Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ

    Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

    Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

    Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

    Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

    Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

গুৱাহাটীত মাত্ৰ ২০ জনেহে লাভ কৰিছে প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ ঋণ

publisher by publisher
November 5, 2020
in Assam, News
Reading Time: 1 min read
0
গুৱাহাটীত মাত্ৰ ২০ জনেহে লাভ কৰিছে প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ ঋণ
1
SHARES
11
VIEWS
ShareShareShareShare

তলাবন্ধৰ সময়ত ক্ষতিগ্রস্ত হােৱা দেশৰ পদপথৰ ক্ষুদ্র ব্যৱসায়ীসকলৰ ব্যৱসায় পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে যােৱা পহিলা জুনত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে আৰম্ভ কৰা পি এম ষ্ট্রীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনিত বৰ্তমানলৈকে দেশৰ ২৬ লক্ষাধিকে আবেদন কৰিছে যদিও অসমত এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হােৱা নাই এই ক্ষুদ্র ব্যৱসায়ীসকল ।

ADVERTISEMENT

বর্তমানলৈকে ৰাজ্যৰ প্রায় ছহেজাৰৰ পৰা সাত হেজাৰ লােকে এই আঁচনিত আবেদন কৰিবলৈ সক্ষম হােৱাৰ বিপৰীতে উত্তৰ-পূবৰ বাণিজ্যিক প্রাণকেন্দ্র গুৱাহাটী মহানগৰীত বর্তমানলৈকে মাত্র ২০ জন ব্যৱসায়ীহে এই ঋণ লাভ কৰিবলৈ সক্ষম হৈছে ।

RelatedPosts

Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ

Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

উল্লেখ্য যে বর্তমান ৰাজধানী মহানগৰীত অসংগঠিত ৰূপত থকা পদপদৰ ব্যৱসায়ীৰ সংখ্যা ৫০ হেজাৰৰাে অধিক যদিও ইয়াৰ এহেজাৰ ব্যৱসায়ীয়েও বর্তমানলৈ এই আঁচনিত আবেদন কৰিবলৈ সক্ষম নহ’ল । তাৰ মাজতে এই ঋণক কেন্দ্ৰ কৰি মহানগৰীত দুই-তিনি হেজাৰ নতুন পদপথৰ ব্যৱসায়ী সৃষ্টি হােৱাৰ তথ্য সদৰী কৰিছে সদৌ অসম পদপথ ব্যৱসায়ী সন্থাই ।

সন্থাৰ সভাপতি নৰেন ৰাজবংশীয়ে সদৰী কৰা তথ্য অনুসৰি, সমগ্ৰ ৰাজ্যত সন্থাৰ পঞ্জীয়নভুক্ত পদপথৰ ব্যৱসায়ীৰ সংখ্যা এক লাখ ৪৮ হেজাৰ যদিও অসংগঠিত ৰূপত সৰ্বমুঠ প্রায় চাৰি লাখ ব্যৱসায়ী আছে। ইয়াৰে ৫০ হেজাৰৰাে অধিক ব্যৱসায়ী কেৱল ৰাজধানী মহানগৰীৰ।

জি এম চিৰ জৰীপ অনুসৰি ২০১৫ত মহানগৰীত ৭,১৮৩ জন, পৰৱৰ্তী সময়ত সন্থাত পঞ্জীয়নভুক্ত ১৯শ ব্যৱসায়ীসহ সৰ্বমুঠ ৯,০৮৩ জন ব্যৱসায়ী আছিল যদিও ২০১৭ত ৰাজ্যপালৰ কার্যালয়ৰ জৰীপ অনুসৰি ইয়াৰ সংখ্যা ৩৫ হেজাৰলৈ বৃদ্ধি পাইছিল। কিন্তু বর্তমান সময়ত ইয়াৰ সংখ্যা ৫০ হেজাৰ অতিক্রম কৰা বুলি ৰাজবংশীয়ে উল্লেখ কৰে।

