Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

    পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অইলে আন্দামান অফশ্বৰত আৰম্ভ কৰিছে ভূ-কম্পীয় জৰীপ কাৰ্য 

publisher by publisher
October 9, 2020
in India, News
Reading Time: 1 min read
0
অইলে আন্দামান অফশ্বৰত আৰম্ভ কৰিছে ভূ-কম্পীয় জৰীপ কাৰ্য 
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

ভাৰতৰ দ্বিতীয় বৃহৎ ৰাষ্ট্ৰীয় নৱৰত্ন অন্বেষণ আৰু উৎপাদন কোম্পানী অইল ইণ্ডিয়া লিমিটেডে ইয়াৰ OALP–III ব্লক, AN-OSHP-2018/1 আৰু AN-OSHP-2018/2ত 8400 LK 2D ভূ-কম্পীয় তথ্য আহৰণ কৰিবৰ বাবে অত্যাধুনিক বহুমুখী ভূ-কম্পীয় তথ্য আহৰণৰ ভেচেল “SW Vespucci” ৰ সহায়ত আজি আন্দামান অগভীৰ পানীত অফশ্বৰ অপাৰেচন আৰম্ভ কৰাৰ বিষয়ে অইলে এক প্ৰেছ বিবৃতি যোগে সদৰী কৰিছে । সৰ্বমুঠ প্ৰমাণিত আৰু সম্ভাৱ্য তেল আৰু প্ৰাকৃতিক গেছ ভাণ্ডাৰৰ ক্ষেত্ৰত ই এক উল্লেখযোগ্য পদক্ষেপ বুলি অইলে উল্লেখ কৰিছে ।

ADVERTISEMENT

দীৰ্ঘদিনৰ পাছত আন্দামান অফশ্বৰত অন্বেষণৰ প্ৰচেষ্টা পুনৰ আৰম্ভ কৰিছে অইলে । অইল হৈছে অনশ্বৰ ব্লকত 2D আৰু 3D ভূ-কম্পীয় তথ্য আহৰণ কাৰ্যৰ সূচনা কৰা দেশৰ প্ৰথমটো কোম্পানী আৰু লগতে অনশ্বৰ OALP ব্লকত ভূ-কম্পীয় কাৰ্য সম্পূৰ্ণ কৰা প্ৰথমটো কোম্পানী । ঘৰুৱা অন্বেষণ আৰু উৎপাদন বৃদ্ধি কৰাৰ লগতে আমদানি হ্ৰাস কৰি আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ প্ৰধানমন্ত্ৰীৰ যি সপোন সেই ক্ষেত্ৰত ই এক বৰঙণি আগবঢ়াইছে । এই উপলক্ষে অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰই অৱগত কৰে যে, অনাগত বৰ্ষসমূহত দেশত অন্বেষণৰ প্ৰচেষ্টা প্ৰৱল কৰিবৰ বাবে আৰু অন্বেষণৰ পুঁজি ব্যয় (CAPEX) বৃদ্ধি কৰিবৰ বাবে কোম্পানীয়ে ইতিমধ্যে পৰিকল্পনা তৈয়াৰ কৰিছে ।

লগতে তেওঁ জানিবলৈ দিয়ে যে, উৰিষ্যা ৰাজ্যৰ মহানদী অনলেণ্ড ব্লকত তথ্য আহৰণৰ কাম অতি সোনকালে আৰম্ভ কৰা হ’ব আৰু ইয়াৰ OALP ব্লকসমূহত অন্বেষণ খনন অভিযান ২০২১-২২ ৰ ভিতৰত আৰম্ভ কৰা হ’ব । অহা তিনি-চাৰি বছৰত অইলে 15000 LKM 2D API, 4000 বৰ্গ কি.মি. 3D API আৰু OALP ব্লকসমূহত ৬৬ টা কূপ খননৰ পৰিকল্পনা কৰিছে । অইলে অসম আৰু অসম আৰাকান অৱবাহিকা, ৰাজস্থান, মহানদী অনলেণ্ড, আন্দামান আৰু কেৰেলা-কংকান অফশ্বৰ অৱবাহিকাত সৰ্বমুঠ ২১ টা ব্লক অৰ্জন কৰিছে ।

ইয়াৰ জৰিয়তে অইলে মুঠ ১৭০০ বৰ্গ কি.মি. প্ৰসাৰেৰে উত্তৰ-পূৰ্বাঞ্চলত এক শক্তিশালী মুখ্য অপাৰেটৰৰ স্থান দখল কৰে । অন্বেষণ বৃদ্ধি কৰাৰ প্ৰচেষ্টা স্বৰূপে কোম্পানীটোৱে OALPৰ নিবিদাসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে আৰু OALP V ৰ অধীনত অসম ৰাজ্যত আৰু দুটা ব্লক অৰ্জন কৰাৰ আশা কৰিছে । ইয়াৰ জৰিয়তে অইলে উত্তৰ-পূৰ্বাঞ্চলত প্ৰায় ২০০০০ বৰ্গ কি.মি. পৰিসৰ প্ৰসাৰ কৰিবলৈ সক্ষম হ’ব ।

উত্তৰ-পূৱ আৰু ৰাজস্থানত ইয়াৰ স্থান শক্তিশালী কৰাৰ উপৰিও অইলে ভাৰত চৰকাৰৰ thrust for explorationৰ প্ৰতি সমৰ্থন জনাই দ্বিতীয় আৰু তৃতীয় বৰ্গৰ গেদীয় অৱবাহিকাত অন্বেষণ কাৰ্য সম্পন্ন কৰাৰ বাবে সচেতনভাৱে প্ৰচেষ্টা চলায় বুলি বিবৃতিত অইলে জানিবলৈ দিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indiaOil India Limited
publisher

publisher

Related Posts

গুৱাহাটীত CJPৰ সহ-সমন্বয়ক আশুতোষ ৰাংকাসহ দলক আটক
Assam

September 27, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ
Assam

ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

September 27, 2026
পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d