Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বঙাইগাঁৱৰ যোগীঘোপাত  Multi Modal Logistics Park ৰ আধাৰ শিলা স্থাপন

publisher by publisher
October 20, 2020
in Assam, India, News
Reading Time: 1 min read
0
বঙাইগাঁৱৰ যোগীঘোপাত  Multi Modal Logistics Park ৰ আধাৰ শিলা স্থাপন
4
SHARES
42
VIEWS
ShareShareShareShare

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ অশোক কাগজকলৰ পৰিসৰত আজি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মাল্টি মডেল লজিষ্টিকচ পাৰ্কৰ আধাৰ শিলাৰ ফলক দিল্লীৰ পৰা ভাৰ্চুৱেলী অনাৱৰণ কৰে।কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে NHDCLৰ সহযোগত বঙাইগাঁৱৰ যোগীঘোপাত নিৰ্মাণ কৰিবলৈ যোৱা দেশৰ প্ৰথমখন Multi Modal Logistic Park প্ৰায় ছয়শ বিঘাৰ পৰিসৰক সাঙুৰি  ল’ব।

ADVERTISEMENT

এই পাৰ্কখনৰ নিৰ্মাণত ব্যয় হ’ব প্ৰায় ৭০০ কোটি টকা। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এক দৃশ্য-শ্ৰাব্য মাধ্যমৰ যোগেদি দিয়া ভাষণত দাবী কৰা মতে এই পার্কখনে ২০ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ ব্যৱস্থা কৰিব । লগতে সামগ্ৰীৰ মজুতকৰণ আৰু পৰিবহণত ১০ শতাংশ খৰচ ৰেহাই হ’ব । এই পাৰ্কৰ জৰিয়তে উত্তৰ পূবৰ ব্যৱসায়ীয়ে আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহে চুবুৰীয়া বাংলাদেশ, ভূটান আৰু নেপালৰ সৈতে বাণিজ্যিক সম্পৰ্ক গঢ়াত সুবিধা পাব বুলিও দাবী কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

RelatedPosts

Dibrugarh:ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ

Kochi:অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তর্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্ৰদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন

Nitin Gadkari:ৰাজপথত দুৰ্ঘটনাত আহত হোৱা ব্যক্তিক চিকিৎসাললৈ অনা ব্যক্তিক ২৫০০০ টকাৰ পুৰস্কাৰ আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে:নিতীন গাডকাৰী

যোগীঘোপাৰ পাৰ্কখনত প্ৰতি বছৰে ১৩ মিলিয়ন মেট্ৰিক টন কাৰ্গ’ সঞ্চালন কৰাৰ সুবিধা থাকিব।একত্ৰীকৃত শীতল ভাণ্ডাৰৰ সুবিধাও থাকিব।স্থানীয় পৰ্যায়ত উৎপাদন সামগ্রীৰ প্ৰসাৰ প্ৰক্ৰিয়া সৰল কৰা হ’ব। কাৰ্গো, সামগ্ৰী মজুত কৰা,  আৰু পাৰ্কিঙৰ সুবিধা এটা স্থানতে প্ৰদান কৰা ।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাদকাৰীয়ে ভাষণত প্ৰকাশ কৰা মতে এই পাৰ্কৰ নিৰ্মাণ কাৰ্য অহা নবেম্বৰ মাহত আৰম্ভ কৰা হ’ব আৰু ২০২৩ ৰ ভিতৰত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব। মন্ত্ৰী গাডকাৰীয়ে অসমত এনেধৰণৰ পাৰ্ক স্থাপনৰ বাবে চিন্তা কৰিবলৈ মুখ্যমন্ত্ৰী সোণোৱালক আহ্বান জনায়। মন্ত্ৰী গাডকাৰীয়ে ধুবুৰী আৰু ফুলবাৰী সংযোগী দলং এখন ব্ৰহ্মপুত্ৰৰ ওপৰত অচিৰেই নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰাৰ লগতে চিৰাং জিলাৰ বঙাইগাঁও ছাপাগুৰিত এখন নতুন উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব বুলি সদৰী কৰে ৷

চিৰাং জিলাৰ ছামঠাইবাৰীৰ পৰা ভূটানৰ গেলেফুলৈ যোৱা পথ নিৰ্মাণৰ কাম অচিৰেই হাতত লোৱা হ’ব বুলি মন্ত্ৰী গাডকাৰীয়ে কয়।আনহাতে মুখ্যমন্ত্ৰী সোনোৱালে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক এই পাৰ্কৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আজিৰ অনুষ্ঠানত মন্ত্ৰী ফণীভূষণ চৌধুৰী, চন্দ্ৰ মোহন পাটোৱাৰী, ৰামেশ্বৰ তেলী, ভিকে সিং, জিতেন্দ্ৰ সিং আদি নেতাসকলেও ভাষণ প্ৰদান কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Multi Modal Logistics ParkNITIN GADKARISarbananda Sonowal
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d