- বিজেপি-কংগ্ৰেছ-এ আই ইউ ডি এফক পৰাভূত কৰাৰ স্বাৰ্থত এজেপিলৈ পুনৰ মিত্ৰতাৰ হাত কৃষক মুক্তিৰ ।
- সিদ্ধান্ত গ্ৰহণৰ বাবে এজেপিক ২০ ছেপ্টেম্বৰলৈ সময়সীমা ।
- অন্যথা প্ৰস্তাৱিত নতুন ৰাজনৈতিক দল গঠনৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিব কৃষক মুক্তিয়ে।
- সংবাদ মেলত ঘোষণা কৃষক মুক্তিৰ সভাপতি ভাস্ক’ ডি শইকীয়াৰ ।
ADVERTISEMENT