- আজি ঘোষণা হ’ল ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা।
- ফ্ৰান্সৰ বিজ্ঞানী ইমানুৱেল চাৰ্পন্থী আৰু আৰু আমেৰিকাৰ জেনিফাৰ ডাউদালৈ যুটীয়াভাৱে আগবঢ়োৱা হৈছে ৰসায়ন বিজ্ঞানৰ পুৰস্কাৰ ।
- দুয়োগৰাকীকে গেন’মী এডিটিঙৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা।
- ইমানুৱেল চাৰ্পন্থী হৈছে জাৰ্মানীৰ বাসিন্দা আৰু
- জেনিফাৰ ডাউদা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা ।
ADVERTISEMENT