Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

থোৰতে ৰাজ্যসমূহ

publisher by publisher
September 8, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
দেশত কৰ’না ভাইৰাছত আক্ৰান্ত হৈ ৯০% সুস্থতাৰ হাৰেৰে শীর্ষত দিল্লী
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পঞ্জাৱঃ পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে লকডাউনত অধিক শিথিলতাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি, চহৰীয়া অঞ্চলসমূহৰ সকলো দোকান পোহৰ মুকলি কৰাৰ নিৰ্দেশ দিয়া হৈছে। 

ADVERTISEMENT

হাৰিয়ানাঃ ক’ভিড-১৯ মহামাৰী সৃষ্ট সংকটক সুযোগলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে অনলাইন এডমিশ্যন প্লেটফৰ্মৰ উদ্বোধন কৰে। ইয়াৰ জৰিয়তে, নতুন শিক্ষা বৰ্ষৰ বাবে মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলে স্নাতক পাঠ্যক্ৰমসমূহত নামভৰ্তি কৰিব পাৰিব। 

হিমাচল প্ৰদেশঃ ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ সন্দৰ্ভত অনুষ্ঠিত সন্মিলনত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক হিমাচল প্ৰদেশৰ ৰাজ্যপাল বন্দৰো দত্তাত্ৰেয়ই কয় যে এই নীতি ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য হিচাপে জনসাধাৰণে সংকল্প গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ক’ৰনা মহামাৰীৰ সময়ছোৱাত ৰাজ্যখনত অনলাইনৰ জৰিয়তে শিক্ষাগ্ৰহণৰ মাত্ৰা বৃদ্ধি পাইছে। 

অৰুণাচল প্ৰদেশঃ শেহতীয়াভাৱে ৰাজ্যখনত নতুনকৈ ১৮০ জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ১২৪ জন ৰোগীয়ে ডিচাৰ্জ লাভ কৰিছে। ৰাজ্যখনত বৰ্তমান সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৫৭৬ টা আৰু আৰোগ্য লাভৰ হাৰ ৬৯ শতাংশ।

অসমঃ যোৱা ২৪ ঘন্টাত, অসমত ক’ভিড-১৯ৰপৰা আৰোগ্য লাভ কৰাৰ পাছত ২২৫০ জনক ডিচাৰ্জ দিয়া হয়। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যাই ১২৮২৪৪ স্পৰ্শ কৰিছে। ইয়াৰ ভিতৰত ৯৯০৭৩ জনক ডিচাৰ্জ দিয়া হৈছে আৰু সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৮৭৯৮।

মণিপুৰঃ মণিপুৰত শেহতীয়াকৈ ৮৪ জন লোক ক’ভিডত আক্ৰান্ত হৈছে। ১৯৪ জনৰ আৰোগ্য লাভেৰে হাৰ হয় ৭৫ শতাংশ। ৰাজ্যখনত বৰ্তমানে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৭১০। 

মেঘালয়ঃ মেঘালয়ত চিকিৎসাধীন ৰোগীৰ সংখ্যাই ১৪৫৭ স্পৰ্শ কৰিছে। ইয়াৰ ভিতৰত ৩১৪ জন বিএছএফ আৰু সশস্ত্ৰ বাহিনীসমূহৰ। এতিয়ালৈকে ৰাজ্যখনত ১৫৬০ ক’ভিড আক্ৰান্তই আৰোগ্য লাভ কৰিছে। 

মিজোৰামঃ কালি মিজোৰামত নজন লোক ক’ভিডত আক্ৰান্ত হৈছে। ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যাই ১১২৩ স্পৰ্শ কৰাৰ বিপৰীতে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৩৯১।

নগালেণ্ডঃ নগালেণ্ডৰ ৰাজধানী ক’হিমাত বাছসমূহৰ আসন গ্ৰহণৰ বাবে বিশেষ নিয়ম প্ৰৱৰ্তন কৰা হৈছে। বাছৰ ভিতৰত কোনো আৰোহীকে থিয় হৈ যাবলৈ দিয়া নহ’ব।

ছিকিমঃ আজি ১৯ জন লোকৰ দেহত ক’ভিড ধৰা পৰে। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৫৩৮ আৰু ১৪০৩ আক্ৰান্তই আৰোগ্য লাভ কৰাতে হাস্পতালৰপৰা ডিচাৰ্জ দিয়া হৈছে।

কেৰালাঃ কালি কেৰালাত নতুনকৈ ১,৬৪৮ জন লোক ক’ভিড-১৯ ত আক্ৰান্ত হয়। বৰ্তমানে ট্ৰিটমেন্ট লাভ কৰি আছে ২২,০৬৬ জন আক্ৰান্তই আৰু সমগ্ৰ ৰাজ্যখনত ২,০০,৬৫১ লোক কোৱাৰেন্টাইনত আছে।

তামিলনাডুঃ যোৱা ২৪ ঘন্টাত পুডুচেৰীত ক’ভিডত আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ ১.৯ শতাংশলৈ বৃদ্ধি পাইছে। এই সমযোৱাত ১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে নতুনকৈ আক্ৰান্ত হৈছে ৪৪০ জন লোক।

কৰ্ণাটকঃ সাম্প্ৰতিক ক’ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, ৰাজ্য চৰকাৰখনে অনাড়ম্বৰভাৱেই জাতীয় অনুষ্ঠান উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ ঘটনাই পাঁচ-লাখৰ সীমা অতিক্ৰম কৰিছে। বৰ্তমান এই পৰিমাণ হৈছে ৫,০৬,৪৯৩। সোমবাৰে মৃত্যু হোৱা লোকৰ সংখ্যাই ৪,৪৮৭ স্পৰ্শ কৰে।  

তেলেংগানাঃ যোৱা ২৪ ঘন্টাত ৰাজ্য়খনত ২৩৯২ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে। একে সময়তে ২৩৪৬ জনে আৰোগ্য লাভ কৰিছে আৰু ১১ জনে মৃত্য়ুবৰণ কৰিছে।

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰ চৰকাৰে ব্যক্তিগত লেবৰটৰীত সম্পাদিত হোৱা আৰটি-পিচিআৰ ক’ভিড-১৯ টেষ্টৰ মূল্য় হ্ৰাস কৰিছে. সেই অনুসৰি, যোৱা মাহত ১,৯০০ টকাৰ বিপৰীতে বৰ্তমান এই ব্যয় হৈছে ১,২০০ টকা।

মধ্য প্ৰদেশঃ ৰাজ্য় চৰকাৰখনে ৩১ অক্টোবৰৰ ভিতৰত ৩,৬০০ অক্সিজেন বেড আৰু ৫৬৪ খন আইচিইউ বেড সংস্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। 

চত্তীশগড়ঃ ৰাজ্যখনত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যাই ৪৭,২৮০ স্পৰ্শ কৰিছেগৈ। শেহতীয়াকৈ আক্ৰান্ত হৈছে ২,০১৭ জন লোক। একে সময়তে ১৫ জন লোকৰ প্ৰাণ হানি হোৱাত মুঠ মৃত্যুৰ সংখ্যা হৈ পৰে ৩৯৫।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamPIB
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d