Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

১৫ কোটিৰে মদ-জুৱাৰ আড্ডা চন্দনৰ

publisher by publisher
November 18, 2020
in News, Politics
Reading Time: 1 min read
0
১৫ কোটিৰে মদ-জুৱাৰ আড্ডা চন্দনৰ
1
SHARES
8
VIEWS
ShareShareShareShare

বিটিচি নিৰ্বাচনক লৈ মিত্ৰদল বিজেপি-বিপিএফৰ মাজত আক্ৰমণাত্মক প্ৰচাৰ অভিযানৰ মাজতে আজি সতীৰ্থ মন্ত্ৰী চন্দন ব্ৰহ্মক অতি চোকা ভাষাৰে সমালোচনা কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী ড° শৰ্মাৰ ঘনিষ্ঠৰূপে পৰিচিত মন্ত্ৰী ব্ৰহ্মৰ বিৰুদ্ধে ৰাজহুৱাভাৱে উত্থাপন কৰা এই অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে । চিৰাং জিলাৰ বিজনীৰ বিদ্যাপীঠ খেলপথাৰত এক জনসভাত অংশ লৈ ড° শৰ্মাই কয় যে দৈজিং উৎসৱৰ নামত ১৫ কোটি লৈ মদ আৰু জুৱাৰ আড্ডা পাতিছিল মন্ত্ৰী ব্ৰহ্মই ।

ADVERTISEMENT

তেওঁ কয়, ‘চন্দন ব্ৰহ্মই দৈজিং উৎসৱ পাতিলে । মই দিনত আহিলো, হেলিকপ্টাৰ দেখিলো, নাচ দেখিলো, ৰাতি ঘৰত গৈ চাওঁ মদ আৰু জুৱাৰ আড্ডা পাতিছে চন্দনে ।’ ড° শৰ্মাই কয় যে দৈজিং উৎসৱ পাতিবলৈ অসম চৰকাৰে ১৫ কোটি টকা দিছিল আৰু এই ১৫ কোটি টকাৰে ব্ৰহ্মই দৈজিং পতা নাই মদ আৰু জুৱাৰ আড্ডা পাতিছিল । ‘আমাৰ ডেকাচামৰ জীৱন এটা এটাকৈ ধ্বংস কৰি আছে । পঢ়ি-শুনি বিটিচিত কি হ’ব ? বিটিচিত ল’ৰা ছোৱালীয়ে মেধাৰ ভিত্তিত চাকৰি নাপায় । হাগ্ৰামাৰ পকেটৰ তালিকাৰ পৰা নচলিব এতিয়াৰ পৰা । বিজেপিয়ে সকলো ঠিক কৰিব ।’

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

এইদৰে মন্তব্য কৰি ড° শৰ্মাই কয় যে হাগ্ৰামাৰ পকেটত থকা তালিকা মতেহে চাকৰি হয় বুলি ৰাজ্যপালে তেওঁক জনাইছে । সভাত মন্ত্ৰীজনে ভাষণ দি কয় যে আজি নিৰ্বাচন আয়োগে বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিনত ঘোষণা কৰিলে । মিত্ৰদল বিপিএফক আক্ৰমণ কৰি তেওঁ প্ৰশ্ন কৰে, ‘আমি বিগত সময়ছোৱাত বিটিচিৰ উন্নয়নৰ বাবে সকলো প্ৰকাৰে সহায়-সহযোগিতা কৰিলো । প্ৰতি বছৰে কোটি কোটি টকা দিয়া হ’ল বিটিচিলৈ; কিন্তু সেয়া অনুসৰি ক’ত কি উন্নয়ন হ’ল ?

যোৱা তিনিটা বছৰৰ পৰা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিটিচিৰ লোকে কিদৰে বসবাস কৰি আছে সেয়া জনাৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক কৈ আছিল । গতিকে এতিয়া আমি বিটিচিত সোমাই সকলো জানিব পাৰিলো । বিপিএফে কেন্দ্ৰীয় চৰকাৰৰ পৰা বছৰি কোটি টকা লৈ কি কৰে তিৰ কোনো হিচাপ নাই । বাট-পথৰ কামকে ধৰি সকলো আঁচনিৰ ধন আমি দিবলগীয়া হৈছে; কিন্তু বিটিচিলৈ অহা ধনেৰে কি কৰিলে ?

