Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

লাফিকুলৰ হত্যা ৰাজনৈতিক হত্যা,অনতি পলমে কেন্দ্ৰীয় গৃহমন্ত্ৰীক অনুৰোধ জনাই চিবিআই তদন্ত চাৰ্জশ্বিট দিয়াৰ অনুৰোধ জনামঃ হিমন্ত বিশ্ব শৰ্মা

publisher by publisher
November 17, 2020
in India, News, Politics
Reading Time: 1 min read
0
লাফিকুলৰ হত্যা ৰাজনৈতিক হত্যা,অনতি পলমে কেন্দ্ৰীয় গৃহমন্ত্ৰীক অনুৰোধ জনাই চিবিআই তদন্ত চাৰ্জশ্বিট দিয়াৰ অনুৰোধ জনামঃ হিমন্ত বিশ্ব শৰ্মা
2
SHARES
15
VIEWS
ShareShareShareShare

আজি চিৰাং জিলাৰ ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ বাসুগাঁৱত বিজেপিৰ নিৰ্বাচনী সভাত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে । মন্ত্ৰী ড° শৰ্মাই সভাত কয় যে “বিগত সময়ত বিপিএফ দলে অশেষ দুৰ্নীতি কৰিলে । আমাৰ সৈতে মিত্ৰতাত থাকিয়ে বিপিএফে এই দুৰ্নীতি কৰিলে । গতিকে আগলৈ যাতে দুৰ্নীতি কৰিব নোৱাৰে তাৰ বাবে আমি এইবাৰ নিজাববীয়াকৈ বিটিচিত আহিছো । কাৰো লগত মিত্ৰতা নকৰি আমি বিটিচি বাসীৰ সৈতে মিত্ৰতা কৰিছো ।

ADVERTISEMENT

গতিকে ইয়াত মন্ত্ৰী চন্দন ব্ৰহ্মই আৰক্ষীৰ ভয় দেখুৱাই ৰাইজৰ ধন আত্মহাৎ কৰাৰ সময় ওকলিল । পুলিছে ৰাইজৰ টকাৰে দৰমহা লয় হাগ্ৰামা-চন্দনৰ ঘৰৰ টকাৰে নহয়। গতিকে ৰাইজ এতিয়াৰ পৰা কোনো ভয় নাই আমি বিজেপি দল আহি পাইছো ৷”

RelatedPosts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

ৰুনিখাতা বন কাৰ্যালয় আক্ৰমণ কাণ্ডঃ ২৩ এপ্ৰিলত দণ্ডাধিশ পৰ্যায়ৰ শুনানি

লগতে হিমন্তই কয় ” আমি সকলো ৰাইজক লগত লৈ জয় কৰিম৷ ১৫ ডিচেম্বৰত কোকৰাঝাৰত বিজেপিৰ চৰকাৰ হ’ব । তাৰ পাছতে দুৰ্নীতিৰ পাহাৰ গঢ়া সকলো ভিচিডিচি ভঙ্গ হ’ব বুলি কয় মন্ত্ৰী হিমন্তই। বিগত ১৫ বছৰ সকলো ক্ষেত্ৰতে বিপিএফে দুৰ্নীতি কৰিলে । গতিকে এনে দলৰ সৈতে মিত্ৰতাৰ প্ৰশ্নই নুঠে । ৰাইজে ক্ষমা নকৰিব আমাক “৷

আনহাতে বিগত দিনত তেওঁলোক পৰিৱৰ্তন নহ’ল, এতিয়া ৰাইজে পৰিৱৰ্তন কৰিব বুলি কয় হিমন্তই। কংগ্ৰেছ দল আৰু আজমলৰ বিষয়ে কৈ লাভ নাই। পাকিস্তান জিন্দাবাদ দিলে আজমলক গ্ৰেপ্তাৰ নকৰি হিমন্তক গ্ৰেপ্তাৰৰ দাবী কৰিলে । এতিয়া উজনিৰ ভোটৰ প্ৰয়োজন নাই বুলি কৈছে৷ গতিকে ৱাজেদ আলীৰ কথাই প্ৰমান কৰে যে অসমীয়া তথা ভাৰতীয় সৈতে কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰে মন্ত্ৰী ড° শৰ্মাই ।

আনহাতে লাফিকুলৰ হত্যাৰ সন্দৰ্ভত মন্ত্ৰী ড° শৰ্মাই কয় “লাফিকুলৰ হত্যা ৰাজনৈতিক হত্যা । গতিকে বিটিচিত আৰু কোনো লোক ৰাজনৈতিক হত্যা হ’ব নালাগে । অহা ২০ তাৰিখে কেন্দ্ৰীয় গৃহ মন্ত্ৰীক লগ পাম গতিকে অতি সোনকালে চিবিআইয়ে লাফিকুল হত্যাৰ চাৰ্জশ্বিট দাখিল কৰিবলৈ আহ্বান কৰিম ৷”ইপিনে

ইপিনে ইউপিপিএল সেইটো কি নাজানে মন্ত্ৰী হিমন্তই । প্ৰমোদ বড়োকো চিনি নাপায় মন্ত্ৰী জনে । তেওঁ মাথো জানে বিটিচিত বিজেপিৰ চৰকাৰ হ’ব।

সভাত ৰাজ্যিক  বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় ” দুৰ্নীতিগ্ৰস্ত বিপিএফৰে আমাৰ কোনো সম্পৰ্ক নাই। বিপিএফ বিজেপিৰ মিত্ৰ দল নহয়। অসম চৰকাৰৰহে মিত্ৰ দল। গতিকে অহা বিধান সভাৰ নিৰ্বাচনতো বিপিএফৰ সৈতে কোনো মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিয়ে ৰাজ্যিক সভাপতি জনে।” মই তিনিবছৰ আগৰ পৰাই কৈ আছিলো বিপিএফৰে মিত্ৰতা কৰিব নালাগে ।কাৰণ বিগত সময়ত আমাক মিছা তথ্য দিছিল বিপিএফে৷ গতিকে এনে দুৰ্নীতিগ্ৰস্ত দলৰ সৈতে মিত্ৰতা নহয় । বিপিএফৰ বিৰুদ্ধে বহু দুৰ্ণীতিৰ গোচৰ আছে । আমি সকলো গোচৰৰ তদন্ত কৰিম৷” এই মন্তব্য ৰঞ্জিত দাসৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJPBPFBTCCHIRANGHimanta Biswa Sarma
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d