Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অইলে আন্দামান অফশ্বৰত আৰম্ভ কৰিছে ভূ-কম্পীয় জৰীপ কাৰ্য 

publisher by publisher
October 9, 2020
in India, News
Reading Time: 1 min read
0
অইলে আন্দামান অফশ্বৰত আৰম্ভ কৰিছে ভূ-কম্পীয় জৰীপ কাৰ্য 
1
SHARES
10
VIEWS
ShareShareShareShare

ভাৰতৰ দ্বিতীয় বৃহৎ ৰাষ্ট্ৰীয় নৱৰত্ন অন্বেষণ আৰু উৎপাদন কোম্পানী অইল ইণ্ডিয়া লিমিটেডে ইয়াৰ OALP–III ব্লক, AN-OSHP-2018/1 আৰু AN-OSHP-2018/2ত 8400 LK 2D ভূ-কম্পীয় তথ্য আহৰণ কৰিবৰ বাবে অত্যাধুনিক বহুমুখী ভূ-কম্পীয় তথ্য আহৰণৰ ভেচেল “SW Vespucci” ৰ সহায়ত আজি আন্দামান অগভীৰ পানীত অফশ্বৰ অপাৰেচন আৰম্ভ কৰাৰ বিষয়ে অইলে এক প্ৰেছ বিবৃতি যোগে সদৰী কৰিছে । সৰ্বমুঠ প্ৰমাণিত আৰু সম্ভাৱ্য তেল আৰু প্ৰাকৃতিক গেছ ভাণ্ডাৰৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য পদক্ষেপ বুলি অইলে উল্লেখ কৰিছে ।

ADVERTISEMENT

দীৰ্ঘদিনৰ পাছত আন্দামান অফশ্বৰত অন্বেষণৰ প্ৰচেষ্টা পুনৰ আৰম্ভ কৰিছে অইলে । অইল হৈছে অনশ্বৰ ব্লকত 2D আৰু 3D ভূ-কম্পীয় তথ্য আহৰণ কাৰ্যৰ সূচনা কৰা দেশৰ প্ৰথমটো কোম্পানী আৰু লগতে অনশ্বৰ OALP ব্লকত ভূ-কম্পীয় কাৰ্য সম্পূৰ্ণ কৰা প্ৰথমটো কোম্পানী । ঘৰুৱা অন্বেষণ আৰু উৎপাদন বৃদ্ধি কৰাৰ লগতে আমদানি হ্ৰাস কৰি আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ প্ৰধানমন্ত্ৰীৰ যি সপোন সেই ক্ষেত্ৰত ই এক বৰঙণি আগবঢ়াইছে । এই উপলক্ষে অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰই অৱগত কৰে যে, অনাগত বৰ্ষসমূহত দেশত অন্বেষণৰ প্ৰচেষ্টা প্ৰৱল কৰিবৰ বাবে আৰু অন্বেষণৰ পুঁজি ব্যয় (CAPEX) বৃদ্ধি কৰিবৰ বাবে কোম্পানীয়ে ইতিমধ্যে পৰিকল্পনা তৈয়াৰ কৰিছে ।

RelatedPosts

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

লগতে তেওঁ জানিবলৈ দিয়ে যে, উৰিষ্যা ৰাজ্যৰ মহানদী অনলেণ্ড ব্লকত তথ্য আহৰণৰ কাম অতি সোনকালে আৰম্ভ কৰা হ’ব আৰু ইয়াৰ OALP ব্লকসমূহত অন্বেষণ খনন অভিযান ২০২১-২২ ৰ ভিতৰত আৰম্ভ কৰা হ’ব । অহা তিনি-চাৰি বছৰত অইলে 15000 LKM 2D API, 4000 বৰ্গ কি.মি. 3D API আৰু OALP ব্লকসমূহত ৬৬ টা কূপ খননৰ পৰিকল্পনা কৰিছে । অইলে অসম আৰু অসম আৰাকান অৱবাহিকা, ৰাজস্থান, মহানদী অনলেণ্ড, আন্দামান আৰু কেৰেলা-কংকান অফশ্বৰ অৱবাহিকাত সৰ্বমুঠ ২১ টা ব্লক অৰ্জন কৰিছে ।

ইয়াৰ জৰিয়তে অইলে মুঠ ১৭০০ বৰ্গ কি.মি. প্ৰসাৰেৰে উত্তৰ-পূৰ্বাঞ্চলত এক শক্তিশালী মুখ্য অপাৰেটৰৰ স্থান দখল কৰে । অন্বেষণ বৃদ্ধি কৰাৰ প্ৰচেষ্টা স্বৰূপে কোম্পানীটোৱে OALPৰ নিবিদাসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে আৰু OALP V ৰ অধীনত অসম ৰাজ্যত আৰু দুটা ব্লক অৰ্জন কৰাৰ আশা কৰিছে । ইয়াৰ জৰিয়তে অইলে উত্তৰ-পূৰ্বাঞ্চলত প্ৰায় ২০০০০ বৰ্গ কি.মি. পৰিসৰ প্ৰসাৰ কৰিবলৈ সক্ষম হ’ব ।

উত্তৰ-পূৱ আৰু ৰাজস্থানত ইয়াৰ স্থান শক্তিশালী কৰাৰ উপৰিও অইলে ভাৰত চৰকাৰৰ thrust for explorationৰ প্ৰতি সমৰ্থন জনাই দ্বিতীয় আৰু তৃতীয় বৰ্গৰ গেদীয় অৱবাহিকাত অন্বেষণ কাৰ্য সম্পন্ন কৰাৰ বাবে সচেতনভাৱে প্ৰচেষ্টা চলায় বুলি বিবৃতিত অইলে জানিবলৈ দিয়ে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: indiaOil India Limited
publisher

publisher

Related Posts

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d