মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক সাক্ষাৎ কৰিলে NCC ৰ মেজৰ জেনেৰেল অনন্ত ভূঞাই

WhatsApp Image 2020 10 06 at 9.28.27 PM

 

আজি NCC ৰ মেজৰ জেনেৰেল অনন্ত ভূঞাই মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক সাক্ষাৎ কৰে ৷

এই সময়ত দুয়োজন বিষয়াই ৰাজ্যৰ বিকাশ,সামাজিক উত্তৰণৰ লগতে NCC কেডাৰসকলৰ সম্ভাৱনাময় ভৱিষ্যতৰ বিষয়ে আলোচনা কৰে।

লগতে NCC ৰ মেজৰ জেনেৰেল অনন্ত ভূঞাই ৰাজ্যৰ বিকাশত NCC কেডাৰসকলৰ সহযোগিতা বৃদ্ধি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে ।

Exit mobile version