Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Suicide Blast in Pakistan:পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ

    Apsc Scam:এপিএছচি কেলেংকাৰীত একাংশ অভিযুক্ত ৰেহাই পোৱাক লৈ ক্ষুন্ন উচ্চ ন্যায়ালয়

    Cyber Criminal:চাইবাৰ অপৰাধীৰ টাৰ্গেট মহানগৰীৰ শিক্ষানুষ্ঠান

    Dispur Police:বলপূৰ্বক মাটি দখল কৰিবলৈ গৈ দিছপুৰ আৰক্ষী জালত

    Nalbari Sahid Mukundra Kakati civil Hospital:নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পুৰ্বৰ মৰ্যাদা ঘুৰাই দিয়াৰ দাবীত জেল ভৰো কাৰ্যসূচী

    BIBN Friendship Car Rally :গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ এছিয়ান কাৰ ৰেলীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    Mangaldoi  Bajrang Dal  Leader Arrested :মঙলদৈত অস্ত্ৰ প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত কৰা বজৰংৰ দুই নেতাক আটক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News

ন’ ডেষ্টিনেছন ফ্লাইট

publisher by publisher
September 15, 2020
in News
Reading Time: 1 min read
0
ন’ ডেষ্টিনেছন ফ্লাইট
0
SHARES
4
VIEWS
ShareShareShareShare

‘ন’ ডেষ্টিনেছন ফ্লাইট’, এই নামৰেই এতিয়া বিধ্বস্ত অৰ্থনীতিক পূৰ্বৰ অৱস্থালৈ উভতাই অনাৰ প্ৰয়াস চলাইছে ছিংগাপুৰে । দেশখনৰ চাংগি বিমান বন্দৰৰ পৰা উৰা মাৰিব এনে লক্ষ্যহীন যাত্ৰাৰ বাবে যোৱা বিমানে । প্ৰকৃততে কৰ’নাৰ আঘাতত বিশ্বৰ অন্যান্য দেশৰ দৰে ছিংগাপুৰৰ বিমান পৰিবহন ব্যৱস্থাও বিধ্বস্ত হৈ পৰিছে ।

ADVERTISEMENT

ফলত লক্ষ‍্যহীন যাত্ৰাৰ মাধ্যমত পুনৰ থিয় হ’ব বিচাৰিছে ছিংগাপুৰ এয়াৰ লাইনন্সে । অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে এই বিশেষ বিলাসী যাত্ৰা নিয়মীয়াভাৱে আগবঢ়াই নিবলৈ চিন্তা-চৰ্চা কৰা হৈছে । এনে যাত্ৰাৰ বাবে তিনি ঘণ্টাৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে । দেশখনত এনে যাত্ৰাক লৈ এক সমীক্ষাও চলোৱা হয় ।

RelatedPosts

No Content Available

৩০৮ জনৰ মাজত সম্পন্ন এই সমীক্ষাত ৭৫ শতাংশই ন’ ডেষ্টিনেছন ফ্লাইটৰ যাত্ৰী হ’বলৈ ইচ্ছা প্ৰকাশ কৰে । এই ৭৫ শতাংশৰ ভিতৰত ৪৫ শতাংশই জনোৱা অনুসৰি তেওঁলোকে ২৮৮ডলাৰ ব্যয় কৰি ‘ইক’নমি ক্লাছ’ত যাত্ৰা কৰিব বিচাৰে । ৪০ শতাংশই আকৌ ৫৮৮ ডলাৰ ব্যয় কৰি ‘বিজনেছ ক্লাছ’ত বিলাসী ভ্ৰমণ কৰিব বিচাৰে ।

