Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

এয়াই শেষ নহয় , ২০২১ত আছে আৰু ডাঙৰ বিপদ

publisher by publisher
November 16, 2020
in India, News, world
Reading Time: 1 min read
0
এয়াই শেষ নহয় , ২০২১ত আছে আৰু ডাঙৰ বিপদ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

সাতখন যুদ্ধ ৰখোৱাৰ পাছতো ট্রাম্পে শান্তিৰ ন’বেল বঁটা নোপোৱাৰ কাৰণ কি ?

তিনি ব্ৰিটিছ-ফৰাচী-মার্কিন বিজ্ঞানীলৈ পদার্থ বিজ্ঞানৰ ন’বেল

সাহিত্যৰ ন’বেলতো মহিলা

২০২০ বৰ্ষটোৰ বিদায় সন্নিকট আৰু এই বছৰটোক যিমান পাৰি সোনকালে পাহৰিবলৈ চেষ্টা কৰিব বিশ্ববাসীয়ে । ইটোৰ পাছত সিটোকৈ বেয়া ঘটনাই বছৰটোত মানুহক হাৰাশাস্তি কৰিছে । বহুতেই হয়তো আশা কৰিছে যে ২০২০ৰ বিদায় হৈ নতুন বছৰ এটা আহিলেই হয়তো মানুহৰ দুৰ্গতি নোহোৱা হ’ব । কিন্তু আগন্তুক বৰ্ষটোও সুখপ্ৰদ নহ’ব বুলিয়ে আগতীয়াকৈ সতৰ্কবাণী শুনালে ন’বেলজয়ী সংগঠনে ।

ADVERTISEMENT

ৱৰ্ল্ড ফুড প্ৰ’গ্ৰেমৰ শীৰ্ষ বিষয়াই দাবী কৰিছে যে ২০২১ বছৰটো ২০২০তকৈও দুৰ্যোগপূৰ্ণ হ’ব পাৰে । এক সাক্ষাৎকাৰত ৱৰ্ল্ড ফুড প্ৰ’গ্ৰেমৰ কাৰ্যবাহী সঞ্চালক ডেভিদ বেছলীয়ে কয়, ‘ৱৰ্ল্ড ফুড প্ৰ’গ্ৰেমক ন’বেল শান্তি পুৰস্কাৰ প্ৰদান বিশ্বৰ ক্ষমতাশালী ৰাষ্ট্ৰনেতাসকলৰ উদ্দেশ্যে নিঃসন্দেহে এক তাৎপৰ্যপূৰ্ণ বাৰ্তা । ২০২১ত একাধিক দূৰ্ভিক্ষৰ সাক্ষী হোৱাৰ বাবে আগবাঢ়িছে সমগ্ৰ বিশ্বই ।

সেয়া প্ৰতিৰোধ কৰিবলৈ প্ৰচুৰ অৰ্থৰ প্ৰয়োজন আছে । ৰাষ্ট্ৰনেতাসকলে সেয়া বুজিব লাগিব । সময় থাকোতেই ৰাষ্ট্ৰনেতাসকলে পৰিস্থিতি উপলব্ধি কৰিব লাগিব ।’ বেছলীয়ে আক্ষেআপ কৰে যে বিগত কিছু মাহ ধৰি সংবাদ মাধ্যমত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু কৰ’না ভাইৰাছৰ খবৰেই সৰ্বাধিক প্ৰচাৰ হৈছে । কিন্তু সমগ্ৰ বিশ্বই ক্ষুধাৰ স’তে সংগ্ৰাম কৰি থকাৰ কথা কোনেও কোৱা নাই । অথচ এই সংগ্ৰামৰ কথা কোৱাটোৱেই অতি জৰুৰী বুলি তেওঁ কয় ।

বেছলীয়ে কয়, ‘২০২০ত সমগ্ৰ বিশ্ব দুৰ্ভিক্ষৰ দুৱাৰডলিত থিয় হৈ আছিল । কিন্তু ৰাষ্ট্ৰনেতাসকলৰ মোটা অংকৰ টকাৰ নুদান, আৰ্থিক পেকেজ আৰু ঋণ দিয়াৰ প্ৰৱনতাৰ ফলত তাৰ পৰা ৰেহাই পোৱা গৈছে । এতিয়াই উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰিলে ২০২১ত এই বিপদৰ পৰা হাত সাৰিব পৰা নাযাব ।’ ৱৰ্ল্ড ফুড প্ৰ’গ্ৰেমৰ কাৰ্যবাহী সঞ্চালকজনে লগতে আশংকা প্ৰকাশ কৰে যে নতুন বছৰত আৰু এক দফাৰ তলাবন্ধৰ পৰিস্থিতি হ’ব পাৰে ।

তেওঁ কয় যে কৰ’না মহামাৰীৰ দ্বিতীয়, তৃতীয় লহৰ ৰোধ কৰিবলৈ পুনৰ কিছু সংখ্যক দেশে তলাবন্ধ দিবলৈ বাধ্য হ’ব পাৰে । ইয়াৰ ফলত আৰ্থিক অৱস্থাৰ ব্যাপক ক্ষতিসাধন হ’ব । বিশেষকৈ নিম্ন আৰু মধ্যবিত্ত দেশসমূহত ইয়াৰ প্ৰভাৱ কৰিব পাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: David BeasleyNobel PrizeWorld Food Program
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d