তেওঁ কয়, তলাবন্ধৰ পাছত অর্থনৈতিকভাৱে কোঙা হৈ দীর্ঘদিনৰ পৰা ব্যৱসায় কৰি থকা প্রায় তিনি হেজাৰ দোকান বন্ধ হৈ পৰে যদিও ইয়াৰ বিপৰীতে নতুনকৈ প্রায় ছহেজাৰ নতুন দোকান স্থাপন হ’ল; কিন্তু ইয়াৰে অধিকাংশ সন্দেহজনক নাগৰিক। প্রায় তিনিহেজাৰ এনে লােকে ঋণ লাভৰ লক্ষ্যৰে ৰাজনৈতিক উদ্দেশ্য পূৰণৰ লক্ষ্যৰে স্থাপন কৰা বুলি আমি ধাৰণা কৰিছাে।

কাৰণ দীর্ঘদিনৰ পৰা ব্যৱসায় কৰি অহা থলুৱা ব্যৱসায়ীসকলক ঋণ লাভত সহযােগিতা নকৰি এইসকলক অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। অপ্রত্যাশিতভাৱে মানৱ জীৱনলৈ ক’ভিড-১৯ ভাইৰাছে নমাই অনা চৰম দুর্যোগে বহুজনক হতাশাগ্রস্ত কৰি তুলিলে আৰু অর্থনৈতিক মন্দাৱস্থাৰ পৰা পৰিত্ৰাণৰ পথ বিচাৰি বর্তমানেও ডলাৰ বগৰীৰ দৰে ঘূৰি ফুৰিবলগীয়া হৈছে।

এই মহামাৰীৰ ফলত  ৰাজধানী মহানগৰীতাে বহু পৰিয়াললৈ নামি আহিছিল চৰম দুর্দশা আৰু দুর্যোগ। জীৱিকাৰ একমাত্র সম্বল তথা পদপথত এখন সৰু দোকানৰ জৰিয়তে পৰিয়াল পােহপাল দি অহা অধিকাংশ ব্যৱসায়ীৰে বর্তমানেও আর্থিকভাৱে কোঙা হৈ পৰা পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ নানা পথৰ সন্ধান অব্যাহত ৰাখিছে।

উল্লেখ্য যে তলাবন্ধৰ ফলত মহানগৰীত দীর্ঘদিনৰ পৰা ব্যৱসায় কৰি অহা প্রায় তিনিহেজাৰ পদপথৰ ব্যৱসায়ীয়ে তলাবন্ধৰ সময়ত বাৰুকৈয়ে ক্ষতিগ্রস্ত হৈ ব্যৱসায় বন্ধ কৰিবলগীয়া হােৱাৰ পাছতাে ‘পি এম ষ্ট্রীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনিৰ বিষয়ে আজিও বহুল প্রচাৰ নহ’ল ৰাজ্যখনত। এই ঋণ লাভৰ অন্যতম নথি আধাৰ কার্ড থলুৱা ব্যৱসায়ীসকলৰ মাজত নথকাৰ বাবেই অন্য ৰাজ্যৰ তুলনাত বহু গুণে পিছপৰি ৰ’ব লগাত পৰিল। ফলত চৰকাৰে এই আঁচনি ৰূপায়ণত তিলমানাে গুৰুত্ব আৰােপ কৰাৰ অভিযােগ উত্থাপন কৰিছে পদপথ ব্যৱসায়ী সন্থাই।

উল্লেখ্য যে মহানগৰীত পদপথ ব্যৱসায়ী সন্থাৰ হেঁচাত বাধ্যত পৰিহে প্রশাসনে দুদিন সজাগতা সভা অনুষ্ঠিত কৰে বুলি গুৰুতৰ অভিযােগ উত্থাপন কৰিছে সন্থাই। ইয়াৰ সমান্তৰালভাৱে শেহতীয়াকৈ পৌৰ নিগমৰ উদ্যোগত পদপথৰ দোকানে দোকানে বিষয়া গৈ এই আঁচনিত আবেদন প্রক্রিয়া সম্পন্ন কৰাৰ যি ব্যৱস্থা, ব্যৱস্থাৰ জৰিয়তে দীর্ঘদিনৰ পৰা ব্যৱসায় কৰি অহা  ব্যৱসায়ীসকল বঞ্চিত হােৱাৰ অভিযােগ তুলি সন্থাই সন্দেহজনক নতুন পদপথৰ ব্যৱসায়ীক এই ঋণৰ সুবিধা প্রদানত অধিক অগ্রাধিকাৰ প্ৰদান কৰাৰ অভিযােগ উত্থাপন কৰে সংগঠনটোৱে।

‘পি এম ষ্ট্রীট ভেণ্ডৰ আত্মনির্ভৰ আঁচনিৰ লাভ উঠোৱাৰ অচিলাৰে মহানগৰীত বিগত এটা মাহত প্রায় তিনিহেজাৰ পদপথ ব্যৱসায়ী সৃষ্টি হােৱা বুলি সন্থাই ব্যক্ত কৰিছে। বিশেষকৈ জালুকবাৰী, গণেশ মন্দিৰ-কাহিলিপাৰা পথ, নাৰেংগী, ভি আই পি পথ, পাঞ্জাবাৰী আদি অঞ্চলত বহু সন্দেহজনক লােকে পদপথত নতুনকৈ ব্যৱসায় আৰম্ভ কৰা বুলি সন্থাই উল্লেখ কৰি জিলা প্রশাসন আৰু পৌৰ নিগমৰ অনুমতিৰে গাড়ী লৈ পদপথত ব্যৱসায় কৰাসকলেও ঋণ লাভৰ চেষ্টা চলােৱা বুলি কয়।

সংগঠনটোৰ সভাপতি ৰাজবংশীয়ে কয়, এই গাড়ী লৈ পদপথত ব্যৱসায় কৰাসকল কেতিয়াও ষ্ট্রীট ভেণ্ডৰ হ’ব নােৱাৰে। তেওঁলােকক পৌৰ নিগম আৰু প্রশাসনে অনুমতি প্রদান কৰিছে; কিন্তু সেইসকলে প্রকৃত পদপথ ব্যৱসায়ীসকলক প্রাপ্যৰ পৰা বঞ্চিত কৰাটো কেতিয়াও সহ্য কৰা নহ’ব।

উল্লেখ্য যে পৌৰ নিগমৰ গাফিলতিৰ বাবেই মহানগৰীত দিনক দিনে পদপথত ব্যৱসায়ীৰ সংখ্যা দ্রুতহাৰত বৃদ্ধি পােৱা বুলি ৰাজবংশীয়ে উল্লেখ কৰি ২০১৫তে জৰীপ কৰা ৭,১৮৩ জনক ব্যৱসায়ীক অনুমতি পত্র প্রদান কৰা হ’লে আজি এনে পৰিস্থিতি উদ্ভৱ নহ’লহেঁতেন বুলি কয় ।

তেওঁ কয় যে আজিৰ দিনত যাৰ যি ইচ্ছা পদপথত কৰিব পাৰে। পৌৰ নিগমৰ পঞ্জীয়নভুক্ত হলে এইদৰে সন্দেহযুক্ত নাগৰিকে আহি থলুৱা ব্যৱসায়ীক বঞ্চিত কৰি ব্যৱসায় দখল কৰিব নােৱাৰিলেহেঁতেন; কিন্তু সেই ব্যৱস্থা নকৰি পৌৰ নিগমে সন্দেহযুক্ত নাগৰিকক পদপথ দখলৰ সুবিধা কৰি দিয়া বুলি গুৰুতৰ অভিযােগ তুলি থলুৱা ব্যৱসায়ীসকলক আৰক্ষী প্রশাসনে সদায় হাৰাশাস্তিহে কৰি অহা বুলি কয়।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamGuwahatiPM Strret Vendor Loan
publisher

publisher

Related Posts

Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ
Assam

February 4, 2023
Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা
Assam

Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

February 4, 2023
Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ
India

Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

February 4, 2023
Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ
Assam

Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

February 4, 2023
Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান
Assam

Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

February 4, 2023
Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে
International

Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

February 4, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: