Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

তিনি বছৰত চীনত ধ্বংস কে’বা হেজাৰ মছজিদ

publisher by publisher
September 26, 2020
in News
Reading Time: 1 min read
0
তিনি বছৰত চীনত ধ্বংস কে’বা হেজাৰ মছজিদ
2
SHARES
15
VIEWS
ShareShareShareShare

উইঘূৰ সম্প্ৰদায়ৰ মুছলমানসকলৰ ওপৰত চীন চৰকাৰে চলােৱা অত্যাচাৰৰ বিষয়টো দীর্ঘদিন চৰ্চিত হৈ আহিছে। ইয়াক কেন্দ্ৰ কৰি যথেষ্ট বিতর্ক সৃষ্টি হলেও চীন প্রশাসনে আজিকোপতি এই কথা স্বীকাৰ কৰা নাই। কিন্তু চৰকাৰী নিদের্শতে চীনৰ জিনজিয়াং প্রদেশতেই ধ্বংস কৰা হৈছে হেজাৰ হেজাৰ মছজিদ। বলপূর্বক ধর্মীয় কাম-কাজ বন্ধ ৰখাৰ সমান্তৰালকৈ প্ৰদেশখনৰ কে’বালক্ষ উইঘূৰ মুছলমান নাগৰিকক বন্দী শিবিৰত বন্দী কৰি ৰখা হৈছে। চীন চৰকাৰৰ মিথ্যাচাৰ প্ৰমাণ কৰি সম্প্রতি এই দাবী কৰিলে অষ্ট্রেলিয়াৰ এটা সংস্থাই । এই সন্দৰ্ভত অষ্ট্রেলিয়ান ষ্ট্রেটেজিক পলিচী ইনষ্টিটিউট (এএছপিআই) নামৰ সংস্থাটোৱে এক প্রতিবেদন প্রকাশ কৰিছে ।

ADVERTISEMENT

অষ্ট্রেলিয়াৰ ৰাজধানী কেনবেৰত চৰকাৰে স্থাপন কৰা তথা অষ্ট্রেলীয় প্রতিৰক্ষা দপ্তৰৰ অনুমােদন প্রাপ্ত থিংকটেংক সংস্থাটোৱে ছেটেলাইট ফটো বিশ্লেষণ কৰি চীন চৰকাৰৰ নিৰ্দেশত ধ্বংস হােৱা ধর্মীয় অনুষ্ঠান সম্পর্কীয় পৰিসংখ্যা দাঙি ধৰি এই দাবী কৰিছে । এএছপিআইৰ তৰফৰ পৰা দাবী কৰা হৈছে যে সাম্প্রতিক কালত জিনজিয়াং প্রদেশত চীন চৰকাৰে প্রায় ১৬ হেজাৰ মছজিদ ধ্বংস কৰিছে । বহু মছজিদ ভাঙি গুড়ি কৰা হৈছে। আন বহুতাে মছজিদ প্ৰৱলভাৱে ক্ষতিগ্রস্ত হৈছে। ইয়াৰ ভিতৰত বিগত তিনি বছৰতে অধিকাংশ মছজিদ ধ্বংস কৰা হৈছে ।

RelatedPosts

Pork found in mosque:গুৱাহাটীৰ মছজিদত গাহৰি মাংস উদ্ধাৰৰ সম্পৰ্কত যুৱতীক সোধপোছ

BBC Journalist Beaten : বিবিচি-ৰ সাংবাদিকক প্ৰহাৰ জিনপিঙৰ আৰক্ষীৰ !

Yogi Adityanath : মছজিদ পৰা লাউডস্পিকাৰ আঁতৰাই স্কুল-হাস্পাতালত দান কৰা হৈছে, জনালে যোগী আদিত্যনাথে

প্রতিবেদনত উল্লেখ কৰা হৈছে যে চহৰাঞ্চল উৰুমকি আৰু কাছগড়তেই অধিকাংশ মছজিদ ভঙাৰ কাণ্ড ঘটিছে । ইমানৰ পাছতাে মুষ্টিমেয় যি কেইটা মছজিদ থিয় হৈ আছে, সেই সমূহৰাে অধিকাংশৰে চূড়া আৰু গম্বুজবােৰ ভাঙি পেলাইছে। প্রতিবেদনত কোৱা হৈছে যে প্রায় আঠ হেজাৰ পাঁচশ মছজিদ সম্পূৰ্ণৰূপে ধূলিসাৎ হৈছে। জিনজিয়াং প্রদেশত সম্প্রতি প্রায় ১৫ হেজাৰ মান মছজিদহে অক্ষত বা ভগ্নপ্রায় অৱস্থাত আছে। এএছপিআইৰ এই প্রতিবেদন যদি সত্য, তেনেহ’লে ১৯৬০ৰ সাংস্কৃতিক বিপ্লৱৰ ফলত চীনত যি জাতীয়তাবাদী ভাবধাৰাৰ উত্থান ঘটিছিল তাৰ পাছৰ পৰা এই প্রথমবাৰলৈ মছজিদৰ সংখ্যা ইমান হ্রাস পাইছে ।

প্রতিবেদনত লগতে উল্লেখ কৰা হৈছে যে মছজিদসমূহ নির্বিচাৰে ভাঙিলেও জিনজিয়াং প্রদেশত কোনাে গির্জা বা বৌদ্ধ মন্দিৰত সামান্য আঁচ এডালাে পৰিবলৈ দিয়া নাই চীন চৰকাৰে । জিনজিয়াঙত ইমানদিনে যিমান মছজিদ, মাঝাৰ, কবৰস্থান তথা ইছলামিক তীর্থস্থান আছিল, তাৰ তিনি ভাগৰ এভাগেই ইতিমধ্যে ধ্বংস কৰা হৈছে। ইপিনে, উইঘূৰ আৰু তুর্কী ভাষিক ১০ লক্ষাধিক ইছলামধর্মী লােকক দেশখনৰ উত্তৰ-পশ্চিমাংশৰ বন্দী শিবিৰত বন্দী কৰি ৰখা হৈছে বুলিও প্রতিবেদনত উল্লেখ কৰিছে। আনকি সংস্থাটোৱে দাবী কৰিছে যে বন্দী শিবিৰত মুছলমান লােকসকলক বলপূর্বক ধর্মীয় আচাৰ-অনুষ্ঠান পৰিহাৰ কৰিবলৈকো বাধ্য কৰােৱা হৈছে।

উল্লেখ্য যে যােৱা বছৰ সংবাদ সংস্থা এএফপিৰ এক তদন্তমূলক প্রতিবেদনতাে অনুৰূপ তথ্য পােহৰলৈ আহিছিল । তেতিয়াও কোৱা হৈছিল যে জিনজিয়াঙত অসংখ্য কবৰস্থান ধ্বংস কৰাৰ লগতে বহু মানুহক নৃশংসভাৱে হত্যা কৰা হৈছে । লক্ষ্যণীয় ভাৱে চীন চৰকাৰে এই অভিযােগ আৰম্ভণিৰে পৰাই অস্বীকাৰ কৰি আহিছে। বেইজিঙে দাবী কৰে যে জিনজিয়াং প্রদেশত সাধাৰণ লােকে পূর্ণ ধর্মীয় স্বাধীনতা ভােগ কৰি আছে। সম্প্রতি এএছপিআইৰ প্রতিবেদন সন্দৰ্ভতাে বেইজিঙে অনুৰূপ দাবী কৰিছে। আনহাতে, চীন চৰকাৰৰ বৈদেশিক মন্ত্রণালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে উক্ত প্রতিবেদনৰ কোনাে বিশ্বাসযােগ্যতা নাই। চীনক বদনাম কৰাৰ বাবেই এই প্রতিবেদন তৈয়াৰ কৰা হৈছে বুলিও তেওঁলােকে দাবী কৰে।

এই মুহূর্তত প্রদেশখনত ২৪ হেজাৰ মছজিদ থকা বুলি দাবী কৰি চীনা বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র ৱাং ৱেনবিনে কয়, ‘আমেৰিকাত মুঠ যিমান মছজিদ আছে, তাতকৈ ১০গুণ বেছি মছজিদ আছে জিনজিয়াং প্রদেশত। আনকি জিনজিয়াং প্ৰদেশত এজন মুছলমান লােকে প্রতি গড়ে যিমান মছজিদ আছে, মুছলমান দেশসমূহতে সিমান নাই আনহাতে, বন্দী শিবিৰত মুছলমানসকলক বন্দী কৰি ৰখাৰ দাবীকো নস্যাৎ কৰে । ইফালে, চীন চৰকাৰৰ দ্বাৰা জিনজিয়াং প্রদেশত নির্মাণ কৰা এটা অট্টালিকায়াে সম্প্রতি ৰহস্য ঘনীভূত কৰিছে । নতুনকৈ নির্মাণ হােৱা অট্টালিকাৰ প্ৰৱেশ পথত আছে এখন দৈত্যকায় তােৰণ ।

ইয়াৰ ওপৰত উৰি আছে চীনা কমিউনিষ্ট পাৰ্টিৰ ৰঙা পতাকা । তােৰণৰ স’তে লাগি থকা সুউচ্চ প্রাচীৰত লিখা আছে মাও জে ডঙৰ বাণী, ‘উদ্দেশ্য আৰু আদৰ্শৰ প্রতি আমি সৎ হৈ থাকিব লাগিব। ইয়াৰ বাদে ৪৫ ফুট ওখ প্রাচীৰেৰে আবৰা ৰহস্যজনক অট্টালিকাটোত কি আছে, তাৰ তথ্য কাৰাে হাতত নাই। অট্টালিকাটো কোনাে প্রশাসনিক ভৱন নে আন কিবা, সেয়া বুজাৰ কোনাে উপায় নাই।’

অৱশ্যে সূত্রই দাবী কৰিছে, ৬০ একৰ ভূমিত তৈয়াৰী ভৱনটোৰ কঠোৰ নিৰাপত্তাৰ আবেষ্টনীৰ পৰাই বুজিব পাৰি যে কোনাে বিশেষ ব্যৱস্থাৰ বাবেই ইয়াক নির্মাণ কৰা হৈছে। সম্প্রতি এএছপিআই নামৰ গৱেষণা সংস্থাটোৰ লগতে আমেৰিকান সাংবাদিকে যােগান ধৰা তথ্য-প্রমাণৰ ভিত্তিত জনা গৈছে যে এই ভৱনটো হৈছে সংখ্যালঘু উইঘূৰ মুছলমানৰ বাবে নির্মাণ কৰা এক নতুন ধৰণৰ বন্দী শিবিৰ। যােৱা জানুৱাৰীৰ পৰা কাম-কাজ আৰম্ভ হােৱা ভৱনৰ চৌহদৰ ভিতৰত আছে ১৩টা পাঁচ মহলীয়া আবাসন। কমেও ১০ হেজাৰ লােক থাকিব পাৰে।

বিভিন্ন দেশৰ গৱেষকে ধাৰণা কৰিছে যে ই আচলতে কাৰাগাৰ আৰু মস্তিষ্ক প্রক্ষালনৰ ঘাটিৰ বাহিৰে আন একো নহয়। উল্লেখ্য যে উইঘূৰ মুছলমানসকলৰ ওপৰত চলা দমন-নিপীড়নৰ অভিযােগ চীনে কেতিয়াও স্বীকাৰ কৰা নাই। পশ্চিম চীনৰ জিনজিয়াং প্রদেশ হৈছে প্ৰধানকৈ উইঘূৰ সম্প্ৰদায়ৰ আদি বাসস্থান। ইয়াৰ অন্যতম চহৰ হৈছে কাচগড়। এওঁলােকৰ সংস্কৃতি, জীৱন ধাৰণৰ শৈলী চীনৰ মূল ভূখণ্ডৰ লােকসকলৰ পৰা সম্পূর্ণ পৃথক। এই পার্থক্যকে চীনৰ শাসক দলে সদায় অস্বীকাৰ কৰি আহিছে।

সেই বাবেই সমগ্র প্রদেশখনত বন্দী শিবিৰ গঢ়ি তােলা হৈছে। এইবােৰ বন্দী শিবিৰত কমেও ১০ লক্ষ উইঘূৰক বন্দী কৰি অত্যাচাৰ চলােৱাৰ অভিযােগ উঠি আহিছে। ২০১৭-১৮ত এই বিষয়ক কেন্দ্ৰ কৰি জিনজিয়াঙত ব্যাপক বিক্ষোভ হৈছিল যদিও চৰকাৰে কঠোৰ হাতেৰে দমন কৰে । তেতিয়াই বিষয়টোৱে আন্তর্জাতিক চর্চা লাভ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CHAINAMosque
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d