Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা

    ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

    Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

    Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

১৫ কোটিৰে মদ-জুৱাৰ আড্ডা চন্দনৰ

publisher by publisher
November 18, 2020
in News, Politics
Reading Time: 1 min read
0
১৫ কোটিৰে মদ-জুৱাৰ আড্ডা চন্দনৰ
1
SHARES
8
VIEWS
ShareShareShareShare

বিটিচি নিৰ্বাচনক লৈ মিত্ৰদল বিজেপি-বিপিএফৰ মাজত আক্ৰমণাত্মক প্ৰচাৰ অভিযানৰ মাজতে আজি সতীৰ্থ মন্ত্ৰী চন্দন ব্ৰহ্মক অতি চোকা ভাষাৰে সমালোচনা কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী ড° শৰ্মাৰ ঘনিষ্ঠৰূপে পৰিচিত মন্ত্ৰী ব্ৰহ্মৰ বিৰুদ্ধে ৰাজহুৱাভাৱে উত্থাপন কৰা এই অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে । চিৰাং জিলাৰ বিজনীৰ বিদ্যাপীঠ খেলপথাৰত এক জনসভাত অংশ লৈ ড° শৰ্মাই কয় যে দৈজিং উৎসৱৰ নামত ১৫ কোটি লৈ মদ আৰু জুৱাৰ আড্ডা পাতিছিল মন্ত্ৰী ব্ৰহ্মই ।

ADVERTISEMENT

তেওঁ কয়, ‘চন্দন ব্ৰহ্মই দৈজিং উৎসৱ পাতিলে । মই দিনত আহিলো, হেলিকপ্টাৰ দেখিলো, নাচ দেখিলো, ৰাতি ঘৰত গৈ চাওঁ মদ আৰু জুৱাৰ আড্ডা পাতিছে চন্দনে ।’ ড° শৰ্মাই কয় যে দৈজিং উৎসৱ পাতিবলৈ অসম চৰকাৰে ১৫ কোটি টকা দিছিল আৰু এই ১৫ কোটি টকাৰে ব্ৰহ্মই দৈজিং পতা নাই মদ আৰু জুৱাৰ আড্ডা পাতিছিল । ‘আমাৰ ডেকাচামৰ জীৱন এটা এটাকৈ ধ্বংস কৰি আছে । পঢ়ি-শুনি বিটিচিত কি হ’ব ? বিটিচিত ল’ৰা ছোৱালীয়ে মেধাৰ ভিত্তিত চাকৰি নাপায় । হাগ্ৰামাৰ পকেটৰ তালিকাৰ পৰা নচলিব এতিয়াৰ পৰা । বিজেপিয়ে সকলো ঠিক কৰিব ।’

RelatedPosts

Himanta Biswa Sarma:যুদ্ধকালীন পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ চতুৰ্থ বর্ষপূর্তিত নহয় কোনো বিশেষ অনুষ্ঠান

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ

যোৰহাটত মণিপুৰৰ উগ্রপন্থী সদস্য গ্ৰেপ্তাৰ

এইদৰে মন্তব্য কৰি ড° শৰ্মাই কয় যে হাগ্ৰামাৰ পকেটত থকা তালিকা মতেহে চাকৰি হয় বুলি ৰাজ্যপালে তেওঁক জনাইছে । সভাত মন্ত্ৰীজনে ভাষণ দি কয় যে আজি নিৰ্বাচন আয়োগে বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিনত ঘোষণা কৰিলে । মিত্ৰদল বিপিএফক আক্ৰমণ কৰি তেওঁ প্ৰশ্ন কৰে, ‘আমি বিগত সময়ছোৱাত বিটিচিৰ উন্নয়নৰ বাবে সকলো প্ৰকাৰে সহায়-সহযোগিতা কৰিলো । প্ৰতি বছৰে কোটি কোটি টকা দিয়া হ’ল বিটিচিলৈ; কিন্তু সেয়া অনুসৰি ক’ত কি উন্নয়ন হ’ল ?

যোৱা তিনিটা বছৰৰ পৰা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিটিচিৰ লোকে কিদৰে বসবাস কৰি আছে সেয়া জনাৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক কৈ আছিল । গতিকে এতিয়া আমি বিটিচিত সোমাই সকলো জানিব পাৰিলো । বিপিএফে কেন্দ্ৰীয় চৰকাৰৰ পৰা বছৰি কোটি টকা লৈ কি কৰে তিৰ কোনো হিচাপ নাই । বাট-পথৰ কামকে ধৰি সকলো আঁচনিৰ ধন আমি দিবলগীয়া হৈছে; কিন্তু বিটিচিলৈ অহা ধনেৰে কি কৰিলে ?

সকলো ক্ষেত্ৰতে বিপিএফক টকা দিব লাগে, টকা নিদিলে কোনো কামেই নহয় । কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ আঁচনিৰ নামতো ঘোচ দিব লাগে । সেয়ে মই বিপিএফক মেকুৰী পাৰ্টি নাম দিছো ।’ তেওঁ পুনৰ কয় যে দিল্লীৰ পৰা পিঠা পঠিয়াইছে, দিছপুৰৰ পৰা পিঠা পঠিয়াইছে, হাগ্ৰামা মহিলাৰীৰ মেকুৰী ভিচিডিয়ে এই ইিঠা খাই পেলাইছে । ‘হাগ্ৰামা দুৰ্নীতিৰ ভিচিডিক দাণ্ডা মাৰি খেদিব লাগিব। অহা ২১ বা ২২ত বিটিচিলৈ অহা টকাৰ ঘিচাপ দিম । ৰাইজক সকলো টকাৰ হিচাপ দিব লাগিব ।

হাগ্ৰামাই কয় যে হিমন্ত আৰু ৰঞ্জিত দাসক বিটিচিত সোমাব দিব নালাগে । এই বিটিচি তেওঁৰ বাবাৰ বিটিচি নেকি ? বিটিচি ভাৰতৰ, অসমৰ । ইয়াত সকলোৰে অধিকাৰ আছে আৰু থাকিব ।’ এইদৰে মন্তব্য কৰি ড° শৰ্মাই কয় যে সদ্য সম্পন্ন বিটিআৰ চুক্তিৰ দ্বাৰা ৰাইজে বিচাৰিলে গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তি হ’ব । তেওঁ কয় যে অসমত কোনো বিভাজন নহ’ব । একেখন অসমত এই চুক্তি মতে সকলোৱে থাকিব লাগিব । পুনৰ মন্ত্ৰী ব্ৰহ্মক আক্ৰমণ কৰি শৰ্মাই কয়, ‘চন্দন ব্ৰহ্মই বিটিচি চুক্তিৰে জধে-মধে গাঁও সুমুৱাইছিল, সেই কাম আৰু এতিয়া কৰিব নোৱাৰিব ।

১৯৮৫ৰ পৰা হোৱা পৃথক ৰাজ্যৰ দাবী আন্দোলন বিটিআৰ চুক্তিৰ জৰিয়তে শেষ কৰিলো । আজি বিপিএফে আৰক্ষীক ব্যৱহাৰ কৰে । গতিকে পুলিচেও এতিয়া বিপিএফৰ কথা নুশুনিব, মই কৈছো । হাগ্ৰামা আৰু চন্দনেও পুলিচৰ ভয় দেখুৱাব নোৱাৰিব । ৰাইজৰ লগতহে পুলিচ থাকিব লাগিব । বিটিচিত ৰাজনৈতিক হত্যা হয় । ৰাইজে বিইিএফক ন্যায় নিদিলে । বিইিএফ সকলোৰে শত্ৰু । ৰজনৈতিক হত্যা কৰা হ’ল লাফিকুলক । আমি এইবাৰ চি বি আইক অনুৰোধ কৰিছো লাফিকুল হত্যাৰ সকলো তথ্য ৰাজহুৱা কৰাৰ বাবে । হাগ্ৰামাক ভয় কৰাৰ দিন গ’ল ।’ ড° শৰ্মাই কয় যে প্ৰতি বছৰে এহেজাৰৰ পৰা ১৫ শ কোটি টকা তেওঁলোকে বিটিচিক দি আহিছে । বিটিচিত আজিলৈ অন্যান্য জাতি-গোষ্ঠীৰ লৈকে মাটিৰ পাট্টা পোৱা নাই ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBTCBTC ElectionHimanta Biswa Sarma
publisher

publisher

Related Posts

ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা
India

May 14, 2025
ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 
India

ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

May 14, 2025
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
News

পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
India

ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
News

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ
News

Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d