Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ

    PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?

    Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

    Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

    Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

    Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

মুখ্য সচিবৰ ভ্ৰাতৃ এছ পি ক জেৰা

publisher by publisher
October 13, 2020
in Assam, News
Reading Time: 1 min read
0
মুখ্য সচিবৰ ভ্ৰাতৃ এছ পি ক জেৰা
1
SHARES
10
VIEWS
ShareShareShareShare

সমগ্ৰ ৰাজ্যক জোঁকাৰি থকা আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰিত প্রত্যাশিতভাৱেই সৰিয়হৰ ডুলিত ভূত ওলাল । এই প্রশ্নকাকত ফাদিলৰ ঘটনাত স্বয়ং জিলা আৰক্ষী অধীক্ষকৰ পৃষ্ঠপােষকতাৰ সম্ভাৱনীয়তা বৃদ্ধি পাইছে । তদুপৰি দুজন অতিৰিক্ত অধীক্ষকো ইয়াত জড়িত থকাৰ উমান পাইছে তদন্তকাৰী দলে।

ADVERTISEMENT

এনে সময়তে কৰিমগঞ্জৰ পৰা দেওবাৰে বদলি কৰা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক সোমবাৰে চি আই ডিয়ে দীঘলীয়া সময় সােধ-পােছ কৰা বিষয়টোৱে বিশেষ চর্চা লাভ কৰিছে। ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভ্ৰাতৃ সঞ্জীত কৃষ্ণৰ সংযোেগ আহি পৰিছে উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ উপ-ঠিকা লাভ কৰা বঙাইগাঁৱৰ প্রতিষ্ঠান অক্ষয় টেলি কমিউনিকেছনৰ স’তে তেওঁৰ ঘনিষ্ঠতাৰ যােগেদি ৷

RelatedPosts

Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

Achurjya Borpatra : অসুস্থ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ

Tezpur Teacher: তেজপুৰত অৱসৰী শিক্ষকৰ নিদৰ্শন

চি আই ডিৰ সূত্রই সদৰী কৰা অনুসৰি কৰিমগঞ্জৰ পূর্বে সঞ্জীত কৃষ্ণ বঙাইগাঁৱত কৰ্মৰত আছিল। তেতিয়াই অক্ষয় টেলি কমিউনিকেছনৰ কে’বাজনাে অংশীদাৰৰ লগত তেওঁৰ মধুৰ সম্পর্ক গঢ়ি উঠে । এনেদৰে আৰক্ষী অধীক্ষকজনৰ নাম তদন্ত প্রক্রিয়ালৈ আহে। তাৰ পাছতে পােহৰলৈ অহা তথ্য অনুসৰি, অক্ষয় টেলিকমিউনিকেছনৰ অন্যতম অংশীদাৰ তথা পৰীক্ষা কেলেংকাৰিত জড়িত থকাৰ অভিযােগত গ্রেপ্তাৰ হােৱা বঙাইগাঁৱৰ ৰুবুল হাজৰিকাই উপ-পৰিদৰ্শক পৰীক্ষাৰ পূর্বে কৰিমগঞ্জলৈ গৈছিল ।

এই যাত্রা আছিল অতি ৰহস্যজনক। এনে ক্ষেত্ৰত সন্দেহৰ আৱর্তত থকা আৰক্ষী অধীক্ষকজন কুমাৰ সঞ্জীত কৃষ্ণ নেকি বুলিও চর্চা চলিছে। গুৱাহাটীত এজন আৰক্ষী অধীক্ষককেন্দ্রিক এনে তৎপৰতা চলি থকাৰ সময়তে সোমবাৰে নলবাৰীত গ্রেপ্তাৰ হােৱা এজন দালালৰ জৰিয়তে উপ-পৰিদর্শক নিযুক্তি কেলেংকাৰিত ৰাজ্যিক বিজেপিৰ এজন শীর্ষস্থানীয় প্রভাৱশালী নেতা জড়িত থকাৰ তথ্য পােহৰলৈ আহিছে।

নলবাৰীৰ দালাল চক্ৰৰ অন্যতম কাণ্ডাৰীৰূপে পৰিচিত আৰক্ষীয়ে চিহ্নিত কৰা ধৃত লােকজন হ’ল প্ৰণৱ শর্মা।  বৃত্তিত বাসাৰ বাগানপাৰাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক শৰ্মাৰ নলবাৰীত এখন ফাৰ্মাচীও আছে। অ’ বি বি শিক্ষক প্ৰণৱ শৰ্মা পূৰ্বৰে পৰা বিভিন্ন বিতর্ক আৱর্তত থকা এজন লােক। নলবাৰীৰ বহু যুৱকৰ পৰা শৰ্মাই উপ-পৰিদর্শক পদত নিযুক্তি দিয়াৰ প্রলােভনেৰে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে। তাৰ ভিত্তিতে শর্মাক গ্রেপ্তাৰ কৰা হয় ।

ইপিনে, বঙাইগাঁৱত  অক্ষয় টেলি কমিউনিকেচ্ছনৰ মুৰব্বী পলাতক অক্ষয় চান্দ বৈধৰ পুত্ৰৰ শহুৰেকৰ পৰিয়ালৰ এখন বিপণীত আৰক্ষীয়ে তালাচী অভিযান চলায়। তদুপৰি আন কে’বাটাও স্থানত এনে অভিযান চলােৱা হয় ।

পি কে দত্ত-দ্বিবন ডেকাক মুখামুখিকৈ জেৰা

ইপিনে, সোমবাৰে  চি আই ডিৰ মুখ্য কার্যালয়ত এই কেলেংকাৰিৰ অন্যতম মূল অভিযুক্তৰূপে চিহ্নিত হােৱা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া পি কে দত্ত আৰু বিজেপি নেতা দ্বিবন ডেকাক পুনৰ জেৰা কৰা হয়। বিভাগৰ সূত্ৰই জনােৱা মতে, আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্রধান জি পি সিঙে কেলেংকাৰিটোৰ অন্যতম মূল অভিযুক্ত দত্ত আৰু ডেকাক একেলগে বহুৱাই জেৰা কৰে।

মুখামুখিকৈ ইয়াৰ পূর্বেও দুয়ােজন অভিযুক্তক একাধিকবাৰ জেৰা কৰা হৈছিল। তাৰে দুবাৰত দ্বিবন ডেকাই জেৰাৰ মাজতে দত্তৰ ওপৰত তীব্র ক্ষোভ উজাৰি সমগ্র কেলেংকাৰিৰ মূল মানুহ বুলি প্রাক্তন আৰক্ষী বিষয়াজনক চিহ্নিত কৰিছিল। সোমবাৰে অৱশ্যে তেনে কোনাে আচৰণ দ্বিবন ডেকাই কৰা নাই। এই জেৰাৰ পাছতে দ্বিবন ডেকাক বঙাইগাঁৱত ধৃত তিনিজনৰ লগত  আদালতত হাজিৰ কৰা হয়।

পাঁচখন জিলাত সর্বাধিক কেলেংকাৰিৰ তথ্য এই পর্যন্ত

উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰিৰ প্ৰসাৰ কম-বেছি পৰিমাণে ৰাজ্যৰ প্ৰতিখন জিলাতে পৰিলক্ষিত হৈছে; কিন্তু এই পর্যন্ত উদ্ধাৰ হােৱা তথ্য অনুসৰি পাঁচখন জিলাত কেলেংকাৰি সর্বাধিক। সেইকেইখন হ’ল ক্ৰমে বঙাইগাঁও, নলবাৰী, কৰিমগঞ্জ, কাছাৰ আৰু বৰপেটা। দালাল চক্রই এই জিলাকেইখনৰ বৃহৎ সংখ্যক প্রার্থীৰ পৰা বিশাল পৰিমাণৰ ধন সংগ্রহ কৰাৰ সম্ভেদ ওলাইছে।

ন্যায়িক জিম্মালৈ দ্বিবন ডেকা

ইপিনে, সোমবাৰে ছদিনৰ জিম্মাৰ ম্যাদ শেষ হােৱাত চি আই ডিয়ে দ্বিবন ডেকাক আদালতত হাজিৰ কৰে। তদন্তকাৰী সংস্থাটোৱে পুনৰ নিজৰ জিম্মাত নিবিচৰা হেতুকে আদালতে দ্বিবনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অৱশ্যে চি আই ডিয়ে প্রয়ােজন সাপেক্ষে এই সময়ছােৱাৰ মাজতাে দ্বিবনক জেৰা কৰিব পাৰিব।

দ্বিবনৰ লগতে সোমবাৰে  আদালতত হাজিৰ কৰা হয় ধৃত অৱসৰপ্ৰাপ্ত ডি আই জি প্রশান্ত কুমাৰ দত্তৰ অন্যতম সহযােগী তথা মহানগৰীৰ কাহিলিপাৰা নিবাসী মনজিৎ বৰা, অভয়াপুৰীৰ তাৰিণী বণিক্য, বঙাইগাঁৱৰ অন্যতম দালাল ৰূপম দাস আৰু দালাল তথা অক্ষয় টেলি কমিউনিকেছনৰ অন্যতম অংশীদাৰ ৰুবুল হাজৰিকা। কেউজনকে আদালতে পাঁচ দিনৰ চি আই ডিৰ জিম্মালৈ প্ৰেৰণ কৰে। তাৰিণী বণিক্য আৰু ৰূপম দাসক সোমবাৰে বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ অনা হয়।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamAssam PoliceCIDSI Exam
publisher

publisher

Related Posts

Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ
Assam

February 3, 2023
PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?
Assam

PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানি লওক খৰছ কিমান ?

February 2, 2023
Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী
Assam

Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

February 2, 2023
Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ
Assam

Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

February 2, 2023
Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ
Assam

Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

February 2, 2023
Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত
Assam

Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

February 2, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: