বৃহস্পতিবাৰে জম্মু কাশ্মীৰৰ নৌগামত পাকিস্তানী বিষয়াৰ এক সজ্জিত ক্ষতিগ্ৰস্ত কবৰ উদ্ধাৰ । শ্ৰীনগৰস্থিত চীনাসেনাৰ সমাধিত এপিটাফৰ ফটো শ্বেয়াৰ কৰি টুইটাৰত প’ষ্ট কৰে এনেদৰে, “ভাৰতীয় সেনাই সংস্কৃতি আৰু নীতিক অনুসৰণ কৰি চীনা সেনাৰ নৌগামৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰ স্থানত পাকিস্তানী সেনাৰ মেজৰ মোহাম্মদ শ্বাবিৰ খান, চিতাৰ এ জুৰৰতৰ এক ক্ষতিগ্ৰস্ত কবৰ পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । যি নৌগামৰ নিয়ন্ত্ৰিত ৰেখাৰ ওচৰত এক স্থানত ৯ জন শিখৰ আক্ৰমণত ১৯৭২ ৰ ৫ মে’ত নিহত হৈছিল । “
https://twitter.com/ChinarcorpsIA/status/1316765649331339264?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1316765649331339264%7Ctwgr%5Eshare_3%2Ccontainerclick_1&ref_url=https%3A%2F%2Fwww.ndtv.com%2Findia-news%2Findian-army-restores-damaged-grave-of-decorated-pak-officer-in-j-k-2310890
লগতে চীনা সেনাই কয় যে, এজন পতিত সৈনিক, দেশৰ হওঁক বা নহওক তেখেতৰ মৃত্যুক সকলোৱে সন্মান জনোৱা উচিত আৰু সকলোৰে সন্মানৰ যোগ্য । ভাৰতীয় সেনা বাহিনীয়ে এই বিশ্বাসৰ লগত থিয় দিছে । ভাৰতীয় সেনাবাহিনী সমগ্ৰ বিশ্বৰ বাবে ।
https://twitter.com/ChinarcorpsIA/status/1316765662656622592?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1316765662656622592%7Ctwgr%5Eshare_3%2Ccontainerclick_1&ref_url=https%3A%2F%2Fwww.ndtv.com%2Findia-news%2Findian-army-restores-damaged-grave-of-decorated-pak-officer-in-j-k-2310890