Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সম্পত্তিৰ পাহাৰে টানিছে পি কেক

publisher by publisher
October 5, 2020
in Assam, Crime, News
Reading Time: 1 min read
0
ছালফাৰ সহায়ত নেপাললৈ পি কে
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

এছ আই কেলেংকাৰী : ভঙা মোবাইল বিচাৰি নদীত অভিযান

এছ আই কেলেংকাৰীত লেনদেন হোৱা কোটি কোটি টকা কাৰ হাতত ?

কালৈ ভয় কৰিছে দালাল-কুচক্ৰীয়ে

সম্পূর্ণ এপষেক উকলি যােৱাৰ পাছত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তিৰ বাবে আয়ােজিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটোৰ মূল অভিযুক্তক আজি পর্যন্ত চিনাক্ত কৰিব পৰা নাই তদন্তকাৰী সংস্থাসমূহে। ফলত ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হােৱা জোঁকাৰণি মাৰ
যােৱা নাই। ইয়াৰ মাজতে আত্মসর্পণৰ বাবে এইবাৰ চেষ্টা চলাইছে এই সমগ্ৰ কেলেংকাৰিৰ অন্যতম মূল অভিযুক্তৰূপে চিহ্নিত হােৱা আৰক্ষীৰ প্ৰাক্তন উপ-মহাপৰিদর্শক প্রশান্ত কুমাৰ দত্তই। অৱশ্যে এই সম্পৰ্কত সেউজসংকেত লাভ কৰা নাই।
চি আই ডিৰ এক সূত্ৰই  এই কথা সদৰী কৰি জনােৱা মতে, প্রশ্নকাকত ফাদিলৰ ঘটনাৰে প্রত্যক্ষভাৱে জড়িত থকাৰ সম্পৰ্কত দত্তৰ বিৰুদ্ধে পর্যাপ্ত পৰিমাণে তথ্য প্রমাণ পােৱা হৈছে। সংশ্লিষ্ট গােচৰৰ পৰা ৰেহাই পােৱাৰ সকলাে পথ ৰুদ্ধ হৈ পৰাৰ বাবেই এতিয়া আত্মসমর্পণৰ চেষ্টা চলাইছে প্রাক্তন এক পৃষ্ঠাৰ পৰা আৰক্ষী বিষয়াজনে। ইয়াৰ বাবে মধ্যস্থতাকাৰীৰ ৰূপত অৱতীৰ্ণ হৈছে এজন প্রাক্তন আৰক্ষী সঞ্চালকপ্ৰধান। কিন্তু এই ক্ষেত্ৰত দত্তই কোনাে ধৰণৰ সেউজ সংকেত লাভ কৰা নাই বুলি সূত্ৰটোৱে জনায়।
কিয় আত্মসমর্পণৰ চেষ্টা পলাতক পি কে দত্তৰ ?
প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ দ্বিতীয়টো কার্যকালত উগ্রপন্থী বিৰােধী অভিযানৰ নামত সন্ত্রাস সৃষ্টিৰে কাললৈ কুখ্যাতি অর্জন কৰা পি কে দত্তৰ সহজলভ্য ধনৰ প্রতি প্রচণ্ড লালসা থাকিলেও সম্প্রতি ৬৫ বছৰ উৰ্বৰ প্ৰাক্তন আৰক্ষী বিষয়াজন মধুমেহ ৰােগত আক্রান্ত। সেয়ে এই বয়সত কেৱল গ্রেপ্তাৰৰ ভয়ত বহুদিন আত্মগােপন কৰি থকাটো খুবেই সম্ভৱ নহয় বাবে আত্মসমর্পণৰ বাবে তেওঁ চেষ্টা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত বিশেষভাৱে উদ্যোগ গ্রহণ কৰিছে প্রাক্তন আৰক্ষী সঞ্চালকপ্ৰধানজনে। অৱশ্যে প্রাক্তন আৰক্ষী সঞ্চালকপ্ৰধানজন এই মুহূর্তত সমগ্ৰ বিষয়টো সঠিকভাৱে আগবঢ়াই
