ নিৰ্দেশ দিয়া হৈছে। 

ADVERTISEMENT

হাৰিয়ানাঃ ক’ভিড-১৯ মহামাৰী সৃষ্ট সংকটক সুযোগলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে অনলাইন এডমিশ্যন প্লেটফৰ্মৰ উদ্বোধন কৰে। ইয়াৰ জৰিয়তে, নতুন শিক্ষা বৰ্ষৰ বাবে মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলে স্নাতক পাঠ্যক্ৰমসমূহত নামভৰ্তি কৰিব পাৰিব। 

RelatedPosts

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

ভয়-ভাবুকি প্ৰদৰ্শনৰে পঞ্চায়ত নিৰ্বাচনত ভোট আদায়ৰ তৎপৰতাৰ অভিযোগ

হিমাচল প্ৰদেশঃ ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ সন্দৰ্ভত অনুষ্ঠিত সন্মিলনত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক হিমাচল প্ৰদেশৰ ৰাজ্যপাল বন্দৰো দত্তাত্ৰেয়ই কয় যে এই নীতি ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য হিচাপে জনসাধাৰণে সংকল্প গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ক’ৰনা মহামাৰীৰ সময়ছোৱাত ৰাজ্যখনত অনলাইনৰ জৰিয়তে শিক্ষাগ্ৰহণৰ মাত্ৰা বৃদ্ধি পাইছে। 

অৰুণাচল প্ৰদেশঃ শেহতীয়াভাৱে ৰাজ্যখনত নতুনকৈ ১৮০ জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ১২৪ জন ৰোগীয়ে ডিচাৰ্জ লাভ কৰিছে। ৰাজ্যখনত বৰ্তমান সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৫৭৬ টা আৰু আৰোগ্য লাভৰ হাৰ ৬৯ শতাংশ।

অসমঃ যোৱা ২৪ ঘন্টাত, অসমত ক’ভিড-১৯ৰপৰা আৰোগ্য লাভ কৰাৰ পাছত ২২৫০ জনক ডিচাৰ্জ দিয়া হয়। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যাই ১২৮২৪৪ স্পৰ্শ কৰিছে। ইয়াৰ ভিতৰত ৯৯০৭৩ জনক ডিচাৰ্জ দিয়া হৈছে আৰু সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৮৭৯৮।

মণিপুৰঃ মণিপুৰত শেহতীয়াকৈ ৮৪ জন লোক ক’ভিডত আক্ৰান্ত হৈছে। ১৯৪ জনৰ আৰোগ্য লাভেৰে হাৰ হয় ৭৫ শতাংশ। ৰাজ্যখনত বৰ্তমানে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৭১০। 

মেঘালয়ঃ মেঘালয়ত চিকিৎসাধীন ৰোগীৰ সংখ্যাই ১৪৫৭ স্পৰ্শ কৰিছে। ইয়াৰ ভিতৰত ৩১৪ জন বিএছএফ আৰু সশস্ত্ৰ বাহিনীসমূহৰ। এতিয়ালৈকে ৰাজ্যখনত ১৫৬০ ক’ভিড আক্ৰান্তই আৰোগ্য লাভ কৰিছে। 

মিজোৰামঃ কালি মিজোৰামত নজন লোক ক’ভিডত আক্ৰান্ত হৈছে। ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যাই ১১২৩ স্পৰ্শ কৰাৰ বিপৰীতে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৩৯১।

নগালেণ্ডঃ নগালেণ্ডৰ ৰাজধানী ক’হিমাত বাছসমূহৰ আসন গ্ৰহণৰ বাবে বিশেষ নিয়ম প্ৰৱৰ্তন কৰা হৈছে। বাছৰ ভিতৰত কোনো আৰোহীকে থিয় হৈ যাবলৈ দিয়া নহ’ব।

ছিকিমঃ আজি ১৯ জন লোকৰ দেহত ক’ভিড ধৰা পৰে। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৫৩৮ আৰু ১৪০৩ আক্ৰান্তই আৰোগ্য লাভ কৰাতে হাস্পতালৰপৰা ডিচাৰ্জ দিয়া হৈছে।

কেৰালাঃ কালি কেৰালাত নতুনকৈ ১,৬৪৮ জন লোক ক’ভিড-১৯ ত আক্ৰান্ত হয়। বৰ্তমানে ট্ৰিটমেন্ট লাভ কৰি আছে ২২,০৬৬ জন আক্ৰান্তই আৰু সমগ্ৰ ৰাজ্যখনত ২,০০,৬৫১ লোক কোৱাৰেন্টাইনত আছে।

তামিলনাডুঃ যোৱা ২৪ ঘন্টাত পুডুচেৰীত ক’ভিডত আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ ১.৯ শতাংশলৈ বৃদ্ধি পাইছে। এই সমযোৱাত ১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হৈছে ৪৪০ জন লোক।

কৰ্ণাটকঃ সাম্প্ৰতিক ক’ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, ৰাজ্য চৰকাৰখনে অনাড়ম্বৰভাৱেই জাতীয় অনুষ্ঠান উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ ঘটনাই পাঁচ-লাখৰ সীমা অতিক্ৰম কৰিছে। বৰ্তমান এই পৰিমাণ হৈছে ৫,০৬,৪৯৩। সোমবাৰে মৃত্যু হোৱা লোকৰ সংখ্যাই ৪,৪৮৭ স্পৰ্শ কৰে।  

তেলেংগানাঃ যোৱা ২৪ ঘন্টাত ৰাজ্য়খনত ২৩৯২ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে। একে সময়তে ২৩৪৬ জনে আৰোগ্য লাভ কৰিছে আৰু ১১ জনে মৃত্য়ুবৰণ কৰিছে।

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰ চৰকাৰে ব্যক্তিগত লেবৰটৰীত সম্পাদিত হোৱা আৰটি-পিচিআৰ ক’ভিড-১৯ টেষ্টৰ মূল্য় হ্ৰাস কৰিছে. সেই অনুসৰি, যোৱা মাহত ১,৯০০ টকাৰ বিপৰীতে বৰ্তমান এই ব্যয় হৈছে ১,২০০ টকা।

মধ্য প্ৰদেশঃ ৰাজ্য় চৰকাৰখনে ৩১ অক্টোবৰৰ ভিতৰত ৩,৬০০ অক্সিজেন বেড আৰু ৫৬৪ খন আইচিইউ বেড সংস্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। 

চত্তীশগড়ঃ ৰাজ্যখনত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যাই ৪৭,২৮০ স্পৰ্শ কৰিছেগৈ। শেহতীয়াকৈ আক্ৰান্ত হৈছে ২,০১৭ জন লোক। একে সময়তে ১৫ জন লোকৰ প্ৰাণ হানি হোৱাত মুঠ মৃত্যুৰ সংখ্যা হৈ পৰে ৩৯৫।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamPIB
publisher

publisher

Related Posts

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d