দেশখনৰ বিমান পৰিচালনা সংস্থা ‘এয়াৰ চাৰ্টাৰ ছিংগাপুৰ’ৰ সঞ্চালক ষ্টিফেন উডে কয় যে এনে যাত্ৰাৰ বাবে এ-৩৫০ এয়াৰ বাছ পৰিচালনাৰ বাবে ছিংগাপুৰ এয়াৰ লাইনৰ স’তে আলোচনা কৰা হৈছিল । কিন্তু ছিংগাপুৰ এয়াৰলাইনন্সে নিজস্বভাৱে এই যাত্ৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে ।

যাত্ৰী সকলক ‘টুৰিজিম ক্রেড়ি’ হিচাপে দিবলগীয়া ৰাজসাহায্যৰ বোজা বহন কৰিবলৈ ছিংগাপুৰ চৰকাৰ মান্তি হৈছে । লক্ষ্যহীন যাত্ৰা সফল হ’লে বিশ্বৰ অন্যান্য দেশতো এনে সেৱা আৰম্ভ কৰাৰ কথা ভাবিছে এয়াৰ লাইন্স প্ৰতিষ্ঠানবিলাকে । ছিংগাপুৰ এয়াৰলাইনন্সে বিভিন্ন সামাজিক দায়বদ্ধতামূলক আঁচনিৰ অধীনতো ব্যয় কৰি আহিছে ।

২০১৫ বর্ষত বিশেষভাৱে সক্ষম শিশু তথা পৰিয়ালৰ পৰা বিচ্ছিন্ন প্ৰবীণ লোকসকলৰ বাবে বিনামূলীয়াকৈ বিমান যাত্ৰাৰ ব্যৱস্থা কৰিছিল । ছাংগি বিমানকোঠ দক্ষিণ -পূব এছিয়াৰ অন্যতম জনপ্রিয় ‘হলিডে ডেষ্টিনেছন’ ।শতাধিক দেশৰ ৩০৮ টা বিমানকোঠৰ লগত যুক্ত হৈ ছাংগি বিমানকোঠটোত পৰ্যটকৰ বাবে মনোৰঞ্জনৰো বিশেষ ব্যৱস্থা আছে ।

বিমানকোঠৰ ছাদত আছে বিশাল ছুইমিং পুল । লগতে আছে স্পা, ফুট মাছাজকে ধৰি আনুসংগিক সা-সুবিধা । ‘ফ্লাইট’ বিলম্ব হ’লে তেনে যাত্ৰীসকলৰ বাবে ছবিৰ বিশেষ দর্শনৰো ব্যৱস্থা আছে । ছিংগাপুৰ এয়াৰলাইন্সৰ এই লক্ষ্যহীন যাত্ৰাই জনপ্রিয়তা লাভ কৰিব বুলি আশা কৰা হৈছে ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Singapore Airlines
publisher

publisher

Related Posts

Goalpara College Science Labortory:পাঁচ বছৰেও সম্পূৰ্ণ নহ’ল !
Assam

September 29, 2023
Bpf Koch-Rajbongshi Cell:ভাওঁৰাগুৰীৰ কূৰ্শামাৰীত বিপিএফৰ কোচ ৰাজবংশী কোষৰ কচুগাওঁ ব্লক সমিতি গঠন

Case of Child Abuse:গুৱাহাটীত পুনৰ শিশু নিৰ্যাতনৰ ঘটনা

Barpeta Road Girl Rescued From Haryana :ৰাজ্যত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ 
Assam

Barpeta Road Girl Rescued From Haryana :ৰাজ্যত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ 

September 29, 2023
Suicide Blast in Pakistan:পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ
Assam

Suicide Blast in Pakistan:পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ

September 29, 2023
Apsc Scam:এপিএছচি কেলেংকাৰীত একাংশ অভিযুক্ত ৰেহাই পোৱাক লৈ ক্ষুন্ন উচ্চ ন্যায়ালয়
Assam

Apsc Scam:এপিএছচি কেলেংকাৰীত একাংশ অভিযুক্ত ৰেহাই পোৱাক লৈ ক্ষুন্ন উচ্চ ন্যায়ালয়

September 29, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: