Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আঠশ কিলোমিটাৰ বাট খোজকাঢ়ি অৰণ্যত প্ৰৱেশ ঢেঁকীয়াপতীয়া বাঘৰ

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    দুমাহে এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিবলগীয়া হৈছে ছাত্ৰাৱাসৰ আৱাসী

    এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

    কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

স্বামীৰ বাবে সতিনীৰ সন্ধান তিনি পত্নীৰ

publisher by publisher
November 22, 2020
in News
Reading Time: 1 min read
0
স্বামীৰ বাবে সতিনীৰ সন্ধান তিনি পত্নীৰ
2
SHARES
15
VIEWS
ShareShareShareShare

প্ৰথমবাৰ বিয়াত বহাৰ সময়ত যিকোনো পুৰুষ-মহিলাৰ মাজতে অভূতপূৰ্ব উত্তেজনাৰ সৃষ্টি হয়; কিন্তু বিয়াৰ পৰৱৰ্তী সময়ত সেই উত্তেজনা কেতিয়া নোহোৱা হৈ যায় কোনেও গমকে ধৰিব নোৱাৰে। দ্বিতীয় বিয়াৰ কথা ক’লে আকৌ বহুতৰে জ্ঞান হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। সেয়েহে হয়তো কথাতে কোৱা হয় ‘পাগলেও বেলৰ তললৈ এবাৰে যায় ।’ কিন্তু পাকিস্তানৰ এজন লোক বিবাহৰ বাবেই সম্প্ৰতি আলোচনাৰ কেন্দ্ৰ বিন্দুলৈ আহিছে । এই লোকজনে সম্প্ৰতি এবাৰ-দুবাৰ নহয় চতুৰ্থবাৰলৈ বিয়াত বহিবলৈ আগবাঢ়িছে ।

ADVERTISEMENT

সবাতোকৈ আচৰিত হ’ব লগা কথাতো হ’ল নতুন কইনা বিচৰাত লোকজনক নিজৰ তিনি পত্নীয়ে পূৰ্ণ সহায় আগবঢ়াইছে। পাকিস্তানৰ শিয়ালকোটৰ এই বাসিন্দাজনৰ নাম আদনান । প্ৰথমবাৰ মাত্ৰ ১৬ বছৰ বয়সতে আদনানে বিয়াত বহিছিল । সেই সময়ত অধ্যয়নত ব্যস্ত আছিল আদনান । পত্নীৰ লগত অতি আনন্দৰেই দিন পাৰ হৈছিল আদনানৰ; কিন্তু প্ৰথম বিবাহৰ চাৰিটা বছৰ পাৰ নৌহওঁতেই দ্বিতীয় বিবাহৰ কথা ভাবিবলৈ লয় আদনানে । তেনেদৰে ভাবিলে তেনেদৰে বিবাহ সম্পন্নও কৰিলে । শ্বাবান নামৰ এগৰাকী যুৱতীক দ্বিতীয় পত্নী কৰি লয় আদনানে । যোৱা বছৰ তৃতীয়খন বিয়াত বহে আদনান । তৃতীয় পত্নীৰ নাম শাহিদা।

RelatedPosts

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

পাকিস্তানৰ প্ৰায় ৮০ শতাংশ পুৰুষ সমকামী!

বৰ্তমান পাঁচটি সন্তানৰ পিতৃ হৈছে আদনান । প্ৰথম পত্নীৰ তিনি সন্তান । দ্বিতীয় পত্নী এটি সন্তানৰ মাতৃ । আনহাতে দ্বিতীয় পত্নীৰে আলোচনা কৰি এটি শিশুক ‘তুলি’ লৈছে। তৃতীয় পত্নী এতিয়াও মাতৃ হোৱাগৈ নাই । চতুৰ্থ পত্নীৰ বাবে আদনানৰ চৰ্ত হ’ল নামৰ প্ৰথম আখৰটো ‘স’ অথবা ‘শ’ হ’ব লাগিব । ইয়াৰ বাহিৰে চতুৰ্থ পত্নীৰ সন্ধান চলোৱাত আন কোনো দাবী নাই আদনানৰ । তিনি পত্নীয়ে এতিয়া স্বামীৰ মন বুজিয়ে নতুন সতিনীৰ সন্ধানত নামি পৰিছে ।

আদনানৰ দাম্পত্য জীৱনৰ কাহিনীয়ে যিকোনো লোককে অবাক কৰি তুলিছে। বহুতৰ মনত আকৌ প্ৰশ্নৰ উদয় হৈছে – আদনানে বাৰু কিদৰে তিনি পত্নীক নিয়ন্ত্ৰণত কৰে । আদনানে অৱশ্যে এই ক্ষেত্ৰত নিজকে সৌভাগ্যবান বুলি অনুভৱ কৰে । আদনানে একেটা ঘৰতে তিনি পত্নীৰ স’তে সম্প্ৰতি বসবাস কৰি আছে । তিনি পত্নীৰ মাজত দ্বন্দ-খৰিয়াল হোৱাও চুবুৰীয়া কোনো লোকে এতিয়ালৈ দেখা নাই । তিনিও পত্নীৰ মাজত যথেষ্ট মিল থকা হে সকলোৱে দেখি আহিছে।

অৱশ্যে স্বামীয়ে তেওঁলোকক প্ৰয়োজন অনুসৰি সময় নিদিয়ে বুলি সঘনাই অভিযোগ কৰি আহিছে। চতুৰ্থ পত্নীক নিজৰ সংগী কৰি লোৱাৰ বাবেও তিনি পত্নী প্ৰস্তুত হৈ আছে। বহুতেই আকৌ আদনানৰ দৰে কপাল কিয় লাভ নকৰিলে সেই কথা ভাবি পাৰ নোপোৱা হৈছে। অৱশ্যে আদনানৰ কাহিনীয়ে বহুতকে বিৰক্তও কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Pakistansialkot
publisher

publisher

Related Posts

আঠশ কিলোমিটাৰ বাট খোজকাঢ়ি অৰণ্যত প্ৰৱেশ ঢেঁকীয়াপতীয়া বাঘৰ
India

May 3, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
News

দুমাহে এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিবলগীয়া হৈছে ছাত্ৰাৱাসৰ আৱাসী

May 3, 2026
এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
News

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

May 3, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই
India

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

May 3, 2026
কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক
India

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

May 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d