নিয়াৰ ক্ষেত্ৰত সফল হােৱা নাই বুলি সূত্ৰটোৱে জনায়। অসম আৰক্ষীৰে আন এজন জ্যেষ্ঠ তথা প্ৰভাৱশালী বিষয়াৰ কঠোৰ ভূমিকাৰ বাবেই দত্তৰ আত্মসমর্পণৰ বিষয়টো ওলমি ৰােৱা বুলি সূত্ৰটোৱে উল্লেখ কৰে।
আত্মসমর্পণৰ সুযােগ দিয়াৰ সম্ভাৱনা ক্ষীণ নেকি?
লক্ষ্যণীয় যে দত্তক আত্মসমর্পণৰ সুযােগ দিয়াৰ পৰিৱর্তে নেপালৰ পৰাই গ্রেপ্তাৰৰ বাবে তৎপৰ হৈছে চি আই ডি। অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙৰ নিৰ্দেশত শিলিগুৰিত বাহৰ পাতি থকা দলটোৱে আজি নেপাল অভিমুখে ৰাওনা হয়। সংশ্লিষ্ট অভিযানকাৰী দলটোৰ ওচৰত বুজাবুজিৰে ধৰা দিলেও দত্তক সাধাৰণ অভিযুক্তৰ দৰে গ্ৰেপ্তাৰ কৰাৰ কৃতিত্ব ল’বলৈ ওপৰ মহলে পৰামৰ্শ আগবঢ়ায় চি আই ডিক। ইয়াৰ বাবে আত্মসমর্পণৰ বাবে দত্তই চলােৱা যাে-জাকসুযােগ হিচাপে গ্ৰহণৰ বাবে অভিযানকাৰী দলটো সাজু বুলি সূত্ৰটোৱে উল্লেখ কৰে।
কেতিয়াৰ পৰা আত্মসমর্পণৰ বাবে তৎপৰ হ’ল পি কে?
ব্যাপক দুর্নীতিৰ জৰিয়তে নামে-বেনামে সম্পত্তিৰ পাহাৰ গঢ়া পি কে দত্তৰ আয়বহির্ভূত সম্পত্তিৰ বিৰুদ্ধে প্রৱর্তক সঞ্চালকালয়ে গােচৰ ৰুজু কৰাৰ পাছতে ঘনিষ্ঠ মহলে আত্মসমর্পণৰ বাবে পৰামৰ্শ আগবঢ়ায়। দত্তই নামে-বেনামে আহৰণ কৰা সম্পত্তিসমূহ যাতে ধৰি ৰাখিব পাৰে সেয়া নিশ্চিতকৰণৰ লক্ষ্যৰে এই ক্ষেত্ৰত সহমত পােষণ কৰি সমগ্ৰ বিষয়টো আগুৱাই নিয়াৰ বাবে প্ৰাক্তন আৰক্ষী সঞ্চালকপ্রধান জনক খাটনি ধৰে। পাছত প্ৰাক্তন আৰক্ষী সঞ্চালকপ্রধানজনে বিষয়টো আগবঢ়ায়াে মূৰকত থমকি ৰবলগীয়া হােৱা বুলি কয় সূত্ৰটোৱে। নামে-বেনামে গঢ়া সম্পত্তিৰ পাহাৰ বাজেয়াপ্ত হােৱাৰ আশংকা ঘনীভূত হােৱাৰ পাছৰে পৰা দত্তই এই ক্ষেত্ৰত অধিক তৎপৰতা অৱলম্বন কৰা বুলিও সূত্ৰটোৱে জনায়। সম্পত্তিৰ মােহতে এইদৰে কুখ্যাত প্রাক্তন বিষয়াজনে যিকোনাে প্রকাৰে ৰাজ্যলৈ উভতি আহিবলৈ পথ বিচাৰিছে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: p k duttSI Exam
publisher

publisher

Related Posts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d