Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নিৰ্দেশনা নৰজিলঃ মাজনিশালৈ ফুটিল সৰু-বৰ ফটকা

publisher by publisher
November 16, 2020
in Assam, City, News
Reading Time: 1 min read
0
নিৰ্দেশনা নৰজিলঃ মাজনিশালৈ ফুটিল সৰু-বৰ ফটকা
3
SHARES
27
VIEWS
ShareShareShareShare

কৰ’নাৰ প্ৰকোপ হ্ৰাস পোৱাৰ ইাছত ৰাজ্যবাসীয়ে উদ্‌যাপন কৰা প্ৰথমটো উৎসৱ তথা দীপাৱলী ফটকা-আতচবাজী অবিহনে এইবাৰ কেৱল পোহৰেৰে উদ্‌যাপন কৰিবলৈ চৰকাৰী পক্ষৰ লগতে বিভিন্নজনে আহ্বান জনাইছিল যদিও ৰাজ্যৰ চৌদিশে মাজনিশালৈকে ফুটিল সৰু-বৰ ফটকা । বিশেষকৈ এই উৎসৱত ফটকা ফুটুৱাত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছিল যদিও নৰজিল চৰকাৰী নিৰ্দেশনা । উল্লেখ্য যে কৰ’নাৰ প্ৰকোপত দীপাৱলীৰ পূৰ্বৰ উৎসৱমুখৰ পৰিৱেশ কিছু সেমেকা যদিও ৰাজ্যৰ ইমুৰৰ পৰা সিমূৰলৈ উছাহ ম্লান পৰা নাই জনতাৰ ।

ADVERTISEMENT

কিন্তু তাৰ মাজতে দীপাৱলীৰ প্ৰথম দিনটোত উৎসৱৰ বতৰৰ মাজতে ৰাজ্যত ৩২টা স্থানত ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হৈ সংঘটিত হ’ল অগ্নিকাণ্ডৰ ঘটনা । ইয়াৰ ভিতৰত কালি নিশা শিৱসাগৰৰ বেতবাৰীত সংঘটীত ভয়ংকৰ অগ্নিকাণ্ডত এজন লোক নিহত হোৱাৰ বিপৰীতে আন এজন গুৰুত্বৰভাৱে আহত হয় ।

RelatedPosts

Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

Maharaj PrithuFly Over:আজি আনুষ্ঠানিকভাৱে মুকলি হ’ব উত্তৰ- পূৰ্বাঞ্চলৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণসেতু

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

সমান্তৰালভাৱে কালিৰ দিনটোত মহানগৰীৰ ছটা স্থানত, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এনাজৰী ল’জ , চিলাপথাৰৰ লাইপুলীয়া, ডিফুৰ মানজা বজাৰ আদিকে ধৰি মুঠ ৩২টা স্থানত অগ্নাকাণ্ড সংঘটিত হোৱাৰ তথ্য সদৰী কৰিছে অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগে ।

উল্লেখ্য যে এইসমূহ অগ্নিকাণ্ডৰ ফটকা-আতচবাজীৰ পৰা ওলোৱা ফিৰিঙতি নাইবা চাকিৰ পৰা সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ ভিতৰত শিৱগাগৰত সংঘটিত অগ্নিকাণ্ডই অতিকৈ ভয়ংকৰ আছিল বুলি বিভাগে উল্লেখ কৰে । ইঈালে কালিৰ দিনটোত ৰাজধানী মহানগৰীৰ ছটা স্থানত ফটকাৰ ফলত অগ্নিকাণ্ড সংঘটিত হয় ।

এই অগ্নিকাণ্ডসমূহৰ ভিতৰত ফটাশিলৰ জি এছ কল’নিৰ এটা ঘৰত সূত্ৰপাত হোৱা অগ্নিকাণ্ড ভয়ংকৰ আছিল যদিও চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ অপ্ৰাণ চেষ্টাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । একেদৰে মাছখোৱাৰ তৰুণ ৰাম ফুকন পথত থকা এটা ডেম্পত, আঠগাঁৱৰ উৰণীয়া সেতুৰ তলত থকা জাবৰৰ দ’মত, বেলতলা লখিমী পথৰ খালী থাইত থকা জাবৰৰ দ’মত, কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ বাসভৱনৰ এজোপা গছত আৰু ৰিহাবাৰীৰ এটা ঘৰৰ ছাদৰ ওপৰত জমা কৰি ৰখা কাঠৰ দ’মত ফটকাৰ ফিৰিঙতিৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DiwalifirecrackerGuwahati
publisher

publisher

Related Posts

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
News

March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d