সকলো ক্ষেত্ৰতে বিপিএফক টকা দিব লাগে, টকা নিদিলে কোনো কামেই নহয় । কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ আঁচনিৰ নামতো ঘোচ দিব লাগে । সেয়ে মই বিপিএফক মেকুৰী পাৰ্টি নাম দিছো ।’ তেওঁ পুনৰ কয় যে দিল্লীৰ পৰা পিঠা পঠিয়াইছে, দিছপুৰৰ পৰা পিঠা পঠিয়াইছে, হাগ্ৰামা মহিলাৰীৰ মেকুৰী ভিচিডিয়ে এই ইিঠা খাই পেলাইছে । ‘হাগ্ৰামা দুৰ্নীতিৰ ভিচিডিক দাণ্ডা মাৰি খেদিব লাগিব। অহা ২১ বা ২২ত বিটিচিলৈ অহা টকাৰ ঘিচাপ দিম । ৰাইজক সকলো টকাৰ হিচাপ দিব লাগিব ।

হাগ্ৰামাই কয় যে হিমন্ত আৰু ৰঞ্জিত দাসক বিটিচিত সোমাব দিব নালাগে । এই বিটিচি তেওঁৰ বাবাৰ বিটিচি নেকি ? বিটিচি ভাৰতৰ, অসমৰ । ইয়াত সকলোৰে অধিকাৰ আছে আৰু থাকিব ।’ এইদৰে মন্তব্য কৰি ড° শৰ্মাই কয় যে সদ্য সম্পন্ন বিটিআৰ চুক্তিৰ দ্বাৰা ৰাইজে বিচাৰিলে গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তি হ’ব । তেওঁ কয় যে অসমত কোনো বিভাজন নহ’ব । একেখন অসমত এই চুক্তি মতে সকলোৱে থাকিব লাগিব । পুনৰ মন্ত্ৰী ব্ৰহ্মক আক্ৰমণ কৰি শৰ্মাই কয়, ‘চন্দন ব্ৰহ্মই বিটিচি চুক্তিৰে জধে-মধে গাঁও সুমুৱাইছিল, সেই কাম আৰু এতিয়া কৰিব নোৱাৰিব ।

১৯৮৫ৰ পৰা হোৱা পৃথক ৰাজ্যৰ দাবী আন্দোলন বিটিআৰ চুক্তিৰ জৰিয়তে শেষ কৰিলো । আজি বিপিএফে আৰক্ষীক ব্যৱহাৰ কৰে । গতিকে পুলিচেও এতিয়া বিপিএফৰ কথা নুশুনিব, মই কৈছো । হাগ্ৰামা আৰু চন্দনেও পুলিচৰ ভয় দেখুৱাব নোৱাৰিব । ৰাইজৰ লগতহে পুলিচ থাকিব লাগিব । বিটিচিত ৰাজনৈতিক হত্যা হয় । ৰাইজে বিইিএফক ন্যায় নিদিলে । বিইিএফ সকলোৰে শত্ৰু । ৰজনৈতিক হত্যা কৰা হ’ল লাফিকুলক । আমি এইবাৰ চি বি আইক অনুৰোধ কৰিছো লাফিকুল হত্যাৰ সকলো তথ্য ৰাজহুৱা কৰাৰ বাবে । হাগ্ৰামাক ভয় কৰাৰ দিন গ’ল ।’ ড° শৰ্মাই কয় যে প্ৰতি বছৰে এহেজাৰৰ পৰা ১৫ শ কোটি টকা তেওঁলোকে বিটিচিক দি আহিছে । বিটিচিত আজিলৈ অন্যান্য জাতি-গোষ্ঠীৰ লৈকে মাটিৰ পাট্টা পোৱা নাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBTCBTC ElectionHimanta Biswa Sarma
publisher

publisher

Related Posts

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d