Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

    West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত

    Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নতুনকৈ তিনিখন চলচ্চিত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে জুবিন গাৰ্গেঃগৰিমা শইকীয়া গাৰ্গ

publisher by publisher
October 20, 2020
in Assam, News
Reading Time: 1 min read
0
নতুনকৈ তিনিখন চলচ্চিত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে জুবিন গাৰ্গেঃগৰিমা শইকীয়া গাৰ্গ
2
SHARES
23
VIEWS
ShareShareShareShare

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে নতুনকৈ তিনিখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ বাবে পৰিকল্পনা কৰিছে৷ আৰু ২০২১ৰ প্ৰথম ভাগতেই ইয়াৰে এখনৰ কাম আৰম্ভ হ’ব ৷ তেজপুৰত আজি এই কথা প্ৰকাশ কৰিলে সংগীত শিল্পী গৰাকীৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে৷গৰিমা গাৰ্গে লগতে ,সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৰাজনীতিৰ ক্ষেত্ৰত শেহতীয়া স্থিতিৰ সন্দৰ্ভটো মন্তব্য কৰে ৷ গৰিমাই কয়” আছুক এক বলিষ্ঠ নেতৃত্ব দি আহিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আৰু এইগৰাকী ব্যক্তিয়ে  ৰাজনৈতিক ক্ষেত্ৰখনত কেতিয়াও প্ৰবেশ নকৰে বুলি যি সিদ্ধান্ত লৈছে সেয়া উচিত সিদ্ধান্ত”৷

ADVERTISEMENT

গতিকে এই সিদ্ধান্তক আদৰণি জনাইছে জুবিন পত্নী গৰিমাই এগৰাকী প্ৰতিষ্ঠিত ফেশ্যন ডিজাইনাৰ গৰিমা গাৰ্গে নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ সন্দৰ্ভতো মন্তব্য কৰে ৷ গৰিমাই কয় “ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৰাজ্যখনৰ শিল্পী সাহিত্যিকৰ লগতে  সকলো জাতীয় সংগঠন আৰু  ৰাইজ আন্দোলনত জপিয়াই পৰিছিল৷ কিন্তু শেহতীয়াকৈ কা বিৰোধী সংগঠনসমূহে পৃথকে পৃথকে আঞ্চলিক দল জন্ম দিছে যদিও এই কাৰ্যই কাকো লাভাম্বিত নকৰিব৷”

RelatedPosts

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

জুবিন বিহীন গৰু বিহুৰ দিনাই জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ,পামী বৰঠাকুৰ

আনহাতে ৰাজ্যৰ কৃষি আৰু এখন বজাৰ নিজৰ হাতত ৰাখি আৰু মধ্যভোগী শ্ৰেণীটোৰ বিলোপ ঘটাব লাগিব বুলি উল্লেখ কৰি থলগিৰি নামৰ প্ৰতিষ্ঠানটোৰ স’তে একেলগে কাম কৰিবলৈ চেষ্টা কৰা বুলিও গৰিমাই জানিবলৈ দিয়ে৷ মধ্যভোগী শ্ৰেণীটোৰ বিলোপ ঘটাই নিজৰ অৰ্থনীতি নিজৰ হাতত ৰাখিবলৈ  বজাৰ দখল কৰাৰ বাবে ৰাজ্যৰ নতুন প্ৰজন্মক কৃষি কৰ্মত নিয়োজিত হ’বলৈও জুবিন পত্নী গৰিমাই আহ্বান জনায়৷

শেহতীয়াকৈ ক’ভিডৰ কাৰণে বন্ধ হৈ থকা ছবিগৃহসমূহ চৰকাৰে মুকলি কৰিবলৈ নিৰ্দেশ দিছে যদিও পৰিবেশ এতিয়াও সুস্থিৰ হোৱা নাই বুলি মন্তব্য কৰি গৰিমাই ছবি নিৰ্মাণৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AASUGarima Saikia GargZubeen Garg
publisher

publisher

Related Posts

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা
News

Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

April 29, 2026
West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত
News

West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত

April 29, 2026
Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ
News

Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d