Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কন্টেইনমেন্ট সংক্রান্তীয় বিধি কার্যকৰীৰ ক্ষেত্ৰত কঠোৰ হােৱাৰ নির্দেশ

publisher by publisher
November 26, 2020
in COVID-19, India, News
Reading Time: 1 min read
0
কন্টেইনমেন্ট সংক্রান্তীয় বিধি কার্যকৰীৰ ক্ষেত্ৰত কঠোৰ হােৱাৰ নির্দেশ
1
SHARES
11
VIEWS
ShareShareShareShare

পহিলা ডিচেম্বৰৰ পৰা প্রযােজ্য হ’ব তলাবন্ধৰ পৰৱর্তী পর্যায়ৰ সপ্তম পর্বৰ নীতি-নির্দেশনা। আজি কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ তৰফৰ পৰা এই নির্দেশনা জাৰি কৰা হয়। এই নির্দেশনাত ক’ভিড স্থিতি পর্যবেক্ষণ, কন্টেইনমেন্ট জন চিহ্নিত কৰা আৰু সাৱধানতা সংক্রান্তীয় কিছু বিধি-নিষেধ বলবতৰ কথা কোৱা হৈছে। দেশৰ একাংশ স্থানত সংক্রমণৰ হাৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ক’ভিড পৰিস্থিতিৰ মােকাবিলাৰ প্ৰসংগত।প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে কালি একাংশ মুখ্যমন্ত্ৰীৰ স’তে ভার্চুৱেল বৈঠকত অংশ লৈছিল। ইয়াৰ পাছতে গৃহ মন্ত্রণালয়ৰ তৰফৰ পৰা এই নতুন নির্দেশনা জাৰি কৰা হ’ল। এই নতুন নির্দেশনা পহিলা ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰ পর্যন্ত বহাল থাকিব।

ADVERTISEMENT

উল্লেখ্য যে পহিলা নৱেম্বৰৰ পৰা জাৰি কৰা নির্দেশনাত কোনাে সালসলনি কৰা নাছিল। অর্থাৎ নৱেম্বৰৰ আগৰ নির্দেশনাকে জাৰি ৰখা হৈছিল; কিন্তু ডিচেম্বৰৰ নতুন নির্দেশনাত কেতবােৰ সাল-সলনি ঘটোৱা হৈছে। এই নির্দেশনাত কেন্দ্রই দেশৰ সকলাে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলক কন্টেইনমেন্ট সংক্রান্তীয় বিধি কঠোৰভাৱে কাৰ্যকৰী কৰাৰ নির্দেশ দিছে ।ক’ভিড-১৯ সতর্কতা মানি সামাজিক কার্যকলাপ আৰু সমাবেশ নিয়ন্ত্রণ কৰিবলৈ নির্দেশ দিয়া হৈছে। এই ক্ষেত্ৰত আগতে জাৰি কৰা আদর্শ কার্যবিধিত কোনাে সালসলনি হােৱা নাই। নতুন নির্দেশনাত কোৱা হৈছে যে কন্টেইনমেন্ট জন সমূহত কেৱল অত্যাৱশ্যকীয় কার্যকলাপহে চলিব।

RelatedPosts

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

কন্টেইনমেণ্ট জনিত প্ৰৱেশ-প্রস্থানৰ ক্ষেত্ৰত কঠোৰ স্থিতি ল’ব লাগিব জিলা প্রশাসনে। অত্যাৱশ্যকীয় কার্যকলাপৰ বাহিৰে আন কোনাে কার্যকলাপৰ বাবে জিলা প্রশাসন, স্থানীয় আৰক্ষী আৰু পৌৰসভা বা পঞ্চায়তৰ অনুমতি লােৱাটো বাধ্যতামূলক। এই ক্ষেত্ৰত কোনাে অনিয়ম হলে সংশ্লিষ্ট ৰাজ্য বা কেন্দ্রীয় শাসিত অঞ্চলে ইয়াৰ ‘ব্যাখ্যা দিব লাগিব। উল্লেখ্য যে আগৰ এক নির্দেশনাত কেন্দ্রীয় গৃহ মন্ত্রণালয়ে ৰাজ্যসমূহৰ পৰা। নিজাকৈ তলাবন্ধ ঘােষণাৰ ক্ষমতা কর্তন কৰিছিল। এইবাৰ গৃহ মন্ত্রণালয়ে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক নিশাৰ ভাগত সান্ধ্য আইন জাৰিকে ধৰি কিছু ক্ষমতা প্রদান কৰিছে। অৱশ্যে কোনাে ৰাজ্য বা কেন্দ্রীয় শাসিত অঞ্চলত তলাবন্ধ দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ’লে ইয়াৰ বাবে আগৰ দৰেই কেন্দ্ৰৰ স’তে বাধ্যতামূলক আলােচনাৰ চৰ্ত বাহাল আছে।মঙলবাৰে প্ৰধানমন্ত্ৰা আৰু মুখ্যমন্ত্ৰীসকলৰ ভার্চুৱেল বৈঠকত ‘গতিশীল কন্টেইনমেন্ট জ’ন’ চিহ্নিতকৰণৰ বিষয়ত আলােচনা হৈছিল।

কেন্দ্ৰৰ নতুন নির্দেশনাত কোৱা হৈছে যে জিলা প্রশাসনে তৃণমূল স্তৰত নিৱিড় পর্যবেক্ষণৰ মাধ্যমেৰে কন্টেইনমেন্ট জন চিহ্নিত কৰিব লাগিব। ইয়াৰ লগতে কৰ’না ভাইৰাছ সংক্ৰমণৰ পৰীক্ষা, ক’ভিড ৰােগী আৰু তেওঁলােকৰ সংস্পৰ্শলৈ অহা লােকসকলক দ্রুতগতিৰে বিচ্ছিন্ন কৰা, চিকিৎসাৰ আন্তঃগাঁথনি নির্মাণ তথা প্রয়ােজন অনুসাৰে ঘৰতে চিকিৎসাৰ ব্যৱস্থা কৰাৰ কথাও নির্দেশনাত কোৱা হৈছে। সম্প্রতি চহৰ অঞ্চলত সংক্ৰমণৰ হাৰ বেছি হােৱাৰ বাবে সামাজিক দূৰত্ব বর্তাই ৰখাৰ বিষয়ত জোৰ দিয়াৰ বাবেও ৰাজ্যসমূহক পৰামর্শ দিয়া হৈছে নির্দেশনাত।

এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ চৰকাৰে নিজা চহৰসমূহৰ কাৰ্যালয়ৰ সময় সলনি বা অন্যান্য সঠিক সাৱধানতা গ্রহণ, কর্মচাৰীৰ সংখ্যা হ্রাস আদিৰ লগতে সামাজিক দূৰত্বৰ ক্ষেত্ৰত প্রয়ােজনীয় সিদ্ধান্ত ল’ব পাৰিব। আন্তর্জাতিক বিমান যাত্ৰাত কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ অনুমতি লাগিব। ৫০ শতাংশ দর্শকেৰে চিনেমা আৰু থিয়েটাৰ হল খুলিব পাৰিব।সাঁতােৰবিদৰ অনুশীলনৰ বাবেহে ছুইমিং পুল ব্যৱহৃত হ’ব। ব্যৱসায় সংক্রান্তীয় কাৰণতহে প্রদর্শনী হলসমূহ মুকলি কৰিব পাৰিব।

সামাজিক, ধর্মীয়, ক্রীড়া, মনােৰঞ্জন, শিক্ষা, সাংস্কৃতিক, ধর্মীয় সমাবেশ আদিৰ ক্ষেত্ৰত কোনাে হলৰ ভিতৰত সর্বাধিক ৫০জন লােকৰ অনুমতি থাকিব। আনহাতে,কোনাে বন্ধ স্থানত অতি বেছি দুশজন লােক থাকিব পাৰিব আনহাতে, মুকলি স্থানৰ আকাৰ অনুসাৰে মানুহৰ সমাগম হ’ব পাৰিব। ৰাজ্যৰ ভিতৰত বা আন্তঃৰাজ্যিক যাতায়তত কোনাে বিধি-নিষেধ প্রদান কৰা হােৱা নাই। আনহাতে, পূর্বৰ নিদের্শনাৰ দৰেই স্বাস্থ্য ভংগুৰ, ৬৫ বছৰৰ ঊর্ধ্বৰ লােক, অন্তঃসত্ত্বা মহিলা, অন্যান্য ৰােগত আক্রান্ত লােক আৰু ১০ বছৰ বয়সৰ তলৰ শিশুক কোনাে অত্যাৱশকীয় কাৰণ বা চিকিৎসা সম্পর্কীয় কাৰণৰ বাহিৰে সততে ঘৰতে থাকিবলৈ কোৱা হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19